• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আজি জাপানত অনুষ্ঠিত হৈছে নিৰ্বাচন; সংখ্যাগৰিষ্ঠতা নাপাবও পাৰে শাসকীয় দলে!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 27, 2024 10:13 am
এই নিৰ্বাচন জাপানৰ প্ৰধানমন্ত্ৰী প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাৰ বাবে ডাঙৰ প্ৰত্যাহ্বান। ফাইল ফটোঃ সংগ্ৰহীত।

এই নিৰ্বাচন জাপানৰ প্ৰধানমন্ত্ৰী প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাৰ বাবে ডাঙৰ প্ৰত্যাহ্বান। ফাইল ফটোঃ সংগ্ৰহীত।

8.6k
VIEWS
Share on FacebookShare on Twitter

আজি (দেওবাৰে) অনুষ্ঠিত হৈছে জাপানৰ সাধাৰণ নিৰ্বাচন। এই কঠোৰ যুঁজৰ নির্বাচনত শনিবাৰে অন্তিমবাৰৰ বাবে ভোটাৰসকলৰ পৰা ভোট বিচাৰিছিল প্রার্থীসকলে৷ জনমত সমীক্ষা অনুসৰি শাসকীয় মিত্ৰজোঁটে এই নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা লাভ কৰাত ব্যৰ্থ হ’ব পাৰে।

২০০৯ চনৰ পিছত দেশখনৰ শাসকীয় লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টিৰ বাবে এইটোৱেই হ’ব পাৰে আটাইতকৈ বেয়া ফলাফল। দেশৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাৰ বাবেও এয়া এক ডাঙৰ আঘাত।

ইছিবা যোৱা মাহত এলডিপিৰ মুৰব্বী হিচাপে নিৰ্বাচিত হৈছিল। তেওঁৰ দলটোৱে ৭ দশক ধৰি জাপানত শাসন কৰি আহিছে। কিন্তু ৬৭ বছৰীয়া প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে দলটোৰ ভিতৰত তিক্ত প্ৰতিদ্বন্দ্বিতাৰ অন্তত ১ অক্টোবৰত জাপানৰ প্ৰধানমন্ত্ৰী হয়। ইয়াৰ পিছতে তেওঁ নতুন জাপানৰ প্ৰতিশ্ৰুতি দি আগতীয়াকৈ নিৰ্বাচনৰ কথা ঘোষণা কৰে।

লগতে পঢ়কঃ নিউজিলেণ্ডৰ বিৰুদ্ধে অনাকাংক্ষিত পৰাজয়; গৌতম গম্ভীৰৰ ‘অতি আগ্ৰাসী’ কৌশলেই দায়ী!

ইছিবাই হতাশগ্ৰস্ত গ্ৰাম্য অঞ্চল আৰু জাপানৰ জনসংখ্যা বৃদ্ধিৰ বাবে কৰ্মৰ সময় শিথিল কৰাৰ দৰে নীতিৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু বিবাহিত দম্পতীয়ে পৃথক উপাধি ল’বলৈ দিয়াকে ধৰি কেইবাটাও বিষয়ত তেওঁ পূৰ্বৰ স্থিতিৰ পৰা আঁতৰি গৈছে। তেওঁ নিজৰ মন্ত্ৰীসভাত মাত্ৰ দুগৰাকী মহিলাকহে নিযুক্তি দিছিল।

যোৱা শুকুৰবাৰে দৈনিক যোমমিউৰি শ্বিম্বুনে কৰা সমীক্ষাত দেখা গৈছে যে এলডিপি আৰু ইয়াৰ মিত্ৰজোঁটৰ অংশীদাৰ কমেইটোৱে সংসদৰ নিম্ন সদনত সংখ্যাগৰিষ্ঠতা লাভ কৰাত ব্যৰ্থ হ’ব। সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ এল ডি পিয়ে ২৩৩খন আসন লাভ কৰিব লাগিব। ২৩৩খন আসন নাপালে এল ডি পিয়ে চৰকাৰ গঠন কৰিবলৈ মিত্ৰতাৰ অংশীদাৰ বিচাৰিব লাগিব বা সংখ্যালঘু চৰকাৰ চলাব লাগিব।

স্থানীয় সংবাদ মাধ্যমৰ মতে, সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ ব্যৰ্থ হ’লে ইছিবাই পদত্যাগ কৰিব পাৰে। ইয়াৰ ফলত তেওঁ দেশৰ আটাইতকৈ কম সময়ৰ প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হ’ব।

লগতে পঢ়কঃ আপোনাৰ সন্তান পঢ়া-শুনাৰ প্ৰতি আগ্ৰহী নহয় নেকি? জানেনে কেনেকৈ সলনি কৰিব তেওঁলোকৰ মন?

জাপানৰ কনষ্টিটিউশ্যনেল ডেম’ক্ৰেটিক পাৰ্টিয়ে কেইবাটাও স্থানত এলডিপিক প্ৰত্যাহ্বান জনাইছে। দলটোৰ নেতৃত্বত আছে প্ৰাক্তন জনপ্ৰিয় প্ৰধানমন্ত্ৰী যোছিহিকো নোডা।

শনিবাৰে এল ডি পিক সমালোচনা কৰি নোডাই কয় যে এল ডি পিৰ ৰাজনীতি হৈছে তেওঁলোকক বহুত নগদ ধন দিয়াসকলৰ বাবে নীতি ক্ষিপ্ৰতাৰে ৰূপায়ণ কৰা।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd