• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ক’ৰ’না আতংক; জাপানৰ জাহাজত আক্ৰান্তৰ সৈতে আবদ্ধ ভাৰতীয় যুৱক

এন ই নাও নিউজ by এন ই নাও নিউজ
February 7, 2020 3:55 pm
Corona

জাপানত আবদ্ধ যুৱকজন

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চীনৰ লগতে বিশ্বৰ বিভিন্ন দেশত ক’ৰ’না ভাইৰাছে মহামাৰীৰ আকাৰ ধাৰণ কৰিছে।

এই পৰিস্থিতিত ৬২ গৰাকী ক’ৰ’না ভাইৰাছ আক্ৰান্ত লোকৰ সৈতে সুদূৰ জাপানৰ এখন জাহাজত আবদ্ধ হৈ আছে পশ্চিমবংগৰ উত্তৰ দিনাজপুৰৰ বাসিন্দা বিনয়কুমাৰ সৰকাৰ নামৰ যুৱকজন।

Apply Now

নিজৰ সন্তানৰ চিন্তাত বৰ্তমান টোপনি নোহোৱা হৈছে বিনয়কুমাৰৰ পিতৃ-মাতৃৰ।

পুত্ৰক দেশলৈ ঘুৰাই অনাৰ বাবে জাপান প্ৰশাসনৰ দ্বাৰস্থ হৈছে বিনয়ৰ পৰিয়াল।

বিনয়ক দেশলৈ ওভতাই অনাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছে কেন্দ্ৰীয় মহিলাৰ আৰু সমাজকল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী দেবশ্ৰী চৌধুৰীয়ে।

পশ্চিমবংগৰ উত্তৰ দিনাজপুৰৰ বাসিন্দা বিনয় কুমাৰ সৰকাৰে প্ৰিন্সেস ডায়মণ্ড জাহাজত কৰ্মৰত আছিল। কৰ্মসূত্ৰে জাপানতে থাকে বিনয়।

জাহাজৰ সৈতে বিনয়ে হংকঙৰ পৰা টকিঅ’লৈ উভতিছিল আৰু জাপান আৰক্ষীয়ে ক’ৰ’না ভাইৰাছ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি জাপানত প্ৰবেশৰ পূৰ্বেই জাহাজখনক বাধা প্ৰদান কৰে।

বিনয়ে জানিবলৈ দিয়া মতে, জাহাজখনত থকা মুঠ ১৬০ গৰাকী যাত্ৰীৰ ভিতৰত ৬২ গৰাকী ক’ৰ’না ভাইৰাছ আক্ৰান্ত।

ক’ৰ’না সংক্ৰমিত যাত্ৰীৰ সৈতে থাকিলেও বৰ্তমানলৈ সুস্থ হৈ আছে বিনয় কুমাৰ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘দিমাগী নক্সাল’ বিতৰ্ক! ছাত্ৰৰ সপক্ষে থিয় দিয়া নাছিৰুদ্দিন শ্বাহক ‘বিপজ্জনক’ আখ্যা কেন্দ্ৰীয় মন্ত্ৰীৰ

‘দিমাগী নক্সাল’ বিতৰ্ক! ছাত্ৰৰ সপক্ষে থিয় দিয়া নাছিৰুদ্দিন শ্বাহক ‘বিপজ্জনক’ আখ্যা কেন্দ্ৰীয় মন্ত্ৰীৰ

October 29, 2026 2:16 pm
বন্ধুৰ বাবেও কৰৱা চৌথৰ ব্ৰত, স্বামীৰ দৰে সম্পৰ্কৰ অভিযোগ! ১৩ বছৰৰ দাম্পত্যত যতি পেলালে আদালতে

বন্ধুৰ বাবেও কৰৱা চৌথৰ ব্ৰত, স্বামীৰ দৰে সম্পৰ্কৰ অভিযোগ! ১৩ বছৰৰ দাম্পত্যত যতি পেলালে আদালতে

October 29, 2026 1:39 pm
RSSৰ মুখ্য কাৰ্যালয় থকা নাগপুৰত বিজেপিক পৰাস্ত কৰিলে কংগ্ৰেছে, ৩,২৭১ ভোটৰ ব্যৱধানত জয়ী অভিজিত ৱানজাৰি

RSSৰ মুখ্য কাৰ্যালয় থকা নাগপুৰত বিজেপিক পৰাস্ত কৰিলে কংগ্ৰেছে, ৩,২৭১ ভোটৰ ব্যৱধানত জয়ী অভিজিত ৱানজাৰি

October 29, 2026 12:05 pm
ড্ৰীম ৱেভ কনষ্ট্ৰাকচনৰ বিৰুদ্ধে কোটি কোটি টকাৰ ভূমি লেনদেনৰ অভিযোগ ৰাইজৰ দলৰ, ইডিৰ তদন্তৰ দাবী

ড্ৰীম ৱেভ কনষ্ট্ৰাকচনৰ বিৰুদ্ধে কোটি কোটি টকাৰ ভূমি লেনদেনৰ অভিযোগ ৰাইজৰ দলৰ, ইডিৰ তদন্তৰ দাবী

October 29, 2026 11:57 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘দিমাগী নক্সাল’ বিতৰ্ক! ছাত্ৰৰ সপক্ষে থিয় দিয়া নাছিৰুদ্দিন শ্বাহক ‘বিপজ্জনক’ আখ্যা কেন্দ্ৰীয় মন্ত্ৰীৰ

‘দিমাগী নক্সাল’ বিতৰ্ক! ছাত্ৰৰ সপক্ষে থিয় দিয়া নাছিৰুদ্দিন শ্বাহক ‘বিপজ্জনক’ আখ্যা কেন্দ্ৰীয় মন্ত্ৰীৰ

October 29, 2026 2:16 pm
বন্ধুৰ বাবেও কৰৱা চৌথৰ ব্ৰত, স্বামীৰ দৰে সম্পৰ্কৰ অভিযোগ! ১৩ বছৰৰ দাম্পত্যত যতি পেলালে আদালতে

বন্ধুৰ বাবেও কৰৱা চৌথৰ ব্ৰত, স্বামীৰ দৰে সম্পৰ্কৰ অভিযোগ! ১৩ বছৰৰ দাম্পত্যত যতি পেলালে আদালতে

October 29, 2026 1:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd