• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

১৪ বছৰ পাকিস্তানৰ জে’লত বন্দী ভাৰতীয় যুৱকঃ ৰাখী পিন্ধিব নোৱাৰাৰ আক্ষেপ ভগ্নীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 9, 2025 4:25 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৪ বছৰ পাকিস্তানৰ কোট লখপাট কেন্দ্ৰীয় কাৰাগাৰত বন্দী ভাতৃ। প্ৰতি বছৰে কান্দোনেৰে ৰাখীবন্ধন পাৰ হৈ যায়। পেহেলগাম আক্ৰমণৰ পাছত দুয়োখন দেশৰ মাজত কুৰিয়ৰ সেৱা বন্ধ কৰি দিয়া হয়। গতিকে ভাতৃৰ আগত নিজৰ অনুভৱবোৰ কঢ়িয়াই নিয়াৰ কোনো উপায় নাই। তথাপিও সংঘমিত্ৰ খোবৰাগড়ে এই বিশেষ দিনটোত ভাতৃৰ কথা ভাবি আৱেগিক চিঠি লিখে।

চিঠিখনত সংঘমিত্ৰই লিখিছে, ‘ভাই, ৰাখী বন্ধনৰ দিনা তোমাক বহুত স্মৰণ কৰিছোঁ। মই তোমাক ৰাখী পঠাব বিচাৰো, কিন্তু তুমি ভাৰতৰ পৰা বহু দূৰত। মই এই ৰাখীখন মৰমেৰে পঠাব বিচাৰো, আৰু চৰকাৰে লাহোৰৰ কোট লখপট কাৰাগাৰত পঠিয়াব লাগে, যাতে এগৰাকী ভগ্নীৰ ৰাখী পিন্ধাৰ ইচ্ছা পূৰণ হয়। মই এগৰাকী দুৰ্ভগীয়া ভগ্নী। মায়ে তোমাক বহুত মনত পেলাই, তোমাৰ বাবে অপেক্ষা কৰি আছে। তোমাৰ ভতিজা-ভতিজীয়েও তোমাক চাব বিচাৰে…।’

Apply Now

উল্লেখ্য যে, প্ৰসন্নজিত এসময়ত এজন মেধাৱী ফাৰ্মাচীৰ ছাত্ৰ আছিল। বহু বছৰৰ আগতে নিৰুদ্দেশ হৈছিল। পৰিয়ালটোৱে ভাবিছিল যে তেওঁ হয়তো জীয়াই নাথাকে। ২০২১ চনত কোট লখপট জেলত এজন প্ৰাক্তন ভাৰতীয় বন্দীয়ে কৈছিল যে প্ৰসন্নজিত জীয়াই আছে। চৰকাৰী তথ্য অনুসৰি ২০১৯ চনৰ অক্টোবৰ মাহত বাটাপুৰ অঞ্চলৰ পৰা পাকিস্তানে তেওঁক গ্ৰেপ্তাৰ কৰিছিল।যদিও জেলত তেওঁৰ নাম বেলেগ ধৰণে পঞ্জীয়ন হৈছিল, পিছত তেওঁ নিজৰ প্ৰকৃত পৰিচয় আৰু পৰিয়ালটো প্ৰকাশ কৰিছিল।

প্ৰসন্নজিতৰ দেউতাকে বছৰ বছৰ ধৰি পুত্ৰৰ বাবে অপেক্ষা কৰি আছিল। জীৱনৰ শেষ দিনটোলৈকে সেই আশা হৃদয়ত লৈ দিনবোৰ পাৰ কৰিলে। মাতৃগৰাকী মানসিকভাৱে অসুস্থ, আৰু এতিয়াও বিশ্বাস কৰে যে তেওঁৰ পুত্ৰ জবলপুৰত আছে। সংঘমিত্ৰ পেছাত দৈনিক মজুৰি শ্ৰমিক, সন্তান দুটাক ঘৰত এৰি কাৰ্যালয়ৰ পৰা কাৰ্যালয়লৈ গৈ ভাতৃৰ বাবে চৰকাৰী সাহায্য বিচাৰি ফুৰে। পৰিয়ালত উত্তেজনাৰ মাজতো তেওঁ আশা এৰি দিয়া নাই। তেওঁৰ মতে যদি চৰকাৰে ক্ষিপ্ৰ পদক্ষেপ লয় তেন্তে হয়তো এদিন ৰাখী বন্ধন সঁচাকৈয়ে তেওঁলোকৰ বাবে আনন্দৰ উৎসৱ হৈ পৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd