• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জেল-হাজোতৰ পৰা বাচিবলৈ ৰাছিয়ান সেনাবাহিনীত যোগদান ভাৰতীয় যুৱক! অৱশেষত…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 8, 2025 9:16 am
153
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুজৰাটৰ এজন ২২ বছৰীয়া যুৱকে ৰাছিয়াৰ সেনাবাহিনীত যোগদান কৰি ইউক্ৰেইনৰ বাহিনীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ ঘটনা চাঞ্চল্য সৃষ্টি কৰিছে। মৰ্বি জিলাৰ মাজোতিৰ বাসিন্দা চাহিল মহম্মদ হুছেইনে ড্ৰাগছৰ অভিযোগত কাৰাদণ্ডৰ পৰা মুক্তি পাবলৈ ৰাছিয়াৰ সেনাবাহিনীত যোগদান কৰিছিল বুলি জানিব পৰা গৈছে।

ইউক্ৰেইনৰ ৬৩ নং মেকানাইজড ব্ৰিগেডৰ সূত্ৰ মতে, হুছেইনক ফ্ৰণ্ট লাইনত নিয়োজিত কৰা হৈছিল আৰু মাত্ৰ তিনিদিনৰ ভিতৰতে তেওঁ আত্মসমৰ্পণ কৰে। যুদ্ধলৈ পঠোৱাৰ আগতে তেওঁ কেৱল ১৬ দিনৰ মৌলিক সামৰিক প্ৰশিক্ষণ লাভ কৰিছিল।

Apply Now

ব্ৰিগেডৰ দ্বাৰা প্ৰকাশ কৰা আৰু সামাজিক মাধ্যমত ভাইৰেল হোৱা এটা ভিডিঅ’ত হুছেইনে ৰাছিয়ান ভাষাত স্বীকাৰ কৰে, “মই সাত বছৰীয়া কাৰাদণ্ডৰ পৰা হাত সাৰিবলৈ ৰাছিয়াৰ বিশেষ সামৰিক অভিযানত স্বাক্ষৰ কৰিছিলো। কিন্তু যুদ্ধলৈ যোৱাৰ পিছত মই অনুতপ্ত হ’লোঁ।” তেওঁ লগতে কয়, “মই জেলত থাকিব বিচৰা নাছিলো, কিন্তু এতিয়া ইউক্ৰেইনৰ কাৰাগাৰত থকাই ভাল।”

 তেওঁ কয়, “মই মোৰ বন্দুক পেলাই দিলোঁ আৰু তেওঁলোকক ক’লোঁ যে মই যুদ্ধ কৰিব নিবিচাৰো।” তেওঁ অভিযোগ কৰে যে ৰাছিয়াই প্ৰতিশ্ৰুত ধন নিদিয়ে আৰু যুদ্ধৰ পৰিৱেশ সম্পূৰ্ণভাৱে “অমানৱিক”।

ব্ৰিগেডৰ টেলিগ্ৰাম প’ষ্টত কোৱা হৈছে, “হুছেইনে কাৰাগাৰৰ পৰা ৰক্ষা পাবলৈ যুদ্ধলৈ গ’ল, কিন্তু এইবাৰ ইউক্ৰেইনৰ জেলত বন্দী।” লগতে উল্লেখ কৰা হৈছে যে তেওঁ প্ৰথমে শিক্ষাৰ বাবে ৰাছিয়ালৈ গৈছিল যদিও ড্ৰাগছৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল।

কিয়েভস্থিত ভাৰতীয় দূতাবাসে এই দাবীসমূহৰ সত্যাসত্য নিৰূপণ কৰিছে, যদিও ইউক্ৰেইনৰ চৰকাৰে এতিয়ালৈকে আনুষ্ঠানিক তথ্য প্ৰদান কৰা নাই।

২০২২ চনত ৰাছিয়া-ইউক্ৰেইন সংঘাত আৰম্ভ হোৱাৰ পিছত এই ঘটনা পুনৰবাৰ সংঘটিত হৈছে। ভাৰতীয় নাগৰিকসকলে ৰাছিয়াৰ সেনাবাহিনীত নিযুক্ত হোৱাটো উদ্বেগ জনক। প্ৰায় ১৫০ জনতকৈ অধিক ভাৰতীয় ৰাছিয়াৰ সেনাত নিযুক্ত হৈছে, ইয়াৰ বহুজনক ভুৱা প্ৰতিশ্ৰুতি বা জোৰ-জবৰদস্তি কৰি যোগদান কৰোৱা হৈছিল।

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ৰাছিয়াক এতিয়ালৈকে ২৭ জন ভাৰতীয়ক মুকলি কৰি ঘূৰাই পঠিয়াবলৈ অনুৰোধ জনাইছে। সূত্ৰ অনুসৰি, সংঘাতত এতিয়ালৈকে ১২ জন ভাৰতীয় নিহত, ৯৬ জনক মুকলি কৰা হৈছে আৰু এই পৰ্যন্ত ১৬ জনৰ কোনো তথ্য লাভ কৰা নাই। ভাৰত চৰকাৰে ৰাছিয়াক শীঘ্ৰে এই সন্দৰ্ভত পদক্ষেপ ল’বলৈ আহ্বান জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

August 22, 2026 5:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd