• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৭৩ দিনৰ ভিতৰত দেশবাসীয়ে লাভ কৰিব কোভিডৰ বিনামূলীয়া ভেকচিন

এন ই নাও নিউজ by এন ই নাও নিউজ
August 23, 2020 10:20 am
covi22
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ৰ’ণা ভাইৰাছৰ ভেকচিন প্ৰস্তুতৰ বাবে বিশ্বৰ বিভিন্ন দেশৰ স্বাস্থ্য বিজ্ঞানী সকলে ৰাতিক দিন কৰি কাম কৰি আছে।

এই ক্ষেত্ৰত আমেৰিকাৰ অক্সফোৰ্ড বিশ্ববিদ্যালয়ে আবিষ্কাৰ কৰা কোভিডৰ ভেকচিন কোভিশ্বিল্ডে বিশেষ আশাৰ ৰেঙণি দেখুৱাইছে।

Apply Now

ভাৰতৰ পুনেস্থিত ছেৰাম ইনষ্টিটিউটৰ উদ্যোগত দেশৰ বিভিন্ন প্ৰান্তত কোভিশ্বিল্ডৰ মানৱ দেহত পৰীক্ষণ পূৰ্ণ গতিত চলি আছে।

শনিবাৰে ছেৰাম ইনষ্টিটিউটে দেশৰ তিনিটা স্থান ক্ৰমে পুনে,মুম্বাই আৰু আহমেদাবাদত কোভিশ্বিল্ডৰ পৰীক্ষণ সম্পন্ন কৰিছে।

মুঠ ১,৬০০ লোকৰ দেহত এই পৰীক্ষণ সম্পন্ন কৰা হৈছে। অহা পোন্ধৰ দিনৰ ভিতৰত এই পৰীক্ষণৰ ফলাফল জানিব পৰা যাব।

ছেৰাম ইনষ্টিটিউটে প্ৰকাশ কৰা মতে ভাৰত চৰকাৰে প্ৰতিষ্ঠানটোৰ পৰা ৬৮ কোটি কোভিশ্বিল্ড ভেকচিন বিচাৰিছে।

যিহেতু এই ভেকচিন বিধৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষণ চলি আছে সেয়ে ভেকচিন বিধ শীঘ্ৰে ব্যৱহাৰৰ বাবে মুকলি কৰি দিব পৰা যাব বুলি ছেৰম ইনষ্টিটিউটৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰিছে।

তেওঁৰ মতে ৭৩ দিনৰ ভিতৰত দেশবাসীক কোভিডৰ বিনামূলীয়া ভেকচিন আগবঢ়াব পৰা যাব।

ভাৰতত কোভিশ্বিল্ড ভেকচিনৰ উৎপাদন আৰু বিপণনৰ সম্পূৰ্ণ দায়িত্ব লাভ কৰিছে পুনেৰ ছেৰাম ইনষ্টিটিউটে।

Tags: COVID19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিটিএছ তাৰকা জংকুকৰ ঘৰত ১৩৩ বাৰ বেল বজালে এগৰাকী মহিলাই : শাস্তি হিচাপে দেশান্তৰ কৰাৰ পৰিকল্পনা চৰকাৰৰ

বিটিএছ তাৰকা জংকুকৰ ঘৰত ১৩৩ বাৰ বেল বজালে এগৰাকী মহিলাই : শাস্তি হিচাপে দেশান্তৰ কৰাৰ পৰিকল্পনা চৰকাৰৰ

June 25, 2026 5:11 pm
বিশ্বৰ দ্বিতীয় নিৰামিষাহাৰী চহৰ হ’বলৈ গৈ আছে নেকি তীৰ্থনগৰী বাৰাণসী? মাছ-মাংস পোৱাটো হৈ পৰিছে কঠিন

বিশ্বৰ দ্বিতীয় নিৰামিষাহাৰী চহৰ হ’বলৈ গৈ আছে নেকি তীৰ্থনগৰী বাৰাণসী? মাছ-মাংস পোৱাটো হৈ পৰিছে কঠিন

June 25, 2026 4:44 pm
অনলাইন প্ৰতাৰণাত টকা হেৰুৱালে ২৫ হাজাৰ টকা পৰ্যন্ত ধন ঘূৰাই দিব আৰ বি আইয়ে, জানি লওক নতুন নিয়ম

অনলাইন প্ৰতাৰণাত টকা হেৰুৱালে ২৫ হাজাৰ টকা পৰ্যন্ত ধন ঘূৰাই দিব আৰ বি আইয়ে, জানি লওক নতুন নিয়ম

June 25, 2026 4:40 pm
পৰিশোধ কৰিব লাগিব ১০০ কোটি টকাৰ ঋণ; নীৰৱ মোদীক লণ্ডনৰ আদালতৰ নিৰ্দেশ

পৰিশোধ কৰিব লাগিব ১০০ কোটি টকাৰ ঋণ; নীৰৱ মোদীক লণ্ডনৰ আদালতৰ নিৰ্দেশ

June 25, 2026 3:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিটিএছ তাৰকা জংকুকৰ ঘৰত ১৩৩ বাৰ বেল বজালে এগৰাকী মহিলাই : শাস্তি হিচাপে দেশান্তৰ কৰাৰ পৰিকল্পনা চৰকাৰৰ

বিটিএছ তাৰকা জংকুকৰ ঘৰত ১৩৩ বাৰ বেল বজালে এগৰাকী মহিলাই : শাস্তি হিচাপে দেশান্তৰ কৰাৰ পৰিকল্পনা চৰকাৰৰ

June 25, 2026 5:11 pm
বিশ্বৰ দ্বিতীয় নিৰামিষাহাৰী চহৰ হ’বলৈ গৈ আছে নেকি তীৰ্থনগৰী বাৰাণসী? মাছ-মাংস পোৱাটো হৈ পৰিছে কঠিন

বিশ্বৰ দ্বিতীয় নিৰামিষাহাৰী চহৰ হ’বলৈ গৈ আছে নেকি তীৰ্থনগৰী বাৰাণসী? মাছ-মাংস পোৱাটো হৈ পৰিছে কঠিন

June 25, 2026 4:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd