• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দেশৰ প্ৰথমখন “কোলাহলমুক্ত” চহৰ হোৱাৰ লক্ষ্য বান্ধি লৈছে ভাৰতৰ আটাইতকৈ পৰিস্কাৰ চহৰ ইন্দ’ৰে

দেশৰ আটাইতকৈপৰিস্কাৰ চহৰৰ স্বীকৃতি লাভৰ পিছতে ২০২১ত প্ৰথমখন 'কোলাহলমুক্ত' চহৰ হোৱাৰ দিশে ইন্দ'ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 17, 2020 2:26 pm
Indore

দেশৰ আটাইতকৈ পৰিস্কাৰ চহৰ ইন্দ'ৰৰ এক দৃশ্য, ফ'টো উৎস- ইন্টাৰনেট

4.1k
VIEWS
Share on FacebookShare on Twitter

স্বচ্ছ ভাৰত অভিযানৰ সমীক্ষাত ভাৰতৰ আটাইতকৈ পৰিস্কাৰ চহৰৰূপে স্বীকৃতি লাভ কৰা ইন্দ’ৰে দেশৰ আটাইতকৈ প্ৰদূষণ আৰু “কোলাহলমুক্ত” চহৰ হোৱাৰ লক্ষ্য বান্ধি লৈছে।

বিদ্যুৎ চালিত যন্ত্ৰৰ সহায়ত শব্দ নিয়ন্ত্ৰণৰ বিশেষ ব্যৱস্থা প্ৰয়োগ কৰি ইন্দ’ৰ চহৰৰ যান-বাহনৰ দ্বাৰা উৎপন্ন শব্দক ৰোধ কৰাৰ ব্যৱস্থা কৰা হ’ব বুলি জানিব পৰা গৈছে।

“২০২১ চনৰ ভিতৰত আমি ইন্দ’ৰক প্ৰদষূণমুক্ত কৰাৰ লগতে দেশৰ প্ৰথমখন ‘কোলাহলমুক্ত’ চহৰৰ মৰ্যাদা লাভৰ লক্ষ্য স্থিৰ কৰি লৈছো।” জিলা সমাহৰ্ত্তা লোকেশ যাদৱে সংবাদ প্ৰতিষ্ঠান পি টি আইৰ আগত এনেদৰে কয়।

যাদৱে লগতে আৰু কয় যে চহৰৰ উচ্চ ন্যায়ালয়ৰ লগতে চিকিৎসালয়, শিক্ষাষ্ঠান, পুৰণি আৱাস গৃহকে আদি কৰি ৩৯ টা উচ্চ প্ৰাবল্য শব্দৰ কোলাহলপূৰ্ণ ‘জ’ন’ক চিনাক্ত কৰি প্ৰতিবন্ধকতা লগাই ‘ছাইলেণ্ট জ’ন’ কৰাৰ প্ৰচেষ্টা চলি আছে।

“চহৰখনত বিয়া আদি কাৰ্যসূচীত যথেষ্ট পৰিমাণৰ উচ্চ প্ৰাবল্য শব্দৰে কোলাহলপূৰ্ণ পৰিৱেশ সৃষ্টি কৰা দেখা যায়, আমি তেনে অনুষ্ঠান আয়োজকৰ লগত আলোচনাৰ মাধ্যমেৰে সীমিত প্ৰাবল্য শব্দৰে তেনে অনুষ্ঠানবোৰ উদযাপন কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিম।” লগতে তেওঁ  কয়।

উল্লেখ্য যে ইন্দ’ৰ চহৰৰ আৱাসীৰ সংখ্যা হৈছে প্ৰায় ৩০ লক্ষ। আৰু ইয়াৰ আৱাসীসকলে চহৰখনক দেশৰ প্ৰথমখন কোলাহলমুক্ত চহৰ কৰাত জিলা কতৃপক্ষক সহযোগ কৰিব বুলি আশা প্ৰকাশ কৰিছে জিলা সমাহৰ্ত্তা যাদৱে।

অহা মাৰ্চ মাহৰ পৰা দেশৰ প্ৰথমখন স্মাৰ্ট চিটি হিচাপে ইন্দ’ৰত ডি আৰ পি লাইন প্ৰয়োগ কৰা হ’ব বুলিও জিলা সমাহৰ্ত্তাগৰাকীয়ে জানিবলৈ দিয়ে।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd