DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 8, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

Miss Universe 2021:২১ বছৰ প্ৰতীক্ষাৰ অৱসান! ভাৰতৰ হাৰনাজ সান্ধুৰ শিৰত মিছ ইউনিভাৰ্ছৰ খিতাপ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 13, 2021 9:50 am
WhatsApp Image 2021-12-13 at 9.42.17 AM
857
VIEWS
Share on FacebookShare on Twitter

Miss Universe 2021 সুদীৰ্ঘ ২১ বছৰৰ প্ৰতীক্ষাৰ অৱসান ঘটিল। ইজৰাইলত অনুষ্ঠিত মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাৰ ৭০ সংখ্যক সংস্কৰণত ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিলে চণ্ডীগড়ৰ যুৱতী হাৰনাজ সান্ধুৱে।

সুস্মিতা সেন আৰু লাৰা দত্তৰ পাছত তৃতীয়গৰাকী ভাৰতীয় সুন্দৰী হিচাপে হাৰনাজে মিছ ইউনিভৰ্ছিৰ খিতাপ জয় কৰিলে। সুস্মিতা সেনে ১৯৯৪ত আৰু লাৰা দত্তই ২০০০চনত এই খিতাপ জয় কৰিছিল।

২১ বছৰীয়া হাৰনাজ সান্ধুৱে শীৰ্ষ তিনিগৰাকী প্ৰতিযোগিতাৰ মাজত স্থান লাভ কৰাৰ পাছত এই খিতাপ জয় কৰিলে। আন দুগৰাকী পাৰাগুৱে আৰু দক্ষিম আফ্ৰিকাৰ প্ৰতিযোগীক পৰাজিত কৰি হাৰনাজে মিছ ইউনিভাৰ্ছ খিতাপ অৰ্জন কৰে।

হাৰনাজক বিজয়ীৰ খিতাপ শিৰত পিন্ধাই দিয়ে ২০২০ৰ মিছ ইউনিভাৰ্ছ খিতাপ বিজয়ী মেক্সিকোৰ এন্দ্ৰিয়া মেজাই।

২০১৮চনত হাৰনাজে মিছ ইণ্ডিয়া পঞ্জাৱ খিতাপ লাভ কৰাৰ পাছত দ্য লেণ্ডাৰ্ছ মিউজিক ভিডিঅ’ তেৰাতালিতো কাম কৰিছিল।

The new Miss Universe is…India!!!! #MISSUNIVERSE pic.twitter.com/DTiOKzTHl4

— Miss Universe (@MissUniverse) December 13, 2021

ইয়াৰ পাছত যোৱা ছেপ্টেম্বৰত হাৰনাজে মিছ ডিভা ইউনিভাৰ্ছ ইণ্ডিয়া ২০২১ৰ খিতাপ অৰ্জন কৰে। অভিনেত্ৰী কৃতি মেননে হাৰনাজক এই মুকুট শিৰত পিন্ধাই দিছিল।  

Recent News

Mahua Moitra

মহুৱা মৈত্ৰৰ আপত্তিজনক শব্দ! উত্তপ্ত সংসদ: ক্ষমা খোজাৰ দাবী বিজেপিৰ

Shraddha Walkar murder

মিক্সিত গুৰি কৰা হৈছিল শ্ৰদ্ধা ৱাকাৰৰ দেহৰ হাড়! দিল্লী আৰক্ষীৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ দাবী

Rahul Gandhi

সংসদত প্ৰধানমন্ত্ৰী মোদী আৰু আদানীৰ পুৰণি ফটো! আক্ৰমণাত্মক ৰাহুল গান্ধী

chopper connectivity in Assam

ৰাজ্যৰ চাৰি জিলা সংযোগী ছটা পথত বুধবাৰৰ পৰা হেলিকপ্টাৰ সেৱা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd