• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

২২ জুনত গুৱাহাটীত অনুষ্ঠান পৰিৱেশন কৰিব জনপ্ৰিয় কৌতুক অভিনেতা জাকিৰ খানে

এন ই নাও নিউজ by এন ই নাও নিউজ
June 17, 2019 1:24 pm
ZakirKhan_Guwahati
1.5k
VIEWS
Share on FacebookShare on Twitter

২২ জুনত ভাৰতৰ আটাইতকৈ জনপ্ৰিয় কৌতুক অভিনেতা জাকিৰ খানে অনুষ্ঠান পৰিৱেশন কৰিব গুৱাহাটীৰ আই টি এ মাছখোৱাত। জনপ্ৰিয় ‘ছখট লৌণ্ডা’ই সম্পূৰ্ণ নতুন বিশেষ ষ্টেণ্ড আপ অনুষ্ঠান পৰিৱেশন কৰিব গুৱাহাটীত।

‘মই আপোনালোকক জনাবলৈ পাই সুখী অনুভৱ কৰিছো যে মই পুনৰবাৰ গুৱাহাটীত অনুষ্ঠান পৰিৱেশন কৰিম। পূৰ্বে মই চাৰিবাৰ গুৱাহাটীলৈ আহিছো। এইবাৰ মই পঞ্চমবাৰৰ বাবে গুৱহাটীত অনুষ্ঠান পৰিৱেশন কৰিম আৰু মই নিশ্চিত যে ই হ’ব পাঁচ গুণ অধিক ৰসিকতাভৰা। ২২ জুনত আপোনালোকক লগ পাম মাছখোৱাত’। এনেদৰে কয় জাকিৰ খানে।

আয়োজক প্ৰতিষ্ঠান অ’ এম এল এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেড আৰু কমেডি চাৰ্কিটে প্ৰেক্ষাগৃহ সম্পূৰ্ণৰূপে ভৰি পৰিব বুলি আশা প্ৰকাশ কৰিছে কিয়নো ইতিমধ্যে অনুষ্ঠানটোৰ বাবে বহু পৰিমাণে টিকট বিক্ৰী হৈছে।

‘আমি জাকিৰ খানক গুৱাহাটীত অনুষ্ঠান পৰিৱেশন কৰিবলৈ আমন্ত্ৰণ কৰি আনন্দিত। তেওঁ এগৰাকী জনতাৰ শিল্পী আৰু আমি নিশ্চিত যে গুৱাহাটীৰ দৰ্শকে তেওঁৰ অনুষ্ঠান উপভোগ কৰি ভাল পাব’। এইদৰে কয় আয়োজকে।

উল্লেখ্য যে বিগত বৰ্ষসমূহত অনুষ্ঠান পৰিৱেশন কৰাৰ সময়ত জাকিৰে এক নতুন ষ্টাইল সৃষ্টি কৰি লৈছে যি সাধাৰণ জনতাৰ মাজত অতি জনপ্ৰিয়। ‘হক ছে ছিংগল’ৰ দে ভিডিঅ’ৰ বাবে তেওঁ বিভিন্ন সন্মান লাভ কৰিছে আৰু যিয়ে তেওঁৰ ভাৰতীয় কমেডিৰ ক্ষেত্ৰত অতি জনপ্ৰয়ি কৰি তুলিছে।

ইফালে আয়োজকে জাকিৰ খানৰ অনুষ্ঠানৰ বাবে insider.inত টিকট লাভ কৰিব বুলি জানিবলৈ দিয়ে। টিকটৰ দাম ৪৯৯ টকাৰ পৰা ১২৯৯ টকাৰ ভিতৰত নিৰ্ধাৰণ কৰা হৈছে।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd