• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ক’ৰ’ণাতংকৰ বাবেই বাতিল কৰা হ’ল ভাৰত-ৰাছিয়া মৈত্ৰী সন্মিলন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 24, 2020 2:54 pm

1 min read

a russia
1.4k
VIEWS
Share on FacebookShare on Twitter

বিশ্বৰ বিভিন্ন দেশত ক’ৰ’ণা ভাইৰাছৰ নতুন ষ্টেইনৰ সংক্ৰমণ আৰম্ভ হোৱাৰ লগে লগে বহু ঠাইত লকডাউন আৰম্ভ হৈছে।

ভাৰততো একাধিক ৰাজ্যত লকডাউন ঘোষণা কৰা হৈছে।

ক’ৰ’ণাৰ সংক্ৰমণ পুনৰ আৰম্ভ হোৱালৈ চাই ভাৰত আৰু ৰাছিয়াৰ মাজত অনুষ্ঠিত হ’বলগীয়া মৈত্ৰী সন্মিলন বাতিল কৰা হৈছে।

আজি ভাৰতৰ বৈদেশিক দপ্তৰৰ মুখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱে এই কথা প্ৰকাশ কৰি কয় যে ভাৰতআৰু ৰাছিয়াৰ শীৰ্ষ প্ৰতিনিধিয়ে আলোচনা কৰি সন্মিলন খন বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

ভাৰতত থকা ৰাছিয়াৰ ৰাষ্ট্ৰদূত নিকোলাভ কুডাছেভে প্ৰকাশ কৰা মতে কোভিড অতিমাৰীয়ে পুনৰ মূৰ দাঙি উঠাৰ সময়ত সন্মিলন খন অনুষ্ঠিত কৰাৰ যুক্তি থাকিব নোৱাৰে।

সেই বাবেই উভয় পক্ষই আলোচনা কৰি সন্মিলন খন বাতলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি তেওঁ কয় । উল্লেখ্য এই সন্মিলনৰ পিছতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে ভাৰত ভ্ৰমণ কৰাৰো কথা আছিল।

ক’ৰ’ণাৰ নতুন সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত পুটিনৰ ভ্ৰমণো বাতিল হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে।

ক’ৰ’ণাতংকৰ বাবেই এই বছৰত কেইবাখনো সন্মিলন ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে কৰা হৈছে। জি-২০ কে ধৰি ৰাষ্ট্ৰসংঘৰো কেইবাখনো সন্মিলন ভাৰ্চুৱেলি কৰা হৈছে।

Recent News

কৃষকৰ উপদ্ৰৱৰ বাবেই দিল্লী-এন চি আৰ সীমান্তত ইণ্টাৰনেট সেৱা কৰ্তন কেন্দ্ৰীয় চৰকাৰৰ

কৃষকৰ উপদ্ৰৱৰ বাবেই দিল্লী-এন চি আৰ সীমান্তত ইণ্টাৰনেট সেৱা কৰ্তন কেন্দ্ৰীয় চৰকাৰৰ

কথাশিল্পী ইমৰাণ শ্বাহলৈ পদ্মশ্ৰী সন্মান, শিৱসাগৰত আনন্দৰ বন্যা

কথাশিল্পী ইমৰাণ শ্বাহলৈ পদ্মশ্ৰী সন্মান, শিৱসাগৰত আনন্দৰ বন্যা

মৰিগাঁও আৰু টীয়কত ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন

মৰিগাঁও আৰু টীয়কত ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন

গণৰাজ্য দিৱসৰ পেৰেডৰ প্ৰতীকপদত কোভিড ভেকচিন

গণৰাজ্য দিৱসৰ পেৰেডৰ প্ৰতীকপদত কোভিড ভেকচিন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd