• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সন্ত্ৰাসবাদক সাহায্য আৰু পুঁজি যোগান: ‘ধূসৰ তালিকা’ৰ পৰা মুকলি পাকিস্তান; ভাৰতৰ প্ৰতিক্ৰিয়া

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 22, 2022 8:50 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

India’s response as Pakistan out of FATF grey list সুদীৰ্ঘ চাৰি বছৰৰ পিছত পাকিস্তানক ফাইনেন্সিয়েল একচন টাস্ক ফ’ৰ্চৰ (FATF) ধূসৰ তালিকাৰ (Grey List) পৰা মুকলি কৰা হৈছে। এফএটিএফ হৈছে সন্ত্ৰাসবাদত বিত্তীয় যোগান আৰু ধন সৰবৰাহ নিৰীক্ষণ কৰা এক বৈশ্বিক সংস্থা।

ধনৰ লেনদেন প্ৰতিৰোধৰ বাবে শক্তিশালী ব্যৱস্থা আৰু সন্ত্ৰাসবাদত বিত্তীয় যোগান নিয়ন্ত্ৰণৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে পাকিস্তানক এই তালিকাৰ পৰা বাদ দিয়া হৈছে বুলি সংস্থাটোৱে জানিবলৈ দিছে।

লগতে পঢ়ক: গুগলক ১,৩৩৭ কোটি টকাৰ জৰিমনা কেন্দ্ৰৰ; ওলোটাই ‘সতৰ্ক’ কৰি দিলে চাৰ্চ ইঞ্জিন সংস্থাটোৱে

Apply Now

ধূসৰ তালিকাত থকাৰ অৰ্থ হৈছে আন্তৰ্জাতিক মুদ্ৰা নিধি, বিশ্ব বেংক, এছিয়ান ডেভেলপমেণ্ট বেংক, ইউৰোপীয় ইউনিয়নৰ পৰা ঋণ বা সহায় পোৱাৰ পৰা বঞ্চিত হোৱা।

পাকিস্তানৰ লগতে নিকাৰাগুৱাকো এই তালিকাৰ পৰা বাদ দিয়া হৈছে। অৱশ্যে ম্যানমাৰক এই ক’লা তালিকাত ৰখা হৈছে।

সন্ত্ৰাসবাদী কাৰ্যকলাপ চলোৱা আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপক পুঁজি যোগান ধৰাৰ অভিযোগত পাকিস্তানৰ নাম এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল। এফএটিএফ-য়ে পাকিস্তানৰ নাম ধূসৰ তালিকাৰ পৰা বাদ দি কয় যে পাকিস্তানে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বিত্তীয় যোগান হ্ৰাস কৰিছে।

লগতে পঢ়ক: সন্মুখৰ পৰা নেতৃত্ব! সামৰিক সমাৱেশ পৰিদৰ্শন কৰি স্নাইপাৰ চলালে পুটিনে (চাওক ভিডিঅ’)

এই বিষয়টোক লৈ এইবাৰ ভাৰতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে কয়, “এফএটিএফ-ৰ নিৰীক্ষণৰ ফলস্বৰূপে পাকিস্তানে ২৬/১১ ৰ মুম্বাই আক্ৰমণত জড়িত একাংশ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কিছু ব্যৱস্থা ল’বলৈ বাধ্য হৈছে। বৈশ্বিক স্বাৰ্থত পাকিস্তানে স্পষ্ট কৰিব লাগিব যে তেওঁলোকে ইয়াৰ নিয়ন্ত্ৰনাধীন এলেকাসমূহত সন্ত্ৰাসবাদৰ বিৰুদ্ধে আৰু সন্ত্ৰাসবাদক বিত্তযোগানৰ বিৰুদ্ধে বিশ্বাসযোগ্য পদক্ষেপ ল’ব।‘’

শুকুৰবাৰে এফএটিএফ-ৰ সভাপতি ছিংগাপুৰৰ টি ৰাজা কুমাৰে কয়, “পাকিস্তানক ধূসৰ তালিকাৰ পৰা বাদ দিয়া হৈছে। কিন্তু সন্ত্ৰাসবাদ নিয়ন্ত্ৰণ কৰিবলৈ তেওঁলোকৰ এতিয়াও বহুত কাম আছে। অৱশ্যে তেওঁলোকে ধূসৰ তালিকাৰ পৰা বাহিৰ হ’বলৈ সকলো চৰ্ত পূৰণ কৰিছে। আমি ইয়াত সন্তুষ্ট। কিন্তু আৰু অধিক কাম কৰিব লাগিব। পাকিস্তানে সন্ত্ৰাসবাদৰ বিত্তীয় যোগান প্ৰতিহত কৰিবলৈ এছিয়া-প্ৰশান্ত মহাসাগৰীয় গোটৰ সৈতে কাম কৰিব লাগিব।‘’

লগতে পঢ়ক: যিকোনো যুদ্ধৰ বাবে সাজু চীনৰ সশস্ত্ৰ বাহিনী; সতৰ্ক কৰি দিছে প্ৰতিৰক্ষা মন্ত্ৰী ৱেই ফেংহে

এই সন্দৰ্ভত ৰাজাই কয় যে পাকিস্তান আৰু এফএটিএফ-ৰ নিৰীক্ষণত নাথাকিব। পাকিস্তান চাৰি বছৰ ধৰি এই তালিকাত আছে। এফএটিএফ-য়ে পাকিস্তানক এই তালিকাৰ পৰা বাহিৰ হ’বলৈ ৩৪ টা চৰ্ত দিছিল। এফএটিএফ-ৰ এটা ১৫ জনীয়া দলে ২৯ আগষ্টৰ পৰা ২ছেপ্টেম্বৰলৈ পাকিস্তান ভ্ৰমণ কৰিছিল। সেই ভ্ৰমণকাৰী দলটোৰ প্ৰতিবেদনৰ আধাৰত পাকিস্তানক অৱশেষত এই ধূসৰ তালিকাৰ পৰা ৰেহাই দিয়া হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত প্ৰৱেশত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ উপদেষ্টাক! ঢাকাৰ ভাৰতীয় দূতক তলব

দিল্লীত প্ৰৱেশত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ উপদেষ্টাক! ঢাকাৰ ভাৰতীয় দূতক তলব

June 16, 2026 9:09 am
অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

June 16, 2026 8:09 am
ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

June 16, 2026 7:22 am
ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত প্ৰৱেশত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ উপদেষ্টাক! ঢাকাৰ ভাৰতীয় দূতক তলব

দিল্লীত প্ৰৱেশত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ উপদেষ্টাক! ঢাকাৰ ভাৰতীয় দূতক তলব

June 16, 2026 9:09 am
অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

June 16, 2026 8:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd