• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভাৰতত মুঠ কোভিড-১৯ সংক্ৰমিত ব্যক্তিৰ সংখ্যা ১ কোটি অতিক্ৰম

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 19, 2020 12:26 pm

1 min read

অসমত ক’ভিড সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৫২ গৰাকীলৈ বৃদ্ধি

প্ৰতিনিধিত্বমূলক চিত্ৰ

2.1k
VIEWS
Share on FacebookShare on Twitter

ভাৰতত বৰ্তমানলৈ মুঠ কোভিড-১৯ সংক্ৰমিত ব্যক্তিৰ সংখ্যাই শুকুৰবাৰে ১ কোটিৰ ঘৰ অতিক্ৰম কৰিছে।

বিগত ২৪ ঘণ্টাত ভাৰতত নতুনকৈ ২৫,১৫৩ গৰাকী ব্যক্তি কোভিড প’জিটিভ হয়।

শুকুৰবাৰে নতুনকৈ কোভিড প’জিটিভ হোৱা ২৫,১৫৩ গৰাকী ব্যক্তিৰ সৈতে ভাৰতত মুঠ কোভিড সংক্ৰমিত ব্যক্তিৰ সংখ্যা ১ কোটিৰ ঘৰ অতিক্ৰম কৰে।

ভাৰতত বৰ্তমানলৈ মুঠ ১,০০,০৪,৫৯৯ গৰাকী ব্যক্তি কোভিড-১৯ৰ দ্বাৰা সংক্ৰমিত হৈছে।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা এই তথ্য প্ৰকাশ কৰে।

আনহাতে, ভাৰতত কোভিডৰ সংক্ৰমণৰ ফলত প্ৰাণ হেৰুওৱা ব্যক্তিৰ সংখ্যাও ক্ৰমাৎ বৃদ্ধি পাই আছে।

শুকুৰবাৰৰ দিনটোলৈ ভাৰতত মুঠ ১,৪৫,১৩৬ গৰাকী ব্যক্তিয়ে কোভিডৰ সংক্ৰমণৰ ফলত প্ৰাণ হেৰুৱাইছে।

বৰ্তমান ভাৰতত ৩,০৮,৭৫১ গৰাকী সক্ৰিয় কোভিড ৰোগী আছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ পাছতে ভাৰতত সৰ্বাধিক কোভিড-১৯ৰ সংক্ৰমণ ঘটিছে।

আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰতত কোভিড সংক্ৰমিত ব্যক্তিৰ সংখ্যাই এক কোটি অতিক্ৰম কৰিছে।

Recent News

কৃষকৰ উপদ্ৰৱৰ বাবেই দিল্লী-এন চি আৰ সীমান্তত ইণ্টাৰনেট সেৱা কৰ্তন কেন্দ্ৰীয় চৰকাৰৰ

কৃষকৰ উপদ্ৰৱৰ বাবেই দিল্লী-এন চি আৰ সীমান্তত ইণ্টাৰনেট সেৱা কৰ্তন কেন্দ্ৰীয় চৰকাৰৰ

কথাশিল্পী ইমৰাণ শ্বাহলৈ পদ্মশ্ৰী সন্মান, শিৱসাগৰত আনন্দৰ বন্যা

কথাশিল্পী ইমৰাণ শ্বাহলৈ পদ্মশ্ৰী সন্মান, শিৱসাগৰত আনন্দৰ বন্যা

মৰিগাঁও আৰু টীয়কত ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন

মৰিগাঁও আৰু টীয়কত ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন

গণৰাজ্য দিৱসৰ পেৰেডৰ প্ৰতীকপদত কোভিড ভেকচিন

গণৰাজ্য দিৱসৰ পেৰেডৰ প্ৰতীকপদত কোভিড ভেকচিন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd