• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ICC World Cup 2023: এই ফৰ্মেটৰ বিশ্বকাপত ১ নম্বৰ দলটোৱে কেতিয়াও ছেমি ফাইনেলত জয়ী হোৱা নাই; উদ্বিগ্ন ভাৰতীয় অনুৰাগী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 14, 2023 7:53 am
726
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বকাপ ২০২৩-ৰ লীগ পৰ্যায়ত ৯খন খেলৰ ৯খনতে জয়লাভ কৰি ভাৰতে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ছেমি ফাইনেলৰ পূৰ্বে ভাৰতীয় অনুৰাগীসকল কিছু নিশ্চিন্ত দেখা গৈছে কিয়নো ৰোহিত বাহিনীয়ে অপৰাজিত হৈ গ্ৰুপ চেম্পিয়ন হ’বলৈ সক্ষম হৈছে। কিন্তু ইতিহাসলৈ উভতি চালে নিশ্চিন্ত হোৱাৰ কোনো থল নাই, বৰঞ্চ আশংকাত অনুৰাগীৰ নিদ্ৰা হৰিব পাৰে।

ভাৰত-নিউজিলেণ্ডৰ প্ৰথম ছেমি ফাইনেলৰ পূৰ্বে এনে এক পৰিসংখ্যা পোহৰলৈ আহিছে যিয়ে লাখ লাখ ভাৰতীয় অনুৰাগীৰ মন বিচলিত কৰিব। এই ক্ষেত্ৰত ভাৰত এক নম্বৰ দল হিচাপে ছেমি ফাইনেললৈ উন্নীত হোৱাটোৱে ক্ৰিকেট মহলত কিছু নিৰাশাৰ ডাৱৰো ছটিয়াই দিয়ে।

এতিয়ালৈকে ৰাউণ্ড ৰবিন লীগ ফৰ্মেটত খেলা এদিনীয়া বিশ্বকাপত সকলো সময়তে ছেমি ফাইনেলত প্ৰৱেশ কৰা এক নম্বৰ দলটোক কেতিয়াও চেম্পিয়নৰ মুকুট পিন্ধা দেখা যোৱা নাই। চেম্পিয়ন হোৱাটো দূৰৰে কথা, লীগ চেম্পিয়ন দলটোৱে ফাইনেলতো প্ৰৱেশ কৰিব পৰা নাই।

Apply Now

লগতে পঢ়কঃকোহলিৰ বিৰাট ৰেকৰ্ডৰ মাজতে উজলিছে ৰোহিত; গঢ়িলে এবছৰত সৰ্বাধিক ছয় মৰাৰ অভিলেখ

এইবাৰকে ধৰি ৰাউণ্ড ৰবিন লীগ ফৰ্মেটত মুঠ ৩ বাৰ বিশ্বকাপ খেলা হৈছে। অৰ্থাৎ বিশ্বকাপত সকলো দলেই নিজৰ মাজত লীগ মেচত এইবাৰকে ধৰি তৃতীয়বাৰৰ বাবে খেলপথাৰত নামিছে। বাকী সকলো বিশ্বকাপ গ্ৰুপ ফৰ্মেটত অনুষ্ঠিত হয়।

১৯৯২ চনত প্ৰথমবাৰৰ বাবে ৰাউণ্ড ৰবিন লীগ ফৰ্মেটত বিশ্বকাপৰ আয়োজন কৰা হয়। নিউজিলেণ্ডে ৮খন মেচৰ ৭খনত জয়েৰে ১৪ পইণ্ট লাভ কৰি লীগ চেম্পিয়ন হয়। প্ৰথম নম্বৰৰ পৰা নক আউটলৈ যোৱা নিউজিলেণ্ড ছেমি ফাইনেলত পাকিস্তানৰ হাতত পৰাস্ত হয়।

সেইবাৰৰ ছেমি ফাইনেলত নিউজিলেণ্ডে ৭ উইকেটত ২৬২ ৰান সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যুত্তৰত পাকিস্তানে ৬ উইকেটত ২৬৪ ৰান সংগ্ৰহ কৰি মেচখনত জয়লাভ কৰে। সেইবাৰ বিশ্ব চেম্পিয়ন হয় পাকিস্তান।

লগতে পঢ়কঃ বিৰাটনামা! এদিনীয়া বিশ্বকাপত কোহলিৰ প্ৰথমটো উইকেট; গেলেৰীত উদযাপন পত্নী অনুষ্কাৰ

২০১৯ চনত দ্বিতীয়বাৰৰ বাবে ৰাউণ্ড ৰবিন লীগ ফৰ্মেটত এদিনীয়া বিশ্বকাপ অনুষ্ঠিত হয়। ৯ খন মেচত ৭ খন জয়ৰে ১৫ পইণ্ট সংগ্ৰহ কৰি ভাৰত লীগ চেম্পিয়ন হয়। লীগৰ ১খন খেলত পৰাস্ত হয় টিম ইণ্ডিয়া। প্ৰথম নম্বৰৰ পৰা নক আউট হোৱা ভাৰতে সেইবাৰ ছেমি ফাইনেলত নিউজিলেণ্ডৰ হাতত পৰাস্ত হয়।

যোৱা বিশ্বকাপৰ প্ৰথমখন ছেমি ফাইনেল খেলত নিউজিলেণ্ডে ৮ উইকেটত ২৩৯ ৰান সংগ্ৰহ কৰিছিল। ভাৰতে বেটিং কৰিবলৈ নামি ২২১ ৰানত অল আউট হৈছিল। ইংলেণ্ড সেইবাৰ বিশ্ব চেম্পিয়ন হয়।

লগতে পঢ়কঃ ডিগ্ৰীৰ বজাৰ! বিশ হাজাৰৰ পৰা দুই লাখ টকাৰ দৰত বিক্ৰী ডিগ্ৰী, উৎখাত কু-চক্ৰ

২০২৩ চনত তৃতীয়বাৰৰ বাবে ৰাউণ্ড ৰবিন লীগ ফৰ্মেটত অনুষ্ঠিত হৈছে এদিনীয়া বিশ্বকাপ। এইবাৰ ভাৰতে ৯খন খেলত ১৮ পইণ্ট লাভ কৰি লীগ চেম্পিয়ন হৈছে।  এক নম্বৰৰ পৰা ছেমি ফাইনেললৈ উঠা ভাৰতৰ বাবে তেনেহ’লে ছেমি ফাইনেলত বা কি আছে? ভাৰতীয় অনুৰাগীৰ মনত কিন্তু এই প্ৰশ্নই খুন্দিয়াই গৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সামাজিক মাধ্যমত শিশুৰ নিৰাপত্তা: কেন্দ্ৰৰ কঠোৰ স্থিতিৰ পাছত মেটাৰ সিদ্ধান্তই আনিবনে যোগাত্মক পৰিৱৰ্তন?

সামাজিক মাধ্যমত শিশুৰ নিৰাপত্তা: কেন্দ্ৰৰ কঠোৰ স্থিতিৰ পাছত মেটাৰ সিদ্ধান্তই আনিবনে যোগাত্মক পৰিৱৰ্তন?

September 16, 2026 7:22 am
ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

September 15, 2026 8:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সামাজিক মাধ্যমত শিশুৰ নিৰাপত্তা: কেন্দ্ৰৰ কঠোৰ স্থিতিৰ পাছত মেটাৰ সিদ্ধান্তই আনিবনে যোগাত্মক পৰিৱৰ্তন?

সামাজিক মাধ্যমত শিশুৰ নিৰাপত্তা: কেন্দ্ৰৰ কঠোৰ স্থিতিৰ পাছত মেটাৰ সিদ্ধান্তই আনিবনে যোগাত্মক পৰিৱৰ্তন?

September 16, 2026 7:22 am
ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd