• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিধেয়ক বিচাৰিলেও সোণোৱালৰ ঘোষণা অসমত চিৰদিন খিলঞ্জীয়া মানুহে ৰাজত্ব কৰিব

ধেমাজিৰ জোনাইত আলি আয়ে লৃগাঙত অংশগ্ৰহণ মুখ্য মন্ত্ৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 21, 2019 8:03 am
ধেমাজিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ধেমাজিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

726
VIEWS
Share on FacebookShare on Twitter

‘’অসম কেবল খিলঞ্জীয়া লোকৰ বাবে আৰু ভবিষ্যতেও অসমৰ মাটিত খিলঞ্জীয়া লোকসকলে শাসন কৰিব, বহিৰাগতই কেতিয়াও অসমৰ ভূমিপুত্ৰ সকলক দমন কৰিব নোৱাৰিব’’ ধেমাজি জিলাৰ জোনাইত বুধবাৰে অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰ্যালয়ৰ উদ্যোগত আৰু ধেমাজি জিলা প্ৰশাসনৰ সহযোগত ৰাজ্যিক পৰ্য্যায়ত অনুষ্ঠিত হোৱা আলি আয়ে লৃগাঙত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি এই মন্তব্য অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।নাগৰিকত্ব সংশোধনী বিধেয়কক সোণোৱাল চৰকাৰখনে সমৰ্থন কৰি থকাৰ সময়তে এনে মন্তব্যই তাৎপৰ্য্য বহন কৰিছে।

অনুষ্ঠানত অংশলৈ সোণোৱালে মিচিং সকলৰ সাংস্কৃতিক ঐতিহ্যক সংৰক্ষণ কৰি বিশ্ববাসীৰ আগত তুলি ধৰাৰ বাবে জোনাইত এটা সাংস্কৃতিক ক্ষেত্ৰ স্থাপন কৰাৰ কথা ঘোষণা কৰে। সোণোৱালে ভাষণত মিচিং সকলক অসমৰ আটাইতকৈ কৰ্মমুখী আৰু সাংস্কৃতিকভাবে চহকী জনজাতি বুলি উল্লেখ কৰি জনজাতিটোৰ যুৱক সকলক ৰাজ্যৰ বাবে দায়বদ্ধতাৰে নেতৃত্ব লবলৈ আহ্বান জনায়।

আনহাতে, জোনাইৰ বহু সংখ্যক লোকৰ এতিয়াও ভূমি পট্টা নথকা প্ৰসংগ উল্লেখ কৰি সোণোৱালে কয় যে ৰাজ্য চৰকাৰে প্ৰায় এক লাখ লোকক এই বছৰতে ভূমি পট্টা দিয়াৰ সিদ্ধান্ত লৈছে।  সেই মৰ্মে অসমৰ খিলঞ্জীয়া মানুহৰ ভূমি অধিকাৰৰ বাবে গঠন কৰা হৰি শংকৰ ব্ৰহ্ম কমিতিৰ সিদ্ধান্ত সমূহ কাৰ্য্যকৰী কৰা হ’ব যাতে ৰাজ্যত কোনো ভূমিহীন লোক নাথাকে।

উল্লেখযোগ্য যে, অনুষ্ঠানত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে উপস্থিত থাকে সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী নৱ কুমাৰ দলে, বিধায়ক ভূৱন পেগু, ঋতুপৰ্ণা বৰুৱা, মিচিং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্যকাৰ্য্যবাহী পৰমানন্দ চায়েংগিয়া, সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্যকাৰ্য্যবাহী দিপুৰঞ্জন মাকৰাৰি আৰু মিচিং সাহিত্য সভাৰ সভাপতি বিদ্দেশ্বৰ দলেই।

Recent News

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd