• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰেইলৱেৰ প্ৰতিশ্ৰুতি : ইণ্ডিজেনাছ ষ্টুডেন্টছ ফ’ৰামৰ ৰেইল অৱৰোধ প্ৰত্যাহাৰ

Pankaj Kumar Deb পংকজ কুমাৰ দেব
হাফলং , February 17, 2020 12:35 pm

2 min read

IMG20200201130208

ইণ্ডিজেনাছ ষ্টুডেন্টছ ফ'ৰামৰ সংবাদমেল। ফাইল ফটো: নৰ্থইষ্ট নাও

7.7k
VIEWS
Share on FacebookShare on Twitter

ইণ্ডিজেনাছ ষ্টুডেন্টছ ফ’ৰাম চমুকৈ আইএছএফ নামৰ সংগঠনে আজিৰে পৰা হ’বলগীয়া অনিৰ্দিষ্টকালীন ৰেইল অৱৰোধ প্ৰত্যাহাৰ কৰিছে।

ব্ৰডগজ ৰেইলপথ নিৰ্মাণৰ কাৰণে ডিমা হাচাও জিলাত প্ৰায় পাঁচ শতাধিক পৰিয়ালৰ ঘৰ, খেতি-পথাৰ আদি ক্ষতিগ্ৰস্ত হৈছিল।

কিন্তু ৰেইল কৰ্তৃপক্ষই তেওঁলোকৰ বাকী থকা ক্ষতিপূৰণৰ ধন মোকলাই দিয়া নাই। ইয়াৰ বাবেই এই ৰেইল অৱৰোধ কাৰ্যসূচীৰ আহ্বান জনোৱা হৈছিল।

এন এফ ৰেইলৱেৰ ফালৰ পৰা জিলা উপায়ুক্তলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে মুখ্য প্ৰশাসনিক বিষয়া এইচ এছ যাদবে।

তেওঁ পত্ৰখনত উল্লেখ কৰে যে লামডিং-শিলচৰ ব্ৰডগজ প্ৰকল্প অতিপুৰণি। ইতিমধ্যে এই প্ৰকল্পৰ কাম শেষ হৈছে। বৰ্তমানে কোনো পুঁজি নাই।

IMG-20200216-WA0002
এন এফ ৰেইলৱেৰ মুখ্য প্ৰশাসনিক বিষয়াই জিলা উপায়ুক্তলৈ লিখা পত্ৰখন।

এনে পৰিস্থিতিত নতুন বিত্তীয় বছৰত ধন মোকলাই দিয়াৰ কাৰণে ৰেইলৱেৰ পৰা অৱগত কৰা হ’ল। অৰ্থাৎ ৩১ মাৰ্চৰ পাছত ক্ষতিপূৰণ দিয়া হ’ব।

ইপিনেস ৰেইলৱেৰ পৰা এই পত্ৰ লাভ কৰাৰ পাছত আইএছএফ নেতৃত্বই ৰেইল অৱৰোধ কাৰ্যসূচী উঠাই লোৱাৰ বাবে সাজু হয়।

আইএছএফৰ সভাপতি ডেভিদ কেইভমে নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা বাৰ্তালাপত কয়, ‘আমি ৰেইল বা চৰকাৰৰ ফালৰ পৰা যেতিয়া যি কৈছে মানি লৈছিলো। কিন্তু দুখীয়া ৰাইজে নিজৰ প্ৰাপ্য ধন নোপোৱা বাবে বাধ্য হৈ ৰেইল অৱৰোধৰ আহ্বান জনাইছিলো। কিন্তু এতিয়া যিহেতু ৰেইলৱেই প্ৰতিশ্ৰুতি দিছে সেই কাৰনে আমি এই অৱৰোধ উঠাই লৈছো।’

Recent News

IMG-20210115-WA0005

নগাঁৱত বনকৰ্মী মহেশ নাথৰ দুখনকৈ গ্ৰন্থ উন্মোচন

a doctor

ৰাজ্যৰ ১২ গৰাকী জ্যেষ্ঠ চিকিৎসকে সৰ্বপ্ৰথমে গ্ৰহণ কৰিব কোভিডৰ ভেকচিন

FB_IMG_1610717632176

বিশিষ্ট সাহিত্যিক সু- লেখিকা বীণা শৰ্মাৰ মৃত্যু, শোক স্তব্ধ নগাঁও

a gana

ভাৰতীয় গণনাট্য সংঘৰ জ্যোতি-স্মৰণ আৰু গণশিল্পী হেমাঙ্গ বিশ্বাস বঁটা প্ৰদান অনুষ্ঠান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd