• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পাইলটৰ সতৰ্কতাৰ বাবে কথমপি ৰক্ষা পৰিল কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাদকাৰী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 14, 2019 8:29 am

1 min read

Nitin-Gadkari
5.1k
VIEWS
Share on FacebookShare on Twitter

পাইলটৰ সতৰ্কতাৰ বাবে এটা নিশ্চিত দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল এখন ইণ্ডিগ’ বিমান। শেষ মূহুৰ্তত ধৰা পৰা গুৰুতৰ ত্ৰুতিৰ বাবেই বাতিল কৰিব লগীয়া হয় বিমানৰ উৰণ। লক্ষ্যণীয় কথা হ’ল বিমানখনত যাত্ৰী হিচাপে আছিল কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাদকাৰী।

উল্লেখ্য যে ইণ্ডিগ’ৰ 6E 636 বিমান এখন আজি ৰাতিপুৱাই নাগপুৰৰ পৰা দিল্লী অভিমুখে যাত্ৰা কৰাৰ কথা আছিল। টেক অফৰ পূৰ্বে দেখা দিয়া কাৰিকৰী বিজুতিৰ বাবেই পাইলটে বিমানখনৰ উৰণ বাতিল কৰাৰ সিদ্ধান্ত লয়।

ইয়াৰ পাছতে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাদকাৰীসহ বিমানখনত থকা অন্য ১৫৮ গৰাকী যাত্ৰীক সুকলমে অৱতৰণ কৰোৱা হয়।

ইফালে উৰণ বাতিল কৰাৰ সিদ্ধান্তৰ পাছতে বিমানখন ৰানৱেৰ পৰা পুনৰ টেক্সিৱেলৈ লৈ যোৱা হয়।

উল্লেখ্য যে আজি দিল্লীত অনুষ্ঠিত হ’ব লগীয়া কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত অংশ লোৱাৰ উদ্দেশ্যে নাগপুৰৰ পৰা দিল্লীলৈ অহাৰ কথা আছিল কেন্দ্ৰীয় পৰিবহন মন্ত্ৰী নীতিন গাদকাৰী।

কিন্তু শেষ মূহুৰ্তত বিমানত দেখা দিয়া কাৰিকৰী বিজুতিৰ বাবেই মন্ত্ৰী গৰাকীয়ে গুৰুত্বপূৰ্ণ কেবিনেট বৈঠকত উপস্থিত হ’ব নোৱাৰিব বুলি জানিব পৰা গৈছে।

Recent News

gang-rape

এবাৰ দুবাৰ নহয়, তিনিবাৰকৈ অপহৰণ কৰি নি ১৩ বছৰীয়া কিশোৰীক দলৱদ্ধ ধৰ্ষণ ৯ জনৰ

Legendary classical musician Ustad Ghulam Mustafa Khan dies at 89

ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ কিংবদন্তি শিল্পী ওস্তাদ গুলাম মুস্তাফা খান আৰু নাই

a modi

মাৰ্ঘেৰিটাত ৩ শতাধিক সমৰ্থকসহ জ্যেষ্ঠ কংগ্ৰেছ নেতা হৰিনন্দ গড়ৰ AJP দলত যোগদান

index.jpgn

কাজিৰঙাত আৰণ্যক আৰু ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত গাঁওৰক্ষী বাহিনীৰ মাজত সজাগতাৰ অভিযান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd