• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

ইণ্ডোনেছিয়াত নিষিদ্ধ কৰা হ’ল বিবাহ বৰ্হিভূত যৌন সম্পৰ্ক

এই আইন কেৱল ইণ্ডোনেছিয়াৰ নাগৰিক সকলৰ বাবেই নহয়, বিদেশী নাগৰিক তথা পৰ্যটক সকলৰ বাবেই প্ৰযোজ্য হ’ব এই আইন

নৰ্থ ইষ্ট নাও by নৰ্থ ইষ্ট নাও
December 7, 2022 9:57 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইণ্ডোনেছিয়াৰ সংসদে নিষিদ্ধ তথা বেআইনী ঘোষণা কৰিলে বিবাহ বৰ্হিভূত যৌন সম্পৰ্কক। ইণ্ডোনেছীয়াৰ নতুন ফৌজদাৰী আইনৰ জৰিয়তে বিবাহ বহিৰ্ভূত যৌন সম্পৰ্কত নিষেধাজ্ঞা আৰোপ কৰিছে সংসদে।

এতিয়াৰ পৰা অবিবাহিত লোকে ইণ্ডোনেছিয়াত যৌন সম্পৰ্ক স্থাপন কৰিলে সন্মুখীন হ’ব লাগিব শাস্তিৰ। কোনো ব্যক্তিয়ে এই নতুন আইন ভংগ কৰি বিবাহ বৰ্হিভূত ভাবে শাৰীৰিক সম্পৰ্কত লিপ্ত হ’লে লাভ কৰিব পাৰে এবছৰ পৰ্যন্ত কাৰাগাৰ।  অহা তিনি বছৰৰ ভিতৰত ইণ্ডোনেছিয়াত কাৰ্যকৰী হ’ব এই বিশেষ আইন।

Apply Now

উল্লেখ্য যে ইণ্ডোনেছীয়াত ক্ৰমশঃ বাঢ়ি আহিছে ইছলামীয় ৰক্ষণশীলতা। ৰাজনৈতিক ক্ষেত্ৰখনতো পৰিছে ইছলামীয় ৰক্ষণশীলতাৰ প্ৰভাৱ। যাৰ ফলত উদয় হৈছে এনে ৰক্ষণশীল আইনৰ প্ৰসংগ।

আনহাতে সমালোচকসকলে এই আইনখনক দেশখনৰ মানৱ অধিকাৰৰ বাবে এক “দুৰ্যোগ” বুলি অভিহিত কৰিছে, যিয়ে ইণ্ডোনেছিয়াৰ বিনিয়োগ আৰু পৰ্যটনত ডাঙৰ প্ৰভাৱ পেলাব পাৰে। কাৰণ এই আইন কেৱল ইণ্ডোনেছিয়াৰ নাগৰিক সকলৰ বাবেই নহয়, বিদেশী নাগৰিক তথা পৰ্যটক সকলৰ বাবেই প্ৰযোজ্য হ’ব এই আইন। ইতিমধ্যে জাকাৰ্টাত একাংশ যুৱকে এই নতুন আইনখনৰ বিৰুদ্ধে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ।

উল্লেখ্য যে ইণ্ডোনেছিয়া এখন পৰ্যটন কেন্দ্ৰিক দেশ। ভাৰতকে ধৰি বিভিন্ন দেশৰ অবিবাহিত লোকে বছৰৰ বিভিন্ন সময়ত ইণ্ডোনেছিয়াৰ বালি আদি ঠাইলৈ মনোৰনঞ্জৰ বাবে আহে। এই আইনৰ ফলত এতিয়া বিদেশী নাগৰিকৰ আগমন হ্ৰাস পাব দেশ খনলৈ।  আনহাতে ইণ্ডোনেছিয়াত দৰিদ্ৰ মুছলমান পৰিয়ালৰ লাহ লাখ দম্পতীৰ লগত নাই বিবাহৰ প্ৰমাণ পত্ৰ। যাৰ বাবে কেতিয়াবা কিবা কাৰণত বিপদত পৰাৰ সম্ভাৱনা আছে এই সকল দম্পতী। লগতে LGBT সম্প্ৰদায়ৰ লোক সকলো ক্ষতিগ্ৰস্ত হ’ব এই আইনৰ জৰিয়তে।

প্ৰসংগক্ৰমে , ইণ্ডোনেছিয়া এখন মুশ্লীম প্ৰধান দেশ। ইণ্ডোনেছীয়া নাম ধৰ্ম নিৰপেক্ষ হ’লেও ইয়াৰ ৰাজনৈতিক তন্ত্ৰ খুবেই ৰক্ষণশীল। ইয়াত কোনো নাস্তিক ব্যক্তি থাকিব নোৱাৰে। দেশখনৰ ছয়টা স্বীকৃত ধৰ্মৰ ভিতৰত যিকোনো এটা ধৰ্ম গ্ৰহণ কৰাটো বাধ্যতামূলক ইয়াৰ অধিবাসী সকলৰ বাবে।

নৰ্থ ইষ্ট নাও

নৰ্থ ইষ্ট নাও

Stay Connected

  • 117k Fans

Recent News

ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

September 13, 2026 4:41 pm
কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

September 13, 2026 3:37 pm
বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

September 13, 2026 12:38 pm
ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

September 13, 2026 11:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

September 13, 2026 4:41 pm
কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

September 13, 2026 3:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd