• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মুদ্ৰাস্ফীতি! পাকিস্তানত এটা কণীৰ দাম ৩০টকা, ১ কিলো আদাৰ দামৰ ১হাজাৰ টকা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 24, 2020 5:51 pm

1 min read

pakistan market
217
VIEWS
Share on FacebookShare on Twitter

মুদ্ৰাস্ফীতিৰ বাবে পাকিস্তানৰ আৰ্থিক অৱস্থা নাজল-নাথল হৈ পৰিছে। অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম আকাশলংঘী হৈ পৰিছে।

সৰ্ব সাধাৰণ লোকৰ বহুতেই তেওঁলোকৰ দৈনন্দিন নিত্য প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিবলৈ গৈ উপায়হীন হৈ পৰিছে।

বৰ্তমান পৰিস্থিতি এনে পৰ্যায় পাইছে যে দেশখনত এটা কণী ৩০টকাত বিক্ৰী হৈছে। পাকিস্তানত এক ডজন কণী কিনিবলৈ এতিয়া ৩৫০টকাৰ প্ৰয়োজন।

শীতৰ বতৰত পাকিস্তানত কণীৰ চাহিদা বৃদ্ধি পাইছে। কিন্তু তাৰ লগতে বৃদ্ধি পাইছে ইয়াৰ দামো।

আনহাতে, পাকিস্তানত প্ৰতি কিলো চেনি বিক্ৰী হৈছে ১০৪টকাত। আনহাতে, আদাৰ প্ৰতি কিলোত দাম হৈছে ১হাজাৰ টকা।

দেশখনৰ অৰ্থনীতি ঘুৰাই অনাৰ প্ৰতিশ্ৰুতি দি শাসনলৈ আহিছিল বৰ্তমানৰ প্ৰধান মন্ত্ৰী ইমৰাণ খান। কিন্তু তেওঁৰ চৰকাৰে এই প্ৰতিশ্ৰুতি ৰক্ষা কৰিব পৰা নাই।

তথ্য অনুসৰি, পাকিস্তানৰ জনসংখ্যাৰ ৫০শতাংশই বৰ্তমান দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰি আছে।

Recent News

বিৰাট কোহলী, অভিনেত্ৰী তমন্না ভাটিয়ালৈ কেৰালা উচ্চ ন্যায়ালয়ৰ জাননী

বিৰাট কোহলী, অভিনেত্ৰী তমন্না ভাটিয়ালৈ কেৰালা উচ্চ ন্যায়ালয়ৰ জাননী

index

ত্ৰিপুৰাৰ শিক্ষক বিক্ষোভত নিৰাপত্তাৰক্ষীসহ শতাধিক বিক্ষোভকাৰী আহত : ২ শতাধিক বিক্ষোভকাৰী শিক্ষকক গ্ৰেপ্তাৰ

BTR

এনডিএফবিৰ নেতা ধীৰেণ বড়োক ওভতি ধৰিলে বিটিচি প্ৰধান প্ৰমোদ বড়োৱে

India Republic Day

কৃষকৰ ট্ৰেক্টৰ ৰেলীৰ হিংসা : ‘ভাৰতে লাল কিল্লাত ৰাষ্ট্রীয় পতাকাক কৰা অপমান সহ্য নকৰে’; কঠোৰ হ’ব কেন্দ্ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd