• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অ’ভাৰলেপিং : ৫১,৩৯৭ সলনি মাত্ৰ ২০-২৫ হাজাৰেহে নিযুক্তি পোৱাৰ সম্ভাৱনা প্ৰকট হৈছে

স্ব-বিৰোধী কথাৰে যুৱ সমাজক নিযুক্তিৰ নামত প্ৰতাৰণা কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। প্ৰয়োজনত আইনৰ সংশোধন কৰি হ'লেও ৱেটিং লিষ্ট প্ৰকাশ কৰকঃ ডি ৱাই এফ আই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 9, 2023 7:31 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰৰ ৫১ হাজাৰ পদত আৰম্ভ হোৱা নিযুক্তি প্ৰক্ৰিয়াত সৃষ্টি হোৱা অ’ভাৰলেপিঙৰ সমস্যা সমাধানৰ নামত মিছা কথাৰ আশ্ৰয় লৈছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। অ’ভাৰলেপিঙৰ ফলত ৫১,৩৯৭ টা খালী পদৰ সলনি মাত্ৰ ২০-২৫ হাজাৰ টা মান পদতহে নিযুক্তি পোৱাৰ সম্ভাৱনা প্ৰকট হৈছে। চৰকাৰে ব্যাপক প্ৰচাৰৰ মাজেৰে এক লাখ নিযুক্তিৰ যি শ্লোগান দি আহিছে সেয়া যে ফুটুকাৰ ফেনত পৰিনত হ’ব সেয়া শেহতীয়া ঘটনাই প্ৰমাণিত হ’ব ধৰিছে।

ডি ৱাই এফ আইয়ে পূৰ্বৰে পৰা অ’ভাৰলেপিঙৰ সমস্যা সমাধান কৰি এটাও যাতে পদ খালী হৈ নাথাকে তাৰ বাবে ৱেটিং লিষ্টৰ ব্যৱস্থা কৰাৰ লগত গোটেই পৰীক্ষা ব্যৱস্থাৰ স্বচ্ছতাৰ বাবে প্ৰাপ্ত নম্বৰসহ কাট অফ নম্বৰ প্ৰকাশৰ দাবী জনাই আহিছিল। কিন্তু কালি সংবাদ মেল যোগে মুখ্যমন্ত্ৰীয়ে উচ্চবাচ্য কৰি অ’ভাৰলেপিঙৰ সমস্যা অস্বীকাৰ কৰাৰ লগতে ৱেটিং লিষ্টৰ ব্যৱস্থা The Assam Fiscal Responsibility and Budget Mangement  Act-2005  (FRBM) আইন অনুসৰি কৰিব পৰা নাযায় বুলি ঘোষণা কৰে।

Apply Now

লগতে পঢ়কঃ অপাৰ ধৈৰ্য শক্তি : এচি ৰুমত পিতৃৰ মৃতদেহ থৈ পৰীক্ষা দিবলৈ গ’ল কন্যা

এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে যে স্ব-বিৰোধৰ আশ্ৰয় লৈছে আৰু যৱক-যুৱতীসকলক প্ৰতাৰণা কৰা কৰাৰ বাবে আগবাঢ়িছে সেয়া স্পষ্ট। উল্লেখযোগ্য যে অসম চৰকাৰৰ অধীনৰ গুৱাহাটী উচ্চ ন্যায়ালয়কে ধৰি বিভিন্ন কোৰ্ট, ট্ৰিব্যুনেল আদিৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াত ৱেটিং লিষ্ট প্ৰকাশ কৰিছিল। এনে ক্ষেত্ৰত অসম চৰকাৰে ৱেটিং লিষ্ট প্ৰকাশ কৰিব নোৱাৰাৰ কোনো যুক্তি নাই। কাৰণ  এজন প্ৰাৰ্থীয়ে য’ত ৩০/৪০ টাকৈ পদৰ বাবে নিৰ্বাচিত হৈ মাত্ৰ এটা পদ যোগদান কৰি আৰু বাকী পদ বোৰ খালী হৈ পৰি থাকিব। এজন প্ৰাৰ্থীয়ে প্ৰাদেশিকীকৃত হাইস্কুল, চৰকাৰী হাইস্কুল, প্ৰাদেশিকীকৃত উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়কে ধৰি চাৰিটা পদত নাম আহিছে। এনে বহু প্ৰাৰ্থী আছে যাৰ হাইস্কুলৰ বিজ্ঞান শাখাৰ লগতে হিন্দী শাখাটো নাম আহিছে। হাইস্কুল শিক্ষকৰ বাচনি তালিকাত নাম অহা বহু প্ৰাৰ্থীৰ তৃতীয় বিভাগৰ পদতো নাম আহিছে। এনে প্ৰাৰ্থীৰ বেছি ভাগেই এটা পদ ৰাখি বাকী পদৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰিব বিচাৰে। কিন্তু চৰকাৰে জানি-শুনিও তেনে কোনো ব্যৱস্থা কৰা নাই। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ অ’ভাৰলেপিঙৰ কথা ইতিমধ্যে বিস্তৃত প্ৰকাশ পাইছে।

লগতে পঢ়কঃ মণিপুৰৰ হিংসা : প্ৰাক্তন ডিজিপি হৰেকৃষ্ণ ডেকাৰ নেতৃত্বত SIT তদন্ত বিচাৰি ট্ৰাইবেল ফ’ৰাম

আচৰিত কথা হৈছে চৰকাৰে নিকা আৰু স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়া বুলি দাবী কৰাৰ সময়তে নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ প্ৰাপ্ত নম্বৰ, কাট অফ নম্বৰসহ কোনো নাম-তালিকা প্ৰকাশ নকৰিলে। এইবোৰ কথা এটা কথাই প্ৰমাণ কৰে যে চৰকাৰে এক লাখ বা একৱান্ন হাজাৰৰ নিযুক্তি এক ৰাজনৈতিক প্ৰচাৰ হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে আৰু প্ৰকৃততে নিযুক্তি পোৱা প্ৰকৃত যুৱক-যুৱতীৰ সংখ্যা ২০/২৫ হাজাৰৰ ভিতৰতে সীমিত কৰি ৰাখিব বিচাৰিছে।

নিবনুৱা যুৱক-যুৱতীৰ জীৱনক লৈ এই প্ৰতাৰণাৰ খেল নেখেলিবলৈ ড°হিমন্ত বিশ্ব শৰ্মা চৰকাৰলৈ ডি ৱাই এফ আইয়ে  শকীয়াই দিছে।

ডি ৱাই এফ আইয়ে পূৰ্বতেও যুক্তি দাঙি ধৰি কৈছে যে  চৰকাৰৰ আইন “The Assam Direct recruitment for class III and class IV Analogous post Rules, 2022”  ৰ  ১২ নং অনুচ্ছেদৰ ৩ নং দফাত থকা ব্যৱস্থাৰ ভিত্তিতো ৱেটিং লিষ্টৰ ব্যৱস্থা কৰিব পাৰে। এই আইন অনুসৰি  বিজ্ঞাপন দিয়া পদসমূহ পূৰণ নহ’লে পৰৱৰ্তী তালিকাৰ ব্যৱস্থা কৰিব পাৰে। সেয়ে অতি শীঘ্ৰে এক কেবিনেট সিদ্ধান্তৰ জৰিয়তে পৰীক্ষাত অৱতীৰ্ণ হোৱা যুৱক-যুৱতীৰ ফলাফলৰ ভিত্তিত পৰৱৰ্তী তালিকা প্ৰস্তুত কৰা উচিত আৰু খালী ৰৈ যোৱা পদত নিযুক্তি দিয়া উচিত।

লগতে পঢ়কঃ অৱশেষত গ্ৰেপ্তাৰ হ’ল পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খান

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd