• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কলাগুৰুক চৰম অপমান! গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহায়ক পুথিত ৰাভাদেউৰ ভুল তথ্য উল্লেখ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 4, 2024 5:27 pm
70
VIEWS
Share on FacebookShare on Twitter

কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ জীৱন কীৰ্তিক কেন্দ্ৰ কৰি উপস্থাপিত ভুল তথ্যৰে বিতৰ্ক সূত্ৰপাত হৈছে। ‘আধুনিক অসমৰ নিৰ্মাতা’ নামৰ কিতাপখনৰ সহায়ক পুথিত বিষ্ণুপ্ৰসাদ ৰাভাৰ নামত বিভ্ৰান্তিকৰ তথ্যৰে পাঠ প্ৰকাশ হৈছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৪ বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ প্ৰথম ষাণ্মাসিকৰ বাধ্যতামূলক বহুমুখী পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা সহায়ক পুথিত পোৱা গৈছে এই ভুল তথ্যৰ অৱস্থিতি।

ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ অনুসৰি মানৱিক বিদ্যা আৰু সমাজ বিজ্ঞান-প্ৰথম খণ্ডৰ বাবে এই সহায়ক পুথিখন ধাৰ্য কৰা হৈছে।বিভিন্ন মহাবিদ্যালয়ৰ অধ্যাপকৰ সম্পাদনাত প্ৰকাশ পোৱা সহায়ক পুথিখনক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। পদ্মশ্ৰী, সংগীত নাটক অকাডেমীকে আদি কৰি বিভিন্ন বঁটা কলাগুৰুৱে লাভ কৰা বুলি পুথিখনত বহু বিভ্ৰান্তিকৰ তথ্য প্ৰকাশ পাইছে। বিষ্ণুপ্ৰসাদ ৰাভাৰ পৰিয়ালৰ তৰফৰ পৰাও এই বিভ্ৰান্তিকৰ তথ্যক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

সহায়ক পুথিখন বিভিন্ন মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপকৰ দ্বাৰা সম্পাদিত। সূৰ্য প্ৰকাশৰ দ্বাৰা প্ৰকাশিত সহায়ক পুথিখনৰ সম্পাদনাৰ দায়িত্বত কলগাছিয়াৰ নৱজ্যোতি মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ অংশকালীন সহকাৰী অধ্যাপক ইমৰান হুছেইন, দমদমা মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা ড০ দীক্ষিতা বুঢ়াগোহাঁই, ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ সহকাৰী অধ্যাপক ড০ ইব্ৰাহিম আলী মণ্ডল। সহায়ক পুথিখনত কলাগুৰুক ৰাষ্ট্ৰপতিৰ যোগ্যতাৰ প্ৰমাণ পত্ৰও দিয়া হৈছে। আনকি বিষ্ণু ৰাভা সোঁৱৰণি বঁটাকো একে শিতানতে ৰাখিছে প্ৰণেতাই। বিষয়টোক কেন্দ্ৰ কৰি কলাগুৰুৰ পুত্ৰ হেমৰাজ ৰাভাই ফেচবুকযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd