DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মঙলদৈত গৰু চুৰি, এ টি এম লুট, দোকানত চুৰি কাৰ্য্যত জড়িত চক্ৰক গ্ৰেপ্তাৰ

ময়ূখ গোস্বামী by ময়ূখ গোস্বামী
January 25, 2020 7:39 pm
criminal racket busted

মঙলদৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুষ্টচক্ৰটোৰ সদস্যকেইজন।

37.6k
VIEWS
Share on FacebookShare on Twitter

গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত মঙলদৈ আৰক্ষীয়ে এটা অভিযান চলাই বিভিন্ন অপকৰ্মত জড়িত থকা এটা চক্ৰ উৎখাত কৰাৰ লগতে চক্ৰটোৰ ৫জনক গ্ৰেপ্তাৰ কৰিছে। অভিযুক্তকেইজনৰ ঘৰ হাজো আৰু নলবাৰী অঞ্চলত।

আৰক্ষীয়ে জনোৱা মতে চক্ৰটোৱে গৰু চুৰি, এ টি এম লুট আৰু দোকানত চুৰি কাৰ্য্য সংঘটিত কৰি আহিছিল।

এটা বিশেষ সূত্ৰৰ পম খেদি মঙলদৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত যোৱা দলটোৱে এই আন্তঃজিলা চক্ৰটোক উৎখাত কৰিবলৈ সক্ষম হয়।

আৰক্ষীৰ সংকেত অৱমাননা কৰি দেখি পলাবলৈ চেষ্টা কৰা দলটোৰ পৰা আৰক্ষীয়ে এখন আৰ্টিগা গাড়ীত (পঞ্জীয়ন নং AS01 LC 2380) ভৰাই নিয়া এটা বলধ আৰু দুজনী গাই জব্দ কৰিছে। আৰক্ষীয়ে দলটোৰ পৰা তলা, শ্বাটাৰ কটা বিভিন্ন সৰঞ্জামো জব্দ কৰে।

আৰক্ষীৰ সূত্ৰটোৱে কয় যে প্ৰাথমিক জেৰাত অভিযুক্তকেইজনে দৰং অঞ্চলৰ পৰা ৪০টাতকৈ অধিক গৰু চোৰ কৰা বুলি স্বীকাৰ কৰিছে। লগতে ৰাজ্যৰ বিভিন্ন জিলাত এ টি এম, দোকান লুটৰ ঘটনা সংঘটিত কৰা বুলিও স্বীকাৰ কৰিছে।

চক্ৰটোৱে চুৰি কৰা গৰুবোৰ নিয়মীয়াকৈ হাজো, কামৰূপত থকা বিভিন্ন কছাইখানাত বিক্ৰী কৰি আহিছে বুলি ভাৰপ্ৰাপ্ত বিষয়া নিৰঞ্জন বৰুৱাই কয়।

আৰক্ষীয়ে আজি অভিযুক্তকেইজনক আদালতত হাজিৰ কৰায় আৰু ৭ দিনৰ জিম্মাত লয়। তেওঁলোকৰ পৰা অধিক তথ্য উলিওৱাৰ চেষ্টাৰে জেৰা চলাই থকা হৈছে, বিষয়াজনে কয়।

“গ্ৰেপ্তাৰ কৰা লোককেইজনক ৭ দিনৰ আৰক্ষীৰ জিম্মাত বিচাৰি আমি আদালতলৈ গৈছিলো। কাৰণ আমি অধিক গুৰুত্বপূৰ্ণ তথ্য আহৰণ কৰাৰ আশা কৰিছো, যাতে চক্ৰটোৰ পলাই থকা আনসকলক ধৰিব পাৰো”, ভাৰপ্ৰাপ্ত বিষয়াজনে কয়।

Recent News

শিলসাঁকোৰ উচ্ছেদৰ নামত বিভাজন! নলা আৱদ্ধ কৰি বাসগৃহ নিৰ্মাণ কৰা নাই বুলি দাবী!

sweating

Sweating: গৰমৰ দিনত ঘাম ওলোৱাতো স্বাভাৱিক, কিন্তু অত্যাধিক ঘাম ওলোৱা কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি জানেনে?

Assam flood Manipur Landslide Hiren Gohain

বানপানী, জলবায়ু সংকট, জীৱন সংকট

Boris Johnson

শীঘ্ৰেই প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব বৰিছ জনছনে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd