• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মানুহৰ অন্ধ বিশ্বাসৰ পৰা কেতিয়া মুক্ত হ’ব মেকুৰী?

এন ই নাও নিউজ by এন ই নাও নিউজ
August 8, 2019 6:05 pm
Singapura_Cats

ইণ্টাৰনেটৰ পৰা সংগৃহীত

11
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি আন্তঃৰাষ্ট্ৰীয় মেকুৰী দিৱস।

প্ৰত্যেক বছৰে ৮ আগষ্টৰ দিনটো সমগ্ৰ বিশ্বতে আন্তঃৰাষ্ট্ৰীয় মেকুৰী দিৱস হিচাপে পালন কৰা হয়।

Apply Now

২০০২ চনত বন্যপ্ৰাণী কল্যাণ আন্তঃৰাষ্ট্ৰীয় পুঁজিয়ে ৮ আগষ্টৰ দিনটো মেকুৰী দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত লয়।

কিছু কিছু দেশত আৰম্ভণিৰ পৰা আন্তঃৰাষ্ট্ৰীয় মেকুৰী দিৱসক বিশ্ব মেকুৰী দিৱস হিচাপেও পালন কৰি আহিছে। বৰ্তমান গোটেই বিশ্বতে এই দিৱস উদযাপন কৰা হয়।

উল্লেখ্য যে কেইবাখনো দেশে ৮ আগষ্টৰ দিনটো বেচৰকাৰী বন্ধ হিচাপেও পালন কৰে।

ইফালে আন্তঃৰাষ্ট্ৰীয় মেকুৰী দিৱসৰ লগতে বহু কেইখন দেশে নিজাববীয়াকৈও এই দিৱস পালন কৰে। ৰাছিয়াই ৰাষ্ট্ৰীয় মেকুৰী দিৱস পালন কৰে ১ মাৰ্চত।

ইফালে আমেৰিকা যুক্তৰাষ্ট্ৰই আন্তঃৰাষ্ট্ৰীয় মেকুৰী দিৱসৰ লগতে বছৰে ২৯ অক্টোবৰৰ দিনটো ৰাষ্ট্ৰীয় মেকুৰী দিৱস হিচাপে পালন কৰে।

আনহাতে জাপানবাসীয়ে ২২ ফেব্ৰুৱাৰিৰ দিনটো পালন কৰে মেকুৰী দিৱস হিচাপে আৰু সেই দিনটো তেওঁলোকৰ বাবে বেচৰকাৰী বন্ধ সদৃশ হৈ পৰে।

এই বিৰল প্ৰজাতিটোক কেনেকৈ সহায় তথা সুৰক্ষা প্ৰদান কৰিব পাৰি সেইবোৰৰ বিষয়ে সজাগ কৰাটোৱেই হ’ল আন্তঃৰাষ্ট্ৰীয় মেকুৰী দিৱস পালনৰ উদ্দেশ্যে।

উল্লেখ্য যে চ’চিয়েল মিডিয়াই আন্তঃৰাষ্ট্ৰীয় মেকুৰী দিৱসক এতিয়া অন্য এক মাত্ৰা প্ৰদান কৰিছে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকে ছ’চিয়েল মিডিয়াত মেকুৰীৰ ফ’টো আৰু ভিডিঅ’ চেয়াৰ কৰি জন্তু বিধৰ প্ৰতি থকা অপাৰ আনুগত্য প্ৰকাশ কৰে।

কিন্তু এইখিনিতে এটা প্ৰশ্ন হয়, মেকুৰী ঘৰচীয়া জন্তু হয়নে?

আশ্বৰ্য্যকৰ বিষয় এই যে মেকুৰী সম্পূৰ্ণৰূপে ঘৰচীয়া জন্তু নহয়।

বিভিন্ন সময়ত এই জন্তুবিধ মানুহৰ সম্পৰ্কত আহি পিছত পৰিয়ালৰ সৈতে সহৱস্থান কৰিবলৈ লয়। মন কৰিব লগীয়া কথাটো হ’ল বিভিন্ন লোকে মেকুৰী পুহিলেও এই জন্তুবিধ কুকৰৰ দৰে মালিকৰ প্ৰতি দায়বদ্ধ নহয়।

আনহাতে ভাৰতৰ বিভিন্ন প্ৰান্তত মেকুৰীক লৈ এতিয়াও মানুহৰ মাজত আছে কেতবোৰ অন্ধবিশ্বাস। যাত্ৰাপথত মেকুৰীয়ে বাট কাটিলে অমংগল বুলি ধাৰণা কৰে বহু লোকে।

এতিয়া কথা হ’ল মানুহৰ অন্ধ বিশ্বাসৰ পৰা কেতিয়া মুক্ত হ’ব মেকুৰী?

যদি আপুনিও মেকুৰী প্ৰিয় বা আপুনি মেকুৰী পুহিছে তেন্তে মৰম কৰক, সমাদৰ কৰক তথা যেতিয়ালৈকে মেকুৰীটো আপোনাৰ সৈতে আছে তেতিয়ালৈকে ভালদৰে যতন লওক।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

September 20, 2026 9:30 pm
পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

September 20, 2026 8:13 pm
ইভিএমৰ ছ’ৰ্চ ক’ড লুকুৱাই ৰাখিছে নেকি নিৰ্বাচন আয়োগে? গুৱাহাটী উচ্চ ন্যায়ালয়ত বিৰোধীৰ চাঞ্চল্যকৰ অভিযোগ

ইভিএমৰ ছ’ৰ্চ ক’ড লুকুৱাই ৰাখিছে নেকি নিৰ্বাচন আয়োগে? গুৱাহাটী উচ্চ ন্যায়ালয়ত বিৰোধীৰ চাঞ্চল্যকৰ অভিযোগ

September 20, 2026 7:36 pm
মুখ্যমন্ত্ৰীলৈ জাননী আৰু লগে লগে অনুমোদন! ভোটাৰ তালিকা পুনৰীক্ষণত সাধাৰণ ভোটাৰৰ বাবেও একেই প্ৰক্ৰিয়ানে?

মুখ্যমন্ত্ৰীলৈ জাননী আৰু লগে লগে অনুমোদন! ভোটাৰ তালিকা পুনৰীক্ষণত সাধাৰণ ভোটাৰৰ বাবেও একেই প্ৰক্ৰিয়ানে?

September 20, 2026 6:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

September 20, 2026 9:30 pm
পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

September 20, 2026 8:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd