• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীত আন্তৰ্জাতিক চাইবাৰ জালিয়াতিৰ চক্ৰ উৎখাত; ৩ জনক গ্ৰেপ্তাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 16, 2023 10:16 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম আৰক্ষীৰ অপৰাধ শাখাই শুকুৰবাৰে (১৫ ছেপ্টেম্বৰ) গুৱাহাটীত আন্তৰ্জাতিক চাইবাৰ জালিয়াতিৰ চক্ৰ উৎখাত কৰি তিনিজন লোকক গ্ৰেপ্তাৰ কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

গুৱাহাটীৰ একাধিক স্থানত থকা কেইবাটাও কল চেণ্টাৰ আৰু ভুৱা কাষ্টমাৰ চাৰ্ভিচ চেণ্টাৰো আৰক্ষীয়ে ছীল কৰে।

তিনিজন ব্যক্তি- দেৱজ্যোতি দে ওৰফে ডেভিদ (৩১), ৰাজন সিদানা (৩৯), আৰু দিব্যম অৰোৰা (৩১)ক গ্ৰেপ্তাৰ কৰা হৈছে। গুৱাহাটীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হোৱা আন দুজন মাষ্টাৰমাইণ্ডক বৰপেটা জিলাৰ ভবানিপুৰৰ সমীপত গভীৰ নিশা বজালী আৰক্ষীৰ সহায়ত আটক কৰা হয়।

Apply Now

অভিযানৰ সময়ত কল চেণ্টাৰসমূহৰ পৰা ১৪৪ জন পুৰুষ আৰু ৪৭ জন মহিলাকে ধৰি মুঠ ১৯১ জন কৰ্মচাৰীক আটক কৰি ৰখা হয়। তেওঁলোক পঞ্জাৱ, দিল্লী, উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিম বংগ, অসম, মেঘালয়, মণিপুৰ, নাগালেণ্ড, আৰু ত্ৰিপুৰাৰ।

অভিযানৰ সময়ত ১৬৪টা ডেস্কটপ, ৯০টা লেপটপ, ২৬টা মোবাইল ফোন, আৰু অন্যান্য ইলেক্ট্ৰনিক গেজেট উদ্ধাৰ কৰা হয়।

গুৱাহাটীৰ চাইবাৰ আৰক্ষী থানাত আইপিচিৰ ১২০ (বি)/৪১৯/৪২০/৩৮৫/৪৬৭/৪৬৮/৪৭১/৫০৭ ধাৰাত আৰু তথ্য প্ৰযুক্তি আইন, ২০০০ৰ ৬৫/৬৬/৬৬(বি)/৬৬(চি)/৬৬(ডি) ধাৰাত এটা গোচৰ ৰুজু কৰা হৈছে ।

‘’চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত গুৱাহাটীত কিছুমান কেলেংকাৰী সংঘটিত কৰা চক্ৰ কাৰ্যকৰী হৈ আছে যিয়ে সমগ্ৰ ভাৰতবৰ্ষত কল চেণ্টাৰ চলোৱাৰ লগত জড়িত আৰু ব্যক্তিগত কম্পিউটাৰত আৰু “টেক ছাপৰ্ট”ৰ দ্বাৰা পপ-আপৰ সৃষ্টি কৰি টেক চাপৰ্ট ষ্টাফৰ ৰূপ লৈ সহজ সৰল ভাৰতীয় আৰু বিদেশী নাগৰিকক জালিয়াতি আৰু প্ৰতাৰণাৰ চিকাৰ কৰি লৈছে। বৈধ গ্ৰাহক সেৱাৰ প্ৰতিনিধিৰ ৰূপ লৈ ব্যক্তিক প্ৰতাৰণা কৰি তেওঁলোকৰ ধন বা ব্যক্তিগত তথ্যৰ পৰা প্ৰতাৰণা কৰি বিভিন্ন ভুৱা দাবীৰে বেংক একাউণ্টৰ ধন সৰকোৱা হৈছে, কম্পিউটাৰত ভাইৰাছ আছে, ব্যক্তিগত চিনাক্তকৰণযোগ্য তথ্য বিপদত পৰা বুলি ভয় বা আশংকা সৃষ্টি কৰা হৈছে বা কম্পিউটাৰ বা ছ’চিয়েল মিডিয়া একাউণ্ট হেক কৰা হৈছে।’- এই মন্তব্য গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ।

বৰাই কয় যে এই চক্ৰটোৱে সহজ সৰল ভুক্তভোগীৰ পৰা লাখ লাখ টকা প্ৰৱঞ্চনা কৰা বুলি ধাৰণা কৰা হৈছে। তেওঁলোকে নিজকে কোনো সুপৰিচিত কোম্পানী বা সংস্থাৰ বুলি দাবী কৰি অনাকাংক্ষিত ফোন কলৰ জৰিয়তে যোগাযোগ আৰম্ভ কৰিব আৰু তাৰ পিছত ভুক্তভোগীসকলক ঠগাই ৰিম’ট ডেস্কটপ চফটৱেৰ ইনষ্টল কৰিব বা তেওঁলোকৰ ব্যক্তিগত তথ্য নিয়ে বুলিও তেওঁ কয়।

ইয়াৰ পিছত চক্ৰটোৱে এই তথ্য ব্যৱহাৰ কৰি ভুক্তভোগীৰ বেংক একাউণ্টৰ পৰা ধন চুৰি কৰিব বা ডাৰ্ক ৱেবত তেওঁলোকৰ ব্যক্তিগত তথ্য বিক্ৰী কৰিব পাৰে বুলিও বৰাই লগতে কয়।

আৰক্ষীয়ে বিষয়টো অধিক তদন্ত কৰি পলায়ন কৰা মাষ্টাৰমাইণ্ডক বিচাৰি উলিয়াবলৈ চেষ্টা চলাইছে। লগতে এনে কেলেংকাৰিৰ বিৰুদ্ধে সজাগ হৈ থাকিবলৈ আৰু ফোনযোগে কোনো ব্যক্তিগত তথ্য নিদিবলৈ আহ্বান জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

August 11, 2026 9:55 pm
চিজেপিৰ সংসদ অভিযানত আৰক্ষীয়ে সঁচাকৈয়ে পেলেট গান চলাইছিল নেকি? কি ওলাল আৰটিআই তথ্যত?

চিজেপিৰ সংসদ অভিযানত আৰক্ষীয়ে সঁচাকৈয়ে পেলেট গান চলাইছিল নেকি? কি ওলাল আৰটিআই তথ্যত?

August 11, 2026 9:37 pm
প্ৰাকৃতিক দুৰ্যোগত তচনচ হিমাচল প্ৰদেশ: আঢ়ৈ মাহত ১৫৭ জনৰ প্ৰাণহানি, সন্ধানহীন ২৫৭ জন

প্ৰাকৃতিক দুৰ্যোগত তচনচ হিমাচল প্ৰদেশ: আঢ়ৈ মাহত ১৫৭ জনৰ প্ৰাণহানি, সন্ধানহীন ২৫৭ জন

August 11, 2026 8:33 pm
উজ্জ্বল ভূঞাৰ বক্তৃতা আৰু ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যম

উজ্জ্বল ভূঞাৰ বক্তৃতা আৰু ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যম

August 11, 2026 7:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

August 11, 2026 9:55 pm
চিজেপিৰ সংসদ অভিযানত আৰক্ষীয়ে সঁচাকৈয়ে পেলেট গান চলাইছিল নেকি? কি ওলাল আৰটিআই তথ্যত?

চিজেপিৰ সংসদ অভিযানত আৰক্ষীয়ে সঁচাকৈয়ে পেলেট গান চলাইছিল নেকি? কি ওলাল আৰটিআই তথ্যত?

August 11, 2026 9:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd