• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অমিক্ৰনৰ ত্ৰাস: ১৫ ডিচেম্বৰৰ পৰা ভাৰতত আৰম্ভ নহয় আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
December 2, 2021 6:29 pm
domestic flight
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোভিডৰ দক্ষিণ আফ্ৰিকাৰ প্ৰজাতি অমিক্ৰনৰ ত্ৰাস এতিয়া সমগ্ৰ বিশ্বতে বিয়পি পৰিছে। এনে পৰিস্থিতিত ভাৰতে ১৫ ডিচেম্বৰৰ পৰা যি আন্তঃৰাষ্ট্ৰীয় বিমান চলাচলৰ কথা ঘোষণা কৰিছিল সেয়া প্ৰত্যাহাৰ কৰিছে। অসামৰিক বিমান পৰিবহন দপ্তৰে এই কথা প্ৰকাশ কৰিছে।

উল্লেখ্য কোভিডৰ প্ৰথম সংক্ৰমণৰ সময়ত ২০২০ চনৰ মাৰ্চ মাহত ভাৰতে আন্তঃৰাষ্ট্ৰীয় বিমানৰ চলাচল নিষিদ্ধ কৰিছিল। ইয়াৰ পিছত কোভিড পৰিস্থিতিৰ সামান্য উন্নতি ঘটাত ২০২০ চনৰ জুন মাহত চৰকাৰে সীমিত সংখ্যক আন্তঃৰাষ্ট্ৰীয় বিমানৰ উৰণত অনুমতি দিছিল।

উল্লেখ্য ভাৰতে ১৫ ডিচেম্বৰৰ পৰা আন্তঃৰাষ্ট্ৰীয় বিমান চলাচল পুনৰ আৰম্ভ কৰিব বুলি ঘোষণা কৰিছিল। অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে শুক্ৰবাৰে সন্ধিয়া কৈছিল যে “বিষয়টো পুনৰীক্ষণ কৰা হৈছে আৰু কৰ্তৃপক্ষই আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহণ পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে।”

Apply Now

ভাৰতৰ পৰা অহা-যোৱা কৰা বাণিজ্যিক আন্তঃৰাষ্ট্ৰীয় যাত্ৰী সেৱা পুনৰ আৰম্ভ কৰাৰ বিষয়ে গৃহ মন্ত্ৰালয়, বৈদেশিক পৰিক্ৰমা আৰু স্বাস্থ্য মন্ত্ৰালয়ৰ সৈতে আলোচনা কৰি পৰীক্ষা কৰা হৈছে বুলি মন্ত্ৰালয়ে উল্লেখ কৰিছিল।

বিমান মন্ত্ৰালয়ে লগতে কয় যে স্বাস্থ্য মন্ত্ৰালয়ে বিপদসংকূল হিচাপে মনোনীত কৰা ১৪ খন দেশ আৰু ‘এয়াৰ বাবল’ চুক্তিৱদ্ধ দেশসমূহক বিমান পৰিবহন পুনৰ আৰম্ভ কৰিবলৈ অনুমতি দিয়া হ’ব বুলি কোৱা হৈছিল।

যোৱা সপ্তাহত অসামৰিক বিমান পৰিবহন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কৈছিল যে চৰকাৰে আন্তৰ্জাতিক বিমান পৰিচালনা স্বাভাৱিক কৰাৰ প্ৰক্ৰিয়াৰ মূল্যাঙ্কন কৰি আছে। কিন্তু অমিক্ৰনে সৃষ্টি কৰা ত্ৰাসৰ পৰিপ্ৰেক্ষিতত সেই সিদ্ধান্ত বাতিল কৰা হয়।

গুৰুত্বপূৰ্ণ কথাটো হ’ল কোভিডৰ নৱ সংস্কৰণ অমিক্ৰণ ভাইৰাছ আহি অৱশেষত ভাৰত পালেহি। আজি দক্ষিণৰ ৰাজ্য কৰ্ণাটকত প্ৰথমবাৰৰ বাবে দুজন লোকৰ দেহত ধৰা পৰে মাৰাত্মক অমিক্ৰনৰ উপস্থিতি।

কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰে এই কথা নিশ্চিত কৰিছে। কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰৰ যুটীয়া সচিব লাভ আগৰৱালাই কয় যে দেশত প্ৰথম বাৰৰ বাবে ধৰা পৰিছে অমিক্ৰনৰ উপস্থিতি। কোভিডৰ এই ভাইৰাছ বিধত আক্ৰান্ত দুয়োগৰাকী লোকেই কৰ্ণাটকৰ বুলি তেওঁ প্ৰকাশ কৰে। উল্লেখ্য অমিক্ৰন ভাইৰাছ প্ৰথমে দক্ষিণ আক্ৰিকাত চিনাক্ত হোৱাৰ পিছতে বিশ্বৰ ২৯ খন দেশত বিয়পি পৰিছে। ভাৰত চৰকাৰে ইতিমধ্যে অমিক্ৰনৰ সংক্ৰমন ৰোধ কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব জুবিন গাৰ্গৰ প্ৰথম মৃত্যুবাৰ্ষিকী : ১৭ ছেপ্টেম্বৰত পালন হ’ব ‘জুবিন দিৱস’

তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব জুবিন গাৰ্গৰ প্ৰথম মৃত্যুবাৰ্ষিকী : ১৭ ছেপ্টেম্বৰত পালন হ’ব ‘জুবিন দিৱস’

September 2, 2026 5:09 pm
তামিলনাডুৰ ৫২টা মন্দিৰত স্মাৰ্টফোন ব্যৱহাৰত নিষেধাজ্ঞা : কিন্তু কিয়?

তামিলনাডুৰ ৫২টা মন্দিৰত স্মাৰ্টফোন ব্যৱহাৰত নিষেধাজ্ঞা : কিন্তু কিয়?

September 2, 2026 4:09 pm
ভুলতো নাখাব বানত উটি অহা মাছ : বৰ্ন্যাতক সতৰ্কবাণী প্ৰশাসনৰ

ভুলতো নাখাব বানত উটি অহা মাছ : বৰ্ন্যাতক সতৰ্কবাণী প্ৰশাসনৰ

September 2, 2026 3:18 pm
অটোমোবাইল খণ্ডত উত্তৰ-পূৰ্বৰ জয়যাত্ৰা: ‘ৱমেন ইন এফএডিএ’ৰ অধ্যক্ষা হিচাপে নিযুক্ত অৰুণাচলৰ পেমা ৱাই কে লয়ীক

অটোমোবাইল খণ্ডত উত্তৰ-পূৰ্বৰ জয়যাত্ৰা: ‘ৱমেন ইন এফএডিএ’ৰ অধ্যক্ষা হিচাপে নিযুক্ত অৰুণাচলৰ পেমা ৱাই কে লয়ীক

September 2, 2026 2:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব জুবিন গাৰ্গৰ প্ৰথম মৃত্যুবাৰ্ষিকী : ১৭ ছেপ্টেম্বৰত পালন হ’ব ‘জুবিন দিৱস’

তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব জুবিন গাৰ্গৰ প্ৰথম মৃত্যুবাৰ্ষিকী : ১৭ ছেপ্টেম্বৰত পালন হ’ব ‘জুবিন দিৱস’

September 2, 2026 5:09 pm
তামিলনাডুৰ ৫২টা মন্দিৰত স্মাৰ্টফোন ব্যৱহাৰত নিষেধাজ্ঞা : কিন্তু কিয়?

তামিলনাডুৰ ৫২টা মন্দিৰত স্মাৰ্টফোন ব্যৱহাৰত নিষেধাজ্ঞা : কিন্তু কিয়?

September 2, 2026 4:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd