• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, April 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন

NE NOW NEWS চানু গগৈ
মৰিগাঁও , March 8, 2021 8:41 pm

1 min read

a chanuu
286
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ ৰাজ্যৰ লগতে সোমবাৰে মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত বিশ্ব নাৰী দিৱস উপলক্ষ্যে জিলা প্ৰশাসনৰ সকলো মহিলা কৰ্মচাৰী সকলক লৈ জিলা উপায়ুক্ত লীনা দাসে  বিয়লি এক অনুষ্ঠান অনুষ্ঠিত কৰে ।

আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে প্ৰস্তুত কৰা এটা বৃহৎ আকাৰৰ কেক কাটি জিলা উপায়ুক্ত গৰাকীয়ে বিভিন্ন বিভাগৰ  মহিলা কৰ্মচাৰীসকলক বিশ্ব নাৰী দিৱস উপলক্ষ্যে শুভেচ্ছা জ্ঞাপন কৰি কয় যে নাৰী যিমান উচ্চ পদত অধিষ্ঠিত নহওক কিয় কাৰ্যালয়ৰ কাম সমাপন কৰি নাৰীয়েই  ঘৰুৱা কাম সমাপন কৰিব লগীয়া হয় ।

এই অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত  পুনম ৰাও বৰাৱেও সাৰুৱা  ভাষণ ৰাখি কয় যে নাৰী আৰু পুৰুষ মিলি কাম কৰিলেহে সমাজৰ উন্নতি  সম্ভব হ’ব।

পূৰ্বতে আমাৰ সমাজত ঠেক মানসিকতাৰ বাবে নাৰীক ঘৰৰ চৌহদতে আৱদ্ধ কৰি ৰখা হৈছিল । সাম্প্ৰতিক কালত ল’ৰা ছোৱালীক সম শিক্ষা দিয়া হয় আৰু এই প্ৰক্ৰিয়াই সমাজক আগুৱাই নিয়াৰ ক্ষেত্ৰত বহুত সহায় কৰে বুলি জিলা উন্নয়ন আয়ুক্তই মত প্ৰকাশ কৰে ।

অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত  ৰমী বৰুৱা আৰু অতিৰিক্ত উপায়ুক্ত অজিত কুমাৰ শৰ্মা, অতিৰিক্ত উপায়ুক্ত দেৱযানী চৌধুৰী আৰু জিলা পৰিষদৰ মুখ্য কাৰ্যবাঁহী বিষয়া ক্ষীতিশ চন্দ্ৰ পেগু,  সহ-আয়ুক্ত  মৈত্ৰেয়ী মৰাণ, নৱ নিযুক্ত সহ-আয়ুক্ত দ্বয় প্ৰমুখ্যে জিলা প্ৰশাসনৰ কৰ্মচাৰী সকল উপস্থিত আছিল ।

Recent News

Bhitali Das1

কেনে আছে ‘দৰদী’ কন্ঠশিল্পী ভিতালী দাস? জানক শেহতীয়া খবৰ

index

এফালে কৰোনাতংকত কঁপি আছে দেশ; আনফালে ‘অক্সিজেন যুদ্ধ’ত প্ৰবৃত্ত দেশৰ কেবাখনো প্ৰদেশ

warrior

প্রতিবাদত মানিলে সেও : কোভিড যোদ্ধাৰ ৫০ লাখ টকাৰ বীমা বাহাল ৰখাৰ সিদ্ধান্ত চৰকাৰৰ

IMG-20210421-WA0040(1)

বোকাখাতৰ বৰচাপৰিত ৩৭ নং ৰাষ্ট্ৰীয় পথত ভয়ংকৰ পথ দুৰ্ঘটনা : নিহত দুই বাইক আৰোহী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd