• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মছজিদৰ জৰীপত ৰণক্ষেত্ৰত পৰিণত উত্তৰ প্ৰদেশৰ চম্ভল, মৃত ৪! বন্ধ স্কুল, বিচ্ছিন্ন ইন্টাৰনেট

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 25, 2024 12:44 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ প্ৰদেশৰ চম্ভল এলেকাত দেওবাৰে সংঘটিত হোৱা ৰক্তাক্ত সংঘৰ্ষত ৪ জন লোকৰ মৃত্যু হয়। জামা মছজিদৰ জৰীপৰ কামৰ সময়ত সংঘটিত হয় এই ঘটনা। বহুকেইজন আৰক্ষী জোৱানো আহত হয়। ঘটনাৰ পিছতে স্তব্ধ হৈ পৰে অঞ্চলটো। বন্ধ কৰা হৈছে ইণ্টাৰনেট সেৱা। স্কুলবোৰো বন্ধ ৰখা হৈছে।

শ্বাহী জামা মছজিদৰ স্থানত পূৰ্বতে এটা মন্দিৰ আছিল বুলি দাবী কৰা হৈছে। ১৯ নৱেম্বৰত কেলা দেৱী মন্দিৰ কমিটীয়ে চন্দাউছি আদালতত এটা গোচৰ ৰুজু কৰিছিল। অভিযোগকাৰীসকলে দাবী কৰিছে যে চম্ভলৰ শ্বাহী জামা মছজিদটো আচলতে শ্ৰী হৰিনাথ মন্দিৰ। যিটো ১৫২৯ চনত সম্ৰাট বাবৰৰ দিনত মছজিদলৈ ৰূপান্তৰিত কৰা হৈছিল। এই গোচৰৰ ভিত্তিতে ন্যায়াধীশে মছজিদটোৰ ভিডিঅ’গ্ৰাফী জৰীপৰ নিৰ্দেশ দিয়ে।

Apply Now

মঙলবাৰে এটা দলে জৰীপ চলাই থকাৰ সময়তে বাধাৰ সন্মুখীন হৈছিল। দেওবাৰে পুনৰ আৰম্ভ হ’ল জৰীপ। পুৱা প্ৰায় ৭:৩০ বজাত অঞ্চলটোত উপস্থিত হয় জৰীপৰ দায়িত্বত থকা দলটো। জিলা দণ্ডাধীশ ৰাজেন্দ্ৰ পানচিয়া, আৰক্ষী অধীক্ষক কৃষ্ণ বিষ্ণয়, মহকুমা দণ্ডাধীশ বন্দনা মিশ্ৰ, চক্ৰ বিষয়া অনুজ চৌধুৰী আৰু তহচিলদাৰ ৰবি সোণকাৰ আদি উপস্থিত আছিল।

জৰীপৰ সময়ত যাতে কোনো ধৰণৰ অশান্তি নহয় তাৰ বাবে আগতীয়াকৈ অঞ্চলটোত আৰক্ষী আৰু ৰেপিড একচন ফৰ্চৰ সদস্যৰ বৃহৎ দল মোতায়েন কৰা হৈছিল। তথাপিও জৰীপ আৰম্ভ হোৱাৰ লগে লগে অঞ্চলটো অশান্ত হৈ পৰিল। ভিৰৰ এটা অংশই আৰক্ষীক ইটা-শিল নিক্ষেপ কৰিবলৈ আৰম্ভ কৰে। অভিযোগ অনুসৰি আক্ৰমণকাৰীৰ একাংশই গুলীচালনাও কৰে। আৰক্ষীৰ গাড়ীতো অগ্নিসংযোগ কৰা হয়।

পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠী চাৰ্জৰ আশ্ৰয় লয়। আৰক্ষী-জনতাৰ সংঘৰ্ষত ৪ জন লোকৰ মৃত্যু হয়। আহত হৈছে কমেও ৩০ জন আৰক্ষী জোৱান। পৰিস্থিতি চম্ভালিবলৈ অঞ্চলটোত অতিৰিক্ত আৰক্ষী বাহিনী আহে। ২১ জন লোকক গ্ৰেপ্তাৰ কৰা হয়। সেই স্থানত উপস্থিত হয় মোৰাদাবাদৰ ডি আই জি।

তাৰ পিছত পুনৰ আৰম্ভ হয় জৰীপ। পুনৰ আৰক্ষীক শিলগুটি নিক্ষেপ কৰিবলৈ ধৰে। পুনৰ লাঠিচাৰ্জ আৰম্ভ কৰিলে আৰক্ষীয়ে। পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে। সূত্ৰ অনুসৰি আহতসকলৰ একাংশক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd