• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লক্ষণৰেখা পাৰ হ’বলৈ এতিয়াও বহু বাকী এপিএছচি কেলেংকাৰিৰ তদন্ত: ডি ৱাই এফ আই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 7, 2023 6:07 pm
APSC scam
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অভিযুক্তৰ শ্ৰেণী বিভাজন কৰি একাংশ অপৰাধীৰ বিৰুদ্ধে নৰম স্থিতি গ্ৰহণ কৰাৰ লগতে এপিএছচি কেলেংকাৰিৰ সমগ্ৰ তদন্ত প্ৰক্ৰিয়াই এটা পৰিধিৰ মাজত সোমাই পৰিছে।

এই অভিযোগ তুলিছে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন, চমুকৈ ডি ৱাই এফ আইৰ অসম ৰাজ্যিক কমিটিয়ে। ডি ৱাই এফ আই- এ লগতে তদন্ত প্ৰক্ৰিয়াৰ বাহিৰত ৰৈ যোৱা সকলকো শীঘ্ৰে তদন্তৰ আওতালৈ আনিবলৈ দাবী জনাইছে।

Apply Now

সংগঠনটোৱে কয় যে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত তদন্ত কৰিবলৈ বাধ্য হোৱা অসম চৰকাৰে আৰম্ভণিৰে পৰা তদন্তৰ উপৰি তদন্ত, কমিটিৰ উপৰি কমিটি কৰাৰ নামত ধনৰ বিনিময়ত চাকৰি লোৱা একাংশ বিষয়াক বচাবলৈ চেষ্টা কৰা বুলিহে সন্দেহ সৃষ্টি হৈছে।

“এই সময়ত দুটা ডাঙৰ প্ৰশ্ন সন্মুখলৈ আহিছে- ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে দোষী সাব্যস্ত কৰা বিষয়াসকলৰ ক্ষেত্ৰত শ্ৰেণী বিভাজন কৰা হৈছে কিয়? দ্বিতীয়তে শৰ্মা আয়োগৰ প্ৰতিবেদন ৰাজহুৱা কৰি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ইমান ভয় কিয়?”— এক বিবৃতি যোগে সংগঠনটোৱে কয়।

বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন গ্ৰহণ কৰাৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কোনো আগ্ৰহ প্ৰকাশ কৰা নাছিল বুলিও দাবী কৰে ডি ৱাই এফ আয়ে।ইয়াৰ মাজতে সচিবৰ জৰিয়তে আয়োগে প্ৰতিবেদন দাখিল কৰিছিল বুলি উল্লেখ কৰে সংগঠনটোৱে।

“এই প্ৰতিবেদনত ভয়ংকৰ জালিয়াতিৰ কথা উল্লেখ থকা বুলি প্ৰকাশ হৈছিল। এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন যে এপিএছচি পৰীক্ষাত প্ৰশ্ন কাকত প্ৰস্তুতৰ পৰা আৰম্ভ কৰি সাক্ষাৎকাৰ(viva) লোৱা লৈকে প্ৰতিটো স্তৰতে দুৰ্নীতি-অনিয়ম সংঘটিত হৈছিল।”— ডি ৱাই এফ আয়ে কয়।

কিন্তু আচৰিতভাৱে আজিলৈ কোনো অদৃশ্য শক্তিৰ প্ৰভাবত আৰক্ষী এই সমগ্ৰ পৰীক্ষা ব্যৱস্থাৰ নিয়ন্ত্ৰণৰ মুল্য ব্যক্তি মুখ্য পৰীক্ষা নিয়ন্ত্ৰক নন্দ বাবু সিঙৰ কাষ চাপিব পৰা নাই বুলি ডি ৱাই এফ আয়ে অভিযোগ কৰে।

ইয়াৰ মাজতে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে দোষী সাব্যস্ত কৰাৰ বিষয়াসকলৰ মাজৰে কিছু সংখ্যকক নিলম্বন আৰু কিছু সংখ্যকক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে ৰাজনৈতিক প্ৰভাব তথা ক্ষমতাৰ বলত একাংশক ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা কৰিছে বুলিও অভিযোগ তোলে সংগঠনটোৱে।

এনে এৰা-ধৰা তদন্ত প্ৰক্ৰিয়াৰ মাজেৰে বিয়োগম কেলেংকাৰিটো যৱনিকা পেলাব বিচাৰিছে বুলি ডি ৱাই এফ আয়ে সন্দেহ প্ৰকাশ কৰে। ডি ৱাই এফ আইৰ মতে, এই সমগ্ৰ দুৰ্নীতি আৰু কেলেংকাৰি প্ৰক্ৰিয়াটোত উচ্চ পদস্থ আৰক্ষী বিষয় আনকি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধেও অভিযোগ উত্থাপিত হৈছে।

কেৱল কেইজনমান প্ৰাৰ্থীৰ টকাৰ বিনিময়ত নম্বৰ বঢ়াই দিয়াই নহয় বৰং সমগ্ৰ পৰীক্ষা পদ্ধতিটোৱে “প্ৰণালীবদ্ধ অনিয়ম” (Systemic illegalities) সংঘটিত হোৱা বুলি ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাই প্ৰতিবেদন দিছিল বুলি আঙুলিয়াই দিয়ে সংগঠনটোৱে।

অসম চৰকাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খেনোক দেখি ৰন্ধা-বঢ়া আৰু খেনোক দেখি দুৱাৰ মৰা নীতি লোৱা বুলি অভিযোগ কৰি ডি ৱাই এফ আইয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে আৰু এনে পক্ষপাতিত্বমূলক আৰু অপৰাধমূলক কাৰ্যৰ বিৰুদ্ধে জনমত গঠন কৰিবলৈ বিষয়টো যুৱ-ছাত্ৰ তথা ৰাইজৰ মাজলৈ লৈ যোৱাৰ কথা ঘোষণা কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd