• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চতুৰ্দশ বিত্তীয় আয়োগৰ আঁচনিৰ কাম-কাজ তদন্তৰ বাবে জুৰীয়া উন্নয়ন খণ্ডত তদন্তকাৰী দল

তদন্তৰ নামত ভেকোভাওনাৰ অভিযোগ সচেতন মহলৰ

মুৰলী বৰুৱা by মুৰলী বৰুৱা
January 10, 2021 6:38 am
IMG-20210109-WA0003
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁও জিলাৰ জুৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত বহু কেইটা গাঁও পঞ্চায়তকে ধৰি জিলাখনত ৰূপায়ণ হোৱা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কেতবোৰ আঁঁচনিত ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হোৱাৰ সময়তে  ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এটা উচ্চ পৰ্যায়ৰ তদন্তকাৰী দল উন্নয়ন খণ্ডটোত উপস্থিত হয়হি।

দলটোত আছিল বিভাগটোৰ যুটীয়া সচিব মৃগাংক চৌধুৰী, উপ-সঞ্চালক(কাৰিকৰী) মনোজ ঠাকুৰীয়া, জ্যেষ্ঠ ৰাজ্যিক প্ৰকল্প বিষয়া অভিজিত মিশ্ৰ।

Apply Now

এই তিনিজনীয়া দলটো গুৱাহাটীৰ পৰা পোনে পোনে আহি উন্নয়ন খণ্ডটোৰ অন্তৰ্গত মাহগুৰি গাঁও পঞ্চায়ত কাৰ্যালয়ত উপস্থিতহৈ চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত ৰূপায়ণ হোৱা আঁচনিৰ নথি পত্ৰ সমুহ পৰীক্ষা কৰাৰ লগতে কেবাটাও আঁচনিৰ চৰজমিন অনুসন্ধান কৰে।

ইয়াৰ পিছত তদন্তকাৰী দলটো কচাৰীগাঁও গাঁও পঞ্চায়ত কাৰ্যালয়ত উপস্থিত হৈ চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত ৰূপায়ণ হোৱা কাম-কাজ সমুহৰ নথি পত্ৰসমুহ পৰীক্ষা কৰে।

মনকৰিবলগীয়া বিষয় এই যে, ধিং আৰু ৰূপহীহাট সমষ্টিৰ ২২টা গাঁও পঞ্চায়তৰে গঠিত জুৰীয়া উন্নয়ন খণ্ড এলেকাৰ নিৰ্দিষ্ট কেইটামান গাঁও পঞ্চায়তত বিগত তিনিটা বৰ্ষত চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত প্ৰতিটো পঞ্চায়তলৈ আৱন্টিত প্ৰায় ১ কোটি টকাৰ বিভিন্ন আঁঁচনি ৰূপায়ণত ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজে ইতিমধ্যে বিভাগীয় কৰ্তৃপক্ষক লিখিত ভাবে জনাইছে।

তদুপৰি, এই সন্দৰ্ভত সময়ে সময়ে সংবাদ মাধ্যমতো ধাৰাবাহিক ভাৱে বা-বাতৰিও পৰিৱেশন হৈ আহিছে। ইয়াৰ ভিতৰত সৰ্বাধিক দুৰ্নীতি-অনিয়মৰ অভিযোগ উত্থাপন হোৱা গাঁও পঞ্চায়ত কেইটা হৈছে সুতিৰপাৰ গাঁও পঞ্চায়ত, সোনাইবেৰা-শিমলুআটি গাঁও পঞ্চায়ত, বগৰিগুৰি গাঁও পঞ্চায়ত, মেলেকাডিং গাঁও পঞ্চায়ত, পৰমাইভেটি- মুকন্দআটি গাঁও পঞ্চায়ত, দগাঁও-ধিং গাঁও পঞ্চায়ত আদি।

উক্ত পঞ্চায়ত সমুহত বিভিন্ন আঁঁচনি সমুহত হোৱা ব্যাপক দুৰ্নীতি সন্দৰ্ভত বিভাগীয় উচ্চ পৰ্যায়ৰ তদন্ত হ’ব লাগে বুলি দাবী উত্থাপন হৈ আহিছিল।

কিন্তু অতি ৰহস্যজনক ভাবে আজি জুৰীয়ালৈ অহা তিনিজনীয়া দলটোৱে উল্লেখিত পঞ্চায়ত সমুহৰ কোনো এটা পঞ্চায়তত তদন্ত নকৰি দুই/তিনিখন মান নিৰ্দিষ্ট পঞ্চায়ত বাচি লোৱা কাৰ্য ৰহস্যজনক বুলি মন্তব্য কৰিছে স্থানীয় ৰাইজে।

এই ক্ষেত্ৰত গোপন বুজাবুজি সংঘটিত হ’ব পাৰে বুলিও ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।

ইপিনে, উন্নয়ন খণ্ডৰ এটা চক্ৰই তদন্তকাৰী দলটোক মেনেজ কৰাৰ বাবে ইতিমধ্যে প্ৰতিখন পঞ্চায়তৰ সভাপতি-সচিবৰ পৰা ব্যাপক পৰিমাণৰ ধন সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে।

উল্লেখ্য যে এই তদন্তকাৰী দলটোৱে জিলাখনৰ ৰূপহীহাট উন্নয়ন খণ্ডত অহা ১১ জানুৱাৰীত একে বিত্তীয় আয়োগৰ অধীনত ৰূপায়ণ হোৱা বিভিন্ন আঁঁচনিত সম্পৰ্কত তদন্ত চলাব বুলি জানিব পৰা গৈছে।

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে জাৰি এক নিৰ্দেশত ১৩টা উন্নয়ন খণ্ডৰে গঠিত নগাঁও জিলাত মাত্ৰ জুৰীয়া আৰু ৰূপহী উন্নয়ন খণ্ডহে তদন্তৰ বাবে বাচি লৈছে।

এতিয়া প্ৰশ্ন হ’ল জিলাখনৰ আন উন্নয়ন খণ্ডত সমুহত চতুৰ্থদশ বিত্তীয় আয়োগত দুৰ্নীতি-অনিয়ম হোৱা নাই নেকি ?

নে উন্নয়ন খণ্ড দুটা বিৰোধীৰ দলৰ বিধায়কৰ দখলত থকা বাবে ৰাজনৈতিক হেঁঁচাত বিভাগে তদন্তৰ বাবে টাৰ্গেট কৰি লৈছে। এই প্ৰশ্নও এতিয়া ৰাইজৰ মুখে মুখে চৰ্চিত হৈছে।

মুৰলী বৰুৱা

মুৰলী বৰুৱা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আজিকালি সকলোৰে মধুমেহ, কেইজনে চেনি খায়?’ চেনিৰ দাম বৃদ্ধিক লৈ বিহাৰৰ মন্ত্ৰীৰ অদ্ভুত মন্তব্য

‘আজিকালি সকলোৰে মধুমেহ, কেইজনে চেনি খায়?’ চেনিৰ দাম বৃদ্ধিক লৈ বিহাৰৰ মন্ত্ৰীৰ অদ্ভুত মন্তব্য

August 22, 2026 12:17 pm
মাজ নিশা চিমেণ্ট কাৰখানাত টাৰ্বাইন বিস্ফোৰণ! জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৩ জন অভিযন্তাৰ

মাজ নিশা চিমেণ্ট কাৰখানাত টাৰ্বাইন বিস্ফোৰণ! জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৩ জন অভিযন্তাৰ

August 22, 2026 12:16 pm
অসম-মেঘালয় সীমান্তৰ উত্তেজনা কমাবলৈ আজি গুৱাহাটীত বৈঠক : আলোচনাত বহিব দুই ৰাজ্যৰ প্ৰতিনিধি

অসম-মেঘালয় সীমান্তৰ উত্তেজনা কমাবলৈ আজি গুৱাহাটীত বৈঠক : আলোচনাত বহিব দুই ৰাজ্যৰ প্ৰতিনিধি

August 22, 2026 11:51 am
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি! নগাঁৱৰ জুৰিয়াৰ এজনক আটক অসম আৰক্ষীৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি! নগাঁৱৰ জুৰিয়াৰ এজনক আটক অসম আৰক্ষীৰ

August 22, 2026 11:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আজিকালি সকলোৰে মধুমেহ, কেইজনে চেনি খায়?’ চেনিৰ দাম বৃদ্ধিক লৈ বিহাৰৰ মন্ত্ৰীৰ অদ্ভুত মন্তব্য

‘আজিকালি সকলোৰে মধুমেহ, কেইজনে চেনি খায়?’ চেনিৰ দাম বৃদ্ধিক লৈ বিহাৰৰ মন্ত্ৰীৰ অদ্ভুত মন্তব্য

August 22, 2026 12:17 pm
মাজ নিশা চিমেণ্ট কাৰখানাত টাৰ্বাইন বিস্ফোৰণ! জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৩ জন অভিযন্তাৰ

মাজ নিশা চিমেণ্ট কাৰখানাত টাৰ্বাইন বিস্ফোৰণ! জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৩ জন অভিযন্তাৰ

August 22, 2026 12:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd