• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বছৰৰ পহিলা দিনটোতে বৃদ্ধি পালে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 1, 2021 1:49 pm

1 min read

বছৰৰ পহিলা দিনটোতে বৃদ্ধি পালে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য

প্ৰতিনিধিত্বমূলক চিত্ৰ

187
VIEWS
Share on FacebookShare on Twitter

বছৰৰ প্ৰথম দিনটোতে সাধাৰণ জনতাৰ বাবে বেয়া খবৰ। ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যনে পহিলা জানুৱাৰিৰ পৰা কাৰ্যকৰী হোৱাকে প্ৰতিটো বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য ১৭ টকাকৈ বৃদ্ধি কৰিছে।

দিল্লী আৰু মুম্বাইত, ৰাজসাহায্যবিহীন গেছ চিলিণ্ডাৰৰ মূল্য (১৪.২ কেজি) প্ৰতি চিলিণ্ডাৰত ৬৯৪ টকা হৈয়ে আছে।

কলকাতাত ইয়াৰ মূল্য ৭২০.৫০ টকা আৰু চেন্নাইত ৭১০ টকা বুলি ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যনৰ ৱেবছাইটত উল্লেখ আছে।

ইফালে প্ৰতিটো বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য দিল্লীত ১৩৪৯ টকা, মুম্বাইত ১৪১০ টকা, কলকাতাত ১২৯৭.৫০ টকা আৰু চেন্নাইত ১৪৬৩.৫০ টকা।

উল্লেখ্য যে যোৱা বছৰৰ ডিচেম্বৰ মাহত অইল কোম্পানিয়ে ৰন্ধন গেছৰ দুবাৰকৈ দাম বৃদ্ধি কৰিছিল।

ডিচেম্বৰ মাহতেই সৰ্বাধিক ১০০ টকা পৰ্যন্ত বৃদ্ধি পাইছিল ৰন্ধন গেছৰ মূল্য। মাহটোত ৫০-৫০ টকাকৈ দুবাৰ বৃদ্ধি পাইছিল প্ৰতিটো চিলিণ্ডাৰৰ মূল্য।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd