• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

First Woman DG: চিআইএছএফৰ প্ৰথম মহিলা সঞ্চালক প্ৰধান হিচাপে নিযুক্ত নীনা সিং

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 29, 2023 9:15 am
চি আই এছ এফৰ (CISF) প্ৰথম মহিলা সঞ্চালক প্ৰধান নীনা সিং। ফটোঃ সংগ্ৰহীত।

চি আই এছ এফৰ (CISF) প্ৰথম মহিলা সঞ্চালক প্ৰধান নীনা সিং। ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় চৰকাৰৰ নিযুক্তি সমিতিয়ে দেশৰ প্ৰধান তিনিটা অৰ্ধসামৰিক বাহিনীৰ সঞ্চালক প্ৰধানৰ নাম ঘোষণা কৰিছে। কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনীৰ কমাণ্ড নীনা সিঙক অৰ্পণ কৰিছে নিযুক্তি সমিতিয়ে।

এই ঘোষণাৰ লগে লগে আই পি এছ বিষয়া নীনা সিং চি আই এছ এফৰ (CISF) প্ৰথম মহিলা সঞ্চালক প্ৰধান (ডিজি) হৈছে। এতিয়ালৈকে তেওঁ ৰাজস্থানৰ প্ৰথম মহিলা আই পি এছ বিষয়া হোৱাৰ গৌৰৱ লাভ কৰিছিল।

উল্লেখ্য যে ১৯৮৯ বৰ্ষৰ আই পি এছ বিষয়া নীনা সিং ৰাজস্থান কেডাৰৰ। বৰ্তমান তেওঁ চিআইএছএফত বিশেষ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি লাভ কৰি সঞ্চালক প্ৰধানৰ কৰ্তব্য চোৱাচিতা কৰি আছিল।

Apply Now

নিযুক্তি সমিতিৰ নিৰ্দেশ অনুসৰি নীনা সিঙৰ এই নিযুক্তি অহা সাত মাহৰ বাবে। ২০২৪ চনৰ ৩১ জুলাইত তেওঁ অৱসৰ গ্ৰহণ কৰিব।

লগতে পঢ়কঃ WTC Points Table: বক্সিং ডে’ টেষ্টত পৰাজিত হৈ ১ৰ পৰা ৫লৈ নামিল ভাৰত; সিংহাসনত দক্ষিণ আফ্ৰিকা

ইপিনে, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ (CRPF) সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়া হৈছে আই পি এছ বিষয়া অনীশ দয়াল সিঙক। অনীশ দয়ালে এতিয়ালৈকে ভাৰত-তিব্বত সীমান্ত আৰক্ষীৰ সঞ্চালক প্ৰধান পদত অধিষ্ঠিত আছিল।

আই পি এছ বিষয়া এছ এল থাউচেনৰ অৱসৰৰ পিছত তেওঁ চি আৰ পি এফ সঞ্চালক প্ৰধানৰ অতিৰিক্ত দায়িত্বও গ্ৰহণ কৰে। ২০২৩ চনৰ ৩০ নৱেম্বৰত চি আৰ পি এফৰ সঞ্চালক প্ৰধান হিচাপে অৱসৰ গ্ৰহণ কৰে এছ এল থাউচেনে।

অনীশ দয়াল সিং ১৯৮৮ বৰ্ষৰ মণিপুৰ কেডাৰৰ আই পি এছ বিষয়া। নিযুক্তি সমিতিৰ তথ্য অনুসৰি ২০২৪ চনৰ ৩১ ডিচেম্বৰলৈকে চি আৰ পি এফৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়া হৈছে আই পি এছ বিষয়া অনীশ দয়াল সিঙক। সেইদিনা তেওঁ অৱসৰ গ্ৰহণ কৰিব।

লগতে পঢ়কঃ‘ৰাজধৰ্ম’ পালন কৰা নাই মুখ্যমন্ত্ৰীয়ে! হিমন্ত বিশ্ব শৰ্মাৰ ‘বৰ্ণবিদ্বেষী’ পোষ্টক লৈ অব্যাহত বিতৰ্ক

আনহাতে, ভাৰত-তিব্বত সীমান্ত আৰক্ষী (ITBP)ৰ নতুন সঞ্চালক প্ৰধান হিচাপে নিযুক্তি সমিতিয়ে আই পি এছ বিষয়া ৰাহুল ৰাচগোত্ৰক নিযুক্তি দিয়ে। এতিয়ালৈকে ৰাহুল ৰাচগোত্ৰ বৰ্তমান চোৰাংচোৱা ব্যুৰো (IB)ৰ বিশেষ সঞ্চালক হিচাপে নিযুক্তি লাভ কৰিছিল। ৰাহুল ৰাচগোত্ৰও মণিপুৰ কেডাৰৰ আই পি এছ বিষয়া। ১৯৮৯ চনত তেওঁ আৰক্ষী বিষয়া হিচাপে সেৱা আৰম্ভ কৰিছিল। তেওঁৰ নিযুক্তি  ২০২৫ চনৰ ৩০ ছেপ্টেম্বৰলৈকে দিয়া হৈছে আৰু সেইদিনাই তেওঁৰ অৱসৰৰ দিন। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

July 23, 2026 6:59 pm
দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

July 23, 2026 6:45 pm
প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ আন্তৰিকতাবিহীন, ছোনম ৱাংচুকৰ পত্নীৰ বিস্ফোৰক মন্তব্য

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ আন্তৰিকতাবিহীন, ছোনম ৱাংচুকৰ পত্নীৰ বিস্ফোৰক মন্তব্য

July 23, 2026 5:42 pm
প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

July 23, 2026 2:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

July 23, 2026 6:59 pm
দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

July 23, 2026 6:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd