• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

১৪ বছৰীয়া কিশোৰীক যৌ*ন নিৰ্যাতনৰ চেষ্টা আইপিএছ বিষয়া গৌৰৱ উপাধ্যায়ৰ! ছবছৰৰ পিছত POCSO আইনৰ অধীনত গোচৰ ৰুজু কৰাৰ নিৰ্দেশ

by
June 24, 2025 11:51 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত বাস কৰা ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া গৌৰৱ উপাধ্যায়ৰ বিৰুদ্ধে নাবালিকাক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। শেহতীয়াকৈ অসমৰ এখন বিশেষ আদালতে ছবছৰীয়া গোচৰৰ সৈতে জড়িত শিশুক যৌন অপৰাধৰ পৰা শিশু সুৰক্ষা আইনৰ লগতে ভাৰতীয় দণ্ডবিধিৰ অন্যান্য প্ৰাসংগিক ধাৰাসমূহৰ অধীনত গোচৰ ৰুজু কৰাৰ নিৰ্দেশ দিছে।

এই অভিযোগ অনুসৰি ২০১৯ চনৰ ডিচেম্বৰ মাহত এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে, ২০২০ চনৰ জানুৱাৰী মাহত এজাহাৰ দাখিল কৰা হৈছিল। ইয়াৰ পিছতে অপৰাধ অনুসন্ধান বিভাগে গোচৰটোৰ তদন্ত কৰি উপাধ্যায়ৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰে।

Apply Now

বিশেষ আদালতে ৰায়দানত নিৰ্ণয় কৰে যে ভুক্তভোগীৰ বিৰুদ্ধে দুটাকৈ যৌন নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে। ঘটনা সংঘটিত হোৱাৰ সময়ত উপাধ্যায় অসমৰ কাৰ্বি আংলঙত আৰক্ষী অধীক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। আদালতে ইংগিত দিয়ে যে প্ৰথমটো নিৰ্যাতন ডিফুৰ এছ পি বাংলোত সংঘটিত হোৱাৰ বিপৰীতে দ্বিতীয়টো নিৰ্যাতন সংঘটিত হৈছে হোটেলৰ কোঠাত, য’ত ভুক্তভোগী কিশোৰীগৰাকীয়ে মাতৃ আৰু ভাতৃৰ সৈতে আছিল। ন্যায়াধীশগৰাকীয়ে পৰ্যবেক্ষণ কৰে যে যিহেতু আৰক্ষী অধীক্ষকৰ পদত থকা সময়তে উপাধ্যায়ে এই কাণ্ডৰ সংঘটিত কৰিছিল, তেওঁৰ এলেকা আৰু কৰ্তৃত্বৰ সীমাৰ ভিতৰতে এই ঘটনা সংঘটিত হৈছিল, যাৰ ফলত পিঅ’চিএছঅ’ আইনৰ নিৰ্দিষ্ট বিধানসমূহ আৰোপ কৰা হৈছিল।

আদালতৰ আদেশত অভিযুক্তগৰাকীয়ে ভুক্তভোগী কিশোৰীগৰাকীক “চুমা খাবলৈ শক্তি প্ৰয়োগ” কৰাৰ অভিযোগৰ উল্লেখ কৰা হৈছে আৰু নাবালকগৰাকীৰ বক্তব্যত বিতংভাৱে উল্লেখ কৰা অনুসৰি তেওঁৰ গুপ্তাংগত অনুপযুক্তভাৱে স্পৰ্শ কৰি কৰিছিল। ফলস্বৰূপে আদালতে আই পি চিৰ ৩৫৪ আৰু ৩৫৪এ ধাৰাত গোচৰ ৰুজ কৰিছে।

প্ৰসংগক্ৰমে  পিঅ’চিএছঅ’ আইনৰ ১০ নং ধাৰাত গুৰুতৰ যৌন নিৰ্যাতনৰ সৈতে জড়িত শাস্তিৰ বিষয়ে আলোচনা কৰা হৈছে, আনহাতে আই পি চিৰ ৩৫৪ আৰু ৩৫৪ এ ধাৰাত মহিলাৰ সন্মানত অঘাট কৰাৰ উদ্দেশ্যেৰে বা যৌন নিৰ্যাতন সংঘটিত কৰাৰ উদ্দেশ্যেৰে আক্ৰমণৰ সৈতে জড়িত অপৰাধসমূহৰ বিষয়ে আলোচনা কৰা হৈছে।

উল্লেখ্য যে গৌৰৱ উপাধ্যায় ২০১২ বৰ্ষৰ আই পি এছ বিষয়া, মূলতঃ উত্তৰ প্ৰদেশৰ। তেওঁৰ লিংকডইন প্ৰফাইল অনুসৰি ২০১২ চনত তেওঁ অসম-মেঘালয় কেডাৰত ভাৰতীয় আৰক্ষী সেৱাত যোগদান কৰিছিল য’ত তেওঁ চাৰিখন প্ৰত্যাহ্বানমূলক জিলাৰ আৰক্ষী অধীক্ষকৰ পদত অধিষ্ঠিত হৈছিল য’ত তেওঁ অপৰাধ ধৰা পেলোৱা আৰু প্ৰতিৰোধ, আইন-শৃংখলা ব্যৱস্থাপনা আৰু লজিষ্টিক তদাৰকীৰ দায়িত্বত আছিল।

বৰ্তমান উপাধ্যায়ে ৰাজ্যিক পৰিবহণ বিভাগৰ অতিৰিক্ত সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি অসম আভ্যন্তৰীণ জল পৰিবহণ উন্নয়ন সমিতিৰ ৰাজ্যিক প্ৰকল্প সঞ্চালক আৰু অসম সংহত নদী অৱবাহিকা ব্যৱস্থাপনাৰ প্ৰকল্প বিষয়া হিচাপে ভূমিকা পালন কৰি আহিছে।

Tags: AssamNewsChildProtectionPOCSOCase

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

September 16, 2026 3:08 pm
অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

September 16, 2026 12:56 pm
গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

September 16, 2026 11:33 am
চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

September 16, 2026 10:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

১৫ বছৰৰ পাছত কবৰ খান্দি ৩টা মৃতদেহৰ ডিএনএ পৰীক্ষা : কিন্তু কিয়?

September 16, 2026 3:08 pm
অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

অ’টিটি প্লেটফৰ্মৰ বাবেও আহিব নেকি চেঞ্চৰ ব’ৰ্ড? কেন্দ্ৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব আৰএছএছৰ বিশেষ গোটে

September 16, 2026 12:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd