• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জীয়াই আছে খামেনেইৰ পত্নী! মৃত্যুৰ খবৰ অস্বীকাৰ কৰি কি ক’লে ইৰাণৰ সংবাদ মাধ্যমে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 13, 2026 9:48 am
37
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মধ্যপ্ৰাচ্যত চলি থকা সংঘাতৰ মাজতে ইৰাণৰ শীৰ্ষ নেতৃত্বক কেন্দ্ৰ কৰি নতুন জল্পনা-কল্পনা বিয়পি পৰিছে। ইজৰাইল আৰু আমেৰিকাৰ বিমান আক্ৰমণত ইৰাণৰ প্ৰয়াত সৰ্বোচ্চ নেতা আলী খামেনেইৰ মৃত্যুৰ পিছত খবৰ বিয়পি পৰে যে তেওঁৰ পত্নী মনছুৰেহ খোজাষ্টেহ বাঘৰজাদেও এই আক্ৰমণত আহত হৈ মৃত্যুমুখত পৰিছে। অৱশ্যে এই দাবীক লৈ হোৱা বিতৰ্কত ইৰাণৰ এক সংবাদ মাধ্যমে নতুন তথ্য সদৰী কৰিছে। বৃহস্পতিবাৰে ইৰাণৰ অৰ্ধ চৰকাৰী সংবাদ মাধ্যমে খামেনেইৰ পত্নী জীয়াই থকা বুলি আৰু তেওঁৰ মৃত্যুৰ খবৰ সম্পূৰ্ণ ভুৱা বুলি প্ৰকাশ কৰে।

এই খবৰ প্রকাশ পোৱাৰ পাছতে আন্তর্জাতিক মহলত নতুন নতুন প্রশ্ন উত্থাপন হ’বলৈ ধৰিলে৷ কাৰণ, যুদ্ধৰ পিছত ইৰাণৰ কেইবাটাও চৰকাৰী সংবাদ মাধ্যমে দাবী কৰিছিল যে এই আক্ৰমণত খামেনেই আৰু তেওঁৰ পত্নীও নিহত হৈছিল। কিন্তু সেই দাবীক সম্পূৰ্ণভাৱে খাৰিজ কৰিছে ফাৰ্চ নিউজে, যিটো ইৰাণৰ প্ৰভাৱশালী সামৰিক সংগঠন ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছৰ ঘনিষ্ঠ বুলি জনা যায়।

Apply Now

এই বিতৰ্কত আন এটা গুৰুত্বপূৰ্ণ বিষয় চৰ্চালৈ আহিছে। ইৰাণৰ নতুন সৰ্বোচ্চ নেতা মোজতাবা খামেনেই প্ৰথম আনুষ্ঠানিক বিবৃতিত পিতৃৰ মৃত্যুৰ কথা কৈছিল যদিও মাতৃৰ কথা উল্লেখ কৰা নাছিল। এই মৌনতাই বিভিন্ন মহলত জল্পনা-কল্পনাৰ ইন্ধন যোগাইছে। বহুতে ধাৰণা কৰে যে যদি সঁচাকৈয়ে তেওঁৰ মাতৃক হত্যা কৰা হ’লহেঁতেন তেন্তে নতুন নেতাই তেওঁৰ বিবৃতিত সেই বিষয়টো উল্লেখ থাকিলেহেঁতেন।

উল্লেখ্য যে মধ্যপ্ৰাচ্যৰ যুদ্ধৰ আৰম্ভণিতে আমেৰিকা আৰু ইজৰাইল বাহিনীৰ যৌথ বিমান আক্ৰমণত ইৰাণৰ সৰ্বোচ্চ নেতা আলী খামেনেই নিহত হোৱা বুলি বিভিন্ন আন্তঃৰাষ্ট্ৰীয় প্ৰতিবেদনত দাবী কৰা হৈছিল। পিছৰ দিনকেইটাত বিভিন্ন সূত্ৰৰ পৰা জানিব পৰা মতে, সেই আক্ৰমণত তেওঁৰ পত্নীয়েও প্ৰাণ হেৰুৱাইছিল। অৱশ্যে শেহতীয়াকৈ ফাৰ্চ নিউজৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে মনছুৰেহ খোজাষ্টেহ বাঘৰজাদে সুস্থ আৰু তেওঁৰ মৃত্যুৰ খবৰ ভিত্তিহীন।

ইৰাণৰ এটা ধৰ্মীয় আৰু ৰক্ষণশীল পৰিয়ালত জন্মগ্ৰহণ কৰিছিল মনছুৰেহ খোজাষ্টেহৰ। তেওঁৰ দেউতাক আছিল দেশৰ এজন বিশিষ্ট ব্যৱসায়ী। ১৯৬৪ চনত যুৱ ধৰ্মগুৰু আলী খামেনেইৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ ছটা সন্তান আছে— চাৰিজন পুত্ৰ আৰু দুগৰাকী কন্যা। পুত্ৰ মোজতাবা, মুস্তাফা, মাছৌদ, আৰু মাইছাম, আৰু কন্যা বোশ্ৰা আৰু হোদা। বৰ্তমান তেওঁলোকৰ ডাঙৰ পুত্ৰ মোজতাবা খামেনেই ইৰাণৰ নতুন সৰ্বোচ্চ নেতাৰ দায়িত্ব গ্ৰহণ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

September 16, 2026 11:33 am
চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

September 16, 2026 10:30 am
চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

September 16, 2026 9:39 am
জছ বাটলাৰৰ যোগ্য উত্তৰাধিকাৰী! অধিনায়কৰ দায়িত্বলৈয়ে টি-২০ত বিশ্ব অভিলেখ গঢ়িলে হেৰী ব্ৰুকে

জছ বাটলাৰৰ যোগ্য উত্তৰাধিকাৰী! অধিনায়কৰ দায়িত্বলৈয়ে টি-২০ত বিশ্ব অভিলেখ গঢ়িলে হেৰী ব্ৰুকে

September 16, 2026 8:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

September 16, 2026 11:33 am
চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

September 16, 2026 10:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd