• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, February 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কুলভূষণ যাদৱক পাকিস্তানৰ হাতত তুলি দিয়া ইৰানৰ সন্ত্ৰাসবাদী নিহত হ’ল পাক সেনাৰ গুলীতে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 19, 2020 3:24 pm

1 min read

a Kulbhushan-Jadhav-Mullah-Omar-Irani
371
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় নৌসেনাৰ প্ৰাক্তন বিষয়া কুলভূষণ যাদৱক পাকিস্তানৰ হাতত তুলি দিয়া ইৰানৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী মোল্লা ওমৰৰ অৱশেষত পাক সেনাৰ গুলীতে মৃত্যু ঘটিছে।

ইৰানৰ জছ উল আদাল নামৰ সন্ত্ৰাসবাদী সংগঠনটোৰ মুৰব্বী মোল্লা ওমৰক পাকিস্তানৰ সেনাই বালুচিস্তানত গুলীয়াই হত্যা কৰিছে।

ইৰানত কূটাঘাতমূলক কাম সংঘটিত কৰাৰ লগতে পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইৰ বাবেও কাম কৰা মোল্লা ওমৰেই ইৰানৰ ছাবাহাৰ বন্দৰৰ পৰা ভাৰতৰ কুলভূষণ যাদৱক পাকিস্তানৰ হাতত গটাই দিছিল।

পাক সেনাৰ সৈতে মধুৰ সম্পৰ্ক বজাই ৰখা ওমৰক শেহতীয়াকৈ ইৰানে বিচাৰি থকাৰ লগতে অতি শীঘ্ৰে ওমৰক ইৰানৰ হাতত অৰ্পন কৰিবলৈ তেহৰানে পাকিস্তানক হেঁচা দি আছিল।

মোল্লা ওমৰক ইৰানৰ হাতত গটাই দিলে পাকিস্তানৰ বহু গোপন তথ্য ফাদিল হোৱাৰ আশংকা কৰিয়েই পাক সেনাই  বালুচিস্তানৰ কেচ জিলাৰ টুৰবাত অঞ্চলত থকা ইৰানৰ সন্ত্ৰাসবাদীৰ শিৱিৰত আক্ৰমণ চলাই ওমৰক হত্যা কৰে।

পাক সেনাৰ সূত্ৰই প্ৰকাশ কৰা মতে এই সংঘৰ্ষত মোল্লা ওমৰৰ দুই পুত্ৰও নিহত হয়।উল্লেখ্য বালুচিস্তান অঞ্চলত ইৰানৰ লগতে বিশ্বৰ বিভিন্ন দেশৰ ইছলামিক সন্ত্ৰাসবাদী সংগঠনৰ ঘাটি আছে।

Recent News

lurrriiinnnn

২০১৬-২০২১ লৈকে অত্যাৱশ্যকীয়-নিৰ্মাণ সামগ্ৰীৰ দাম কিমান বৃদ্ধি পালে? হিচাপ দিলে লুৰীণজ্যোতিয়ে

a nirab

নীৰৱ মোদীক ভাৰতলৈ প্ৰত্যৰ্পনত অনুমোদন ব্ৰিটেইনৰ আদালতৰ

Represntative

OMG! অস্ত্রোপচাৰত গৰুৰ পেটৰ পৰা ওলাল ৭১ কিলোগ্ৰাম প্লাষ্টিকৰ লগতে আন ধাতৱ সামগ্ৰী

a face

ছ’চিয়েল মিডিয়াক নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম, ২৪ ঘণ্টাৰ ভিতৰত আঁতৰাব লাগিব অশ্লীল ছবি, আৰু কি আছে?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd