• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘প্ৰফেট ছং’ উপন্যাসৰ বাবে এইবাৰৰ বুকাৰ বঁটা লাভ কৰিলে আইৰিছ লেখক পল লিঞ্চ-য়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 27, 2023 1:33 pm
বুকাৰ বঁটা বিজয়ী পল লিঞ্চ। ফটোঃ সংগ্ৰহীত।

বুকাৰ বঁটা বিজয়ী পল লিঞ্চ। ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আইৰিছ লেখক পল লিঞ্চে এইবাৰৰ বুকাৰ বঁটা লাভ কৰিছে। তেওঁ এই বঁটা লাভ কৰিছিল তেওঁৰ উপন্যাস ‘প্ৰফেট ছং’ৰ বাবে।

‘প্ৰফেট ছং’ লিঞ্চৰ পঞ্চম উপন্যাস। এই উপন্যাসখনত তেওঁ ভৱিষ্যতৰ এক কাল্পনিক সৰ্বগ্ৰাসী বা সুবিধাবাদী সমাজৰ ভয়ানক অন্যায়ৰ ছবি দাঙি ধৰিছে। সেই সমাজৰ এগৰাকী মহিলাই নিজৰ পৰিয়ালক বচাবলৈ চেষ্টা কৰিছে। তাৰ পিছতে আৰম্ভ হ’ল গৃহযুদ্ধ। পৰিয়ালৰ সৈতে বিদেশলৈ পলায়ন কৰে মহিলাগৰাকী।

৪৬ বছৰীয়া লেখকগৰাকীয়ে এই উপন্যাসখন লিখিবলৈ চাৰি বছৰ সময় লৈছিল। ছিৰিয়াৰ দীৰ্ঘদিনীয়া গৃহযুদ্ধ আৰু ইয়াৰ প্ৰতি পশ্চিমীয়া দেশসমূহৰ উদাসীনতাই তেওঁৰ মূৰত ক্ৰিয়া কৰিছে।

Apply Now

লগতে পঢ়কঃ যুদ্ধৰ ভয়াৱহ প্ৰভাৱ! আমেৰিকাত অজ্ঞাত বন্দুকধাৰীৰ গুলীত আহত ৩ পেলেষ্টাইনী শিক্ষাৰ্থী

বুকাৰ ৱেবছাইটত লিঞ্চে লিখিছে, “মই আধুনিক যুগৰ বিশৃংখলতা চাব বিচাৰিছিলো। পশ্চিমীয়া গণতান্ত্ৰিক ব্যৱস্থাৰ অস্থিৰতা, ছিৰিয়াৰ সমস্যা, সমগ্ৰ দেশৰ বিস্ফোৰক পৰিস্থিতি, অনুপ্ৰৱেশৰ সমস্যা আৰু পশ্চিমীয়া দেশৰ উদাসীনতা….পাঠকক কিতাপখনৰ শেষত এনে এক ঠাইলৈ লৈ যাব বিচাৰো, য’ত তেওঁলোকে সমস্যাটো কেৱল জনাই নহয়, অনুভৱো কৰিব পাৰে।”

কানাডাৰ লেখক তথা বুকাৰ বিচাৰক পেনেলৰ সদস্য এ চি এডুজেনে কয় যে আৱেগিক কাহিনী কোৱাৰ ৰীতিয়েই জয়ী হৈছে। এই ধাৰাত লিঞ্চে প্ৰচণ্ড সফলতা লাভ কৰিছে।”

লগতে পঢ়কঃ অকাল বৰষুণৰ ফলত গুজৰাটত বিপৰ্যয়; বজ্ৰপাতৰ ফলত এদিনতে কমেও ২০ জন লোকৰ মৃত্যু

কিছুদিন পূৰ্বে আয়াৰলেণ্ডৰ ৰাজধানী ডাবলিনত উগ্ৰ সোঁপন্থী সংঘৰ্ষ সংঘটিত হৈছিল। এডুজেনে কয়, “শেহতীয়াকৈ এই কাণ্ডৰ বিষয়ে বুকাৰ কমিটীতো আলোচনা কৰা হৈছে। কিন্তু এই কাৰণেই কিতাপখনে বুকাৰ জয় কৰা নাই।”

তেওঁ কয়, ‘লিঞ্চৰ গ্ৰন্থখনে বৰ্তমানৰ সামাজিক আৰু ৰাজনৈতিক উদ্বেগক ধৰি ৰাখিছে। কিতাপখনৰ এটা কালজয়ী বিষয়বস্তুও আছে।”

লগতে পঢ়কঃ IPL-2024: বিৰাট নাটক! শেষ মহূৰ্তত মুম্বাইয়ে কাঢ়ি লৈ গ’ল হাৰ্দিকক; গুজৰাটৰ নতুন অধিনায়ক গীল?

তেওঁ লগতে কয়, ‘লিঞ্চৰ বঁটা দিয়াৰ সৈতে সকলোৱে একমত নাছিল। ছয় ঘণ্টাৰ আলোচনাৰ অন্তত এই সিদ্ধান্ত লোৱা হৈছে।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতৰ ইথানল মিহলি পেট্ৰ’ল ক্ৰয় কৰিবলৈ অস্বীকাৰ ভূটানৰ; নাকচ কৰিলে E20-ৰ প্ৰস্তাৱ

ভাৰতৰ ইথানল মিহলি পেট্ৰ’ল ক্ৰয় কৰিবলৈ অস্বীকাৰ ভূটানৰ; নাকচ কৰিলে E20-ৰ প্ৰস্তাৱ

July 5, 2026 9:58 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 5, 2026 8:51 am
বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

July 5, 2026 8:34 am
মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

July 5, 2026 7:37 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতৰ ইথানল মিহলি পেট্ৰ’ল ক্ৰয় কৰিবলৈ অস্বীকাৰ ভূটানৰ; নাকচ কৰিলে E20-ৰ প্ৰস্তাৱ

ভাৰতৰ ইথানল মিহলি পেট্ৰ’ল ক্ৰয় কৰিবলৈ অস্বীকাৰ ভূটানৰ; নাকচ কৰিলে E20-ৰ প্ৰস্তাৱ

July 5, 2026 9:58 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 5, 2026 8:51 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd