• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভাৰতত মাস্ক পৰিধান নকৰা অসচেতন লোকে ক’ৰ’না মহামাৰী দীঘলীয়া কৰিছে; আই চি এম আৰৰ সঞ্চালক প্ৰধানৰ মন্তব্য

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 25, 2020 9:00 pm

1 min read

ভাৰতত মাস্ক পৰিধান নকৰা অসচেতন লোকে ক’ৰ’না মহামাৰী দীঘলীয়া কৰিছে; আই চি এম আৰৰ সঞ্চালক প্ৰধানৰ মন্তব্য

বলৰাম ভাৰ্গৱ

229
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ সঞ্চালক প্ৰধান ড০ বলৰাম ভাৰ্গৱে মঙলবাৰে ভাৰতত অসচেতন লোক সকলে ক’ৰ’না মহামাৰীক দীঘলীয়া কৰিছে বুলি মন্তব্য কৰে।

”মই ডেকা অথবা বুঢ়া বুলি নকও কিন্তু অসচেতন, অমনোযোগী মাস্ক পৰিধান নকৰা লোকসকলে ভাৰতত ক’ৰ’না মহামাৰী দীঘলীয়া কৰিছে,” বলৰাম ভাৰ্গৱে কয়।

ভাৰ্গৱে সংবাদমেল সম্বোধন কৰি দেশত তিনিটা ক’ৰ’না ভাইৰাছৰ ভেকচিন দেশত বিকাশিত হৈ আছে বুলিও সদৰী কৰে।

বিগত ২৪ ঘণ্টাত ভাৰতত ৬০,৯৭৫ গৰাকী লোক ক’ৰ’না প’জিটিভ হোৱাৰ পাছতে ভাৰ্গৱে এইদৰে মন্তব্য কৰে।

ভাৰতত এতিয়ালৈ ৩১ লাখতকৈ অধিক লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ বিপৰীতে  ৫৮,৩৯০ গৰাকী লোকৰ ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু ঘটিছে।

তদুপৰি, দেশত ২৪ লাখতকৈ অধিক লোক ক’ৰ’নাৰ সংক্ৰমণৰ পৰা সুস্থ হৈয়ো উঠিছে।

Recent News

zubin

অনন্য ৰূপত জুবিন গাৰ্গ; বিশেষভাৱে সক্ষম শিশুৰ সৈতে পালন কৰিলে ভোগালী বিহু

Kaliabor

কলিয়াবৰত অভিলাষী বিজ্ঞান প্ৰকল্পৰ আধাৰশিলা স্থানপন কৰিব মন্ত্ৰী কেশৱ মহন্তই

WhatsApp Image 2021-01-16 at 5.08.15 PM

বেটে-বলে উজলিল ৰিয়ান পৰাগ; মুস্তাক আলী ট্ৰফীত বংগক হৰুৱালে অসমে

index.jpga

বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা কাজিৰঙাৰ এনিমেল কৰিড’ৰৰ আৱৰ্জনা পৰিষ্কাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd