• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

2024 Leap Year: ২০২৪ চনটো এটা অধিবৰ্ষ? কিয় প্ৰতি চাৰি বছৰৰ মূৰে মূৰে লিপ ইয়েৰ নহয়?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 2, 2024 10:03 am
48
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নতুন বছৰৰ দ্বিতীয় মাহত বা ফেব্ৰুৱাৰী মাহত অৰ্থাৎ ২০২৪ চনত অতিৰিক্ত দিন থাকিব। অৰ্থাৎ ২০২৪ চনটো এটা অধিবৰ্ষ। সাধাৰণভাৱে ক’বলৈ গ’লে প্ৰতি চাৰি বছৰৰ মূৰে মূৰে এটা লিপ ইয়েৰ হয়। প্ৰশ্ন হয় এই অধিবৰ্ষটো ঠিক কি? কিয় প্ৰয়োজন? প্ৰতিটো চতুৰ্থ বছৰেই অধিবৰ্ষ নেকি?

লিপ ইয়াৰ বা অধিবৰ্ষ কি?

সাধাৰণতে বছৰত ৩৬৫ দিন হয়। কিন্তু, এটা অধিবৰ্ষত ৩৬৬ দিন থাকে। অধিবৰ্ষ নহ’লে ২৮ দিনত ফেব্ৰুৱাৰী মাহ শেষ হয়। আৰু, অধিবৰ্ষৰ বছৰত ফেব্ৰুৱাৰী মাহটো ২৯ দিনত শেষ হয়। কিন্তু, তাৰপিছতো ফেব্ৰুৱাৰী মাহ বছৰৰ আটাইতকৈ চুটি মাহ।

অধিবৰ্ষ কিয় আৰম্ভ হৈছিল?

এটা সৌৰ কেলেণ্ডাৰ বছৰত পৃথিৱীখন সূৰ্য্যৰ চাৰিওফালে বৃত্তাকাৰ কক্ষপথত ঘূৰি থাকে। পৃথিৱীখন সূৰ্য্যৰ চাৰিওফালে ঘূৰিবলৈ ৩৬৫ দিন, ৫ ঘণ্টা, ৪৮ মিনিট আৰু ৪৬ ছেকেণ্ড সময় লাগে। এইদৰে এটা স্বাভাৱিক বছৰ ৩৬৫ দিনত শেষ হয়। অতিৰিক্ত ছয় ঘণ্টা হ’ল চাৰি বছৰত ২৪ ঘণ্টা। এই ২৪ ঘন্টা সময়খিনি পৃথিৱীয়ে নিজৰ অক্ষৰ চাৰিওফালে এবাৰ ঘূৰিবলৈ লাগে।

Apply Now

সেই অনুসৰি চতুৰ্থ বছৰত ফেব্ৰুৱাৰী মাহত অতিৰিক্ত দিন হিচাপে অতিৰিক্ত সময় বা ২৪ ঘণ্টা যোগ কৰা হয়। এনে নকৰিলে শস্যৰ চক্ৰ আৰু ঋতুৰ পৰিৱৰ্তন ক্ৰমান্বয়ে সলনি হ’ব। যাৰ ফলত মানুহৰ সময়  নিৰ্ধাৰণ কৌশলত বিভ্ৰান্তিৰ সৃষ্টি হ’ব।

অধিবৰ্ষ কেতিয়াৰ পৰা আৰম্ভ হয়?

জুলিয়াছ ছিজাৰে যীচু খ্ৰীষ্টৰ জন্মৰ ৪৬ বছৰ আগতে লিপ ইয়াৰ বা অধিবৰ্ষ প্ৰৱৰ্তন কৰিছিল। যিটো পিছলৈ ১২ খ্ৰীষ্টাব্দৰ পৰা অধিক নিৰ্দিষ্ট হৈ পৰিল। জুলিয়ান কেলেণ্ডাৰত এটা বছৰত ৩৬৫ দিন আছিল। সেইটো হয় প্ৰতি চাৰি বছৰৰ মূৰে মূৰে ৩৬৬ দিন। ৰয়েল মিউজিয়ামছ গ্ৰীণউইচৰ ৱেবছাইট অনুসৰি ইছলামিক কেলেণ্ডাৰ আল-হিজৰাত অধিবৰ্ষৰ ১২তম মাহ জুল হিজ্জাহত এটা অতিৰিক্ত দিন যোগ কৰা হয়। কিন্তু এই পদ্ধতি ত্ৰুটিমুক্ত নহয়। কাৰণ গণনাৰ বাবে ব্যৱহাৰ কৰা ছয় ঘণ্টা আৰু প্ৰকৃত ৫ ঘণ্টা, ৪৮ মিনিট আৰু ৪৬ ছেকেণ্ডৰ মাজত পাৰ্থক্য আছে।

কিয় প্ৰতি চাৰি বছৰৰ মূৰে মূৰে অধিবৰ্ষ বা  লিপ ইয়েৰ নহয়?

পৃথিৱীয়ে সূৰ্য্যৰ চাৰিওফালে এবাৰ ঘূৰিবলৈ ৩৬৫.২৫ দিনতকৈ অলপ কম সময় লাগে। সেয়ে, যদি প্ৰতি চাৰি বছৰৰ মূৰে মূৰে অধিবৰ্ষ পালন কৰা হয়, তেন্তে প্ৰতি ৪০০ বছৰৰ মূৰে মূৰে ৩টা অতিৰিক্ত দিন পালন কৰা হয়। এই সমস্যা দূৰ কৰিবলৈ ৪০০ ৰে ভাগ কৰিব নোৱাৰা বছৰবোৰ অধিবৰ্ষৰ তালিকাৰ পৰা বাদ দিয়া হয়। উদাহৰণস্বৰূপে, ১৯০০ চন কোনো অধিবৰ্ষ নহয়। কিন্তু, ২০০০ চনটো এটা অধিবৰ্ষ। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm
‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

June 30, 2026 9:21 pm
প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

June 30, 2026 8:53 pm
হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

June 30, 2026 8:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm
‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

June 30, 2026 9:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd