• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গ্ৰেগ চেপেলেই ধ্বংস কৰিছিল পাঠানৰ কেৰিয়াৰ? মুখ খুলিলে ইৰফানে

এন ই নাও নিউজ by এন ই নাও নিউজ
January 7, 2020 2:12 pm
Irfan Pathan

ইৰফান পাঠান, উৎস-ইণ্টাৰনেট

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক্ৰিকেটৰ সকলো ফৰ্মৰ পৰা অৱসৰ ঘোষণা কৰা ভাৰতীয় দলৰ প্ৰাক্তন অলৰাউণ্ডাৰ ইৰফান পাঠানে এইবাৰ মুখ খুলিছে ভাৰতীয় দলৰ প্ৰাক্তন প্ৰশিক্ষক গ্ৰেগ চেপেলৰ সমৰ্থনত।

সুদীৰ্ঘ বিৰতিৰ পাছত মুখ খুলি ইৰফানে এক প্ৰকাৰ ক্লিনশ্বীটহে দিলে গ্ৰেগক।

Apply Now

ইৰফানে তেওঁৰ কেৰিয়াৰৰ পতনৰ বাবে গ্রেগ চেপেলক দায়ী কৰিবলৈ প্রস্তুত নহয়। ইয়াৰ বিপৰীতে তেওঁ তদানীত্বন টীম মেনেজমেন্ট তথা নিৰ্বাচকসকলকহে লক্ষ্য কৰি লৈছে।

ইৰফানে দাবী কৰে যে কেৰিয়াৰৰ তুংগত থকা সময়খিনিতো তেওঁক সময় তথা সুযোগ দিয়া নহ’ল।

ইৰফানে কয়,’’যিসকলে গ্ৰেগ চেপেলক দায়ী কৰিব খোজে তেওঁলোকে প্ৰকৃত কথাটো লুকুৱাব বিচাৰিছে। মই ছুইং হেৰুৱাই পেলোৱাৰ কথা ইমানকৈ কোৱাৰ অৰ্থ নাই। মই ছুইং ঠিকেই পাইছিলো। জনা উচিত যে ১০ অভাৰ একেই ধৰণে ছুইং পোৱাটো সম্ভৱ নহয়।‘’

‘’বহুতেই মোৰ প্ৰদৰ্শনক লৈ ক’ব খোজে। কিন্তু মোৰ কামটো আছিল অন্য ধৰণৰ। মই প্ৰথম চেইঞ্জ বলাৰ হিচাপে আহিছিলো। মোৰ কামটো আছিল ৰাণ কৰাত বাধা দিয়া,’’-পাঠানে কয়।

ইৰফানে লগতে উল্লেখ কৰে,’’মোৰ মনত পৰে ২০০৮ চনত  শ্ৰীলংকাত এখন খেল জয়ী হোৱাৰ পাছত মোক বাদ দিয়া হৈছিল। কওকচোন, খেল জিকাৰ পাছত কোনোৱে বাদ পৰে?’’

দেশৰ প্ৰতিভাবান বলাৰ সকলৰ মাজৰ এজন ইৰফান পাঠান বেটিঙতো যথেষ্ট আক্ৰমণাত্মক আছিল। এগৰাকী দুৰ্দান্ত ৰূপত কল্পনা কৰা অলৰাউণ্ডাৰ হিচাপে ইৰফানৰ প্ৰতিভাই সম্পূৰ্ণ বিকশিত হোৱাৰ সুযোগ নাপালে।

আন্তৰ্জাতিক ক্ৰিকেটত ইৰফান পাঠানৰ কেৰিয়াৰ দীঘলীয়া নহ’ল। বেটিঙত অধিক মনোযোগ দিবলগীয়া হোৱা বাবে বলিঙত ছুইং হেৰোৱা দেখা গৈছিল।

পাঠানৰ কেৰিয়াৰ অৱনমিত হোৱাৰ বাবে বহুতেই প্ৰাক্তন প্ৰশিক্ষক গ্ৰেগ চেপেলক দায়ী কৰে। কিয়নো চেপেলে পাঠানক এগৰাকী সম্পূৰ্ণ অলৰাউণ্ডাৰ বনাব বিচৰাৰ বাবেই হেনো পাঠানৰ বলিং ক্ষতিগ্ৰস্ত হৈছিল।

কিন্তু এই সকলো ৰহস্যৰ ভেদ ভাঙি ইৰফান পাঠানে আন এক দিশৰ কথাহে উন্মোচিত কৰিলে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাহুল-অখিলেশৰ সৈতে ইলন মাস্ক, মহম্মদ ইউনুছ: লক্ষ্ণৌৰ ‘ৰাৱণ’ পোষ্টাৰক লৈ তীব্ৰ চাঞ্চল্য

ৰাহুল-অখিলেশৰ সৈতে ইলন মাস্ক, মহম্মদ ইউনুছ: লক্ষ্ণৌৰ ‘ৰাৱণ’ পোষ্টাৰক লৈ তীব্ৰ চাঞ্চল্য

October 18, 2026 5:13 pm
নৱৰাত্ৰিৰ আনন্দৰ মাজতে বিষাদৰ ছাঁ: গোৱালিয়ৰত ট্ৰাকৰ খুন্দাত অকালতে প্ৰাণ গ’ল ১২ জন ভক্তৰ

নৱৰাত্ৰিৰ আনন্দৰ মাজতে বিষাদৰ ছাঁ: গোৱালিয়ৰত ট্ৰাকৰ খুন্দাত অকালতে প্ৰাণ গ’ল ১২ জন ভক্তৰ

October 18, 2026 3:46 pm
ছাবস্ক্ৰিপচনৰ আঁৰত শিশুৰ যৌন শোষণ-নিৰ্যাতনমূলক সামগ্ৰী ৰাখিব নোৱাৰিব অনলাইন প্লেটফৰ্মে: উচ্চতম ন্যায়ালয়

ছাবস্ক্ৰিপচনৰ আঁৰত শিশুৰ যৌন শোষণ-নিৰ্যাতনমূলক সামগ্ৰী ৰাখিব নোৱাৰিব অনলাইন প্লেটফৰ্মে: উচ্চতম ন্যায়ালয়

October 18, 2026 1:54 pm
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ : দুই অভিযুক্তৰ জামিনক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাব ৰাতুল বৰাই

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ : দুই অভিযুক্তৰ জামিনক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাব ৰাতুল বৰাই

October 18, 2026 12:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাহুল-অখিলেশৰ সৈতে ইলন মাস্ক, মহম্মদ ইউনুছ: লক্ষ্ণৌৰ ‘ৰাৱণ’ পোষ্টাৰক লৈ তীব্ৰ চাঞ্চল্য

ৰাহুল-অখিলেশৰ সৈতে ইলন মাস্ক, মহম্মদ ইউনুছ: লক্ষ্ণৌৰ ‘ৰাৱণ’ পোষ্টাৰক লৈ তীব্ৰ চাঞ্চল্য

October 18, 2026 5:13 pm
নৱৰাত্ৰিৰ আনন্দৰ মাজতে বিষাদৰ ছাঁ: গোৱালিয়ৰত ট্ৰাকৰ খুন্দাত অকালতে প্ৰাণ গ’ল ১২ জন ভক্তৰ

নৱৰাত্ৰিৰ আনন্দৰ মাজতে বিষাদৰ ছাঁ: গোৱালিয়ৰত ট্ৰাকৰ খুন্দাত অকালতে প্ৰাণ গ’ল ১২ জন ভক্তৰ

October 18, 2026 3:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd