• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নতুন ক’ৰ’না ভাইৰাছ প্ৰতিৰোধত ফাইজাৰৰ ভেকচিনে কাম কৰিবনে! কি ক’লে ইউৰোপিয়ান মেডিচিন এজেঞ্চিয়ে?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 22, 2020 3:00 pm

1 min read

নতুন ক’ৰ’না ভাইৰাছ প্ৰতিৰোধত ফাইজাৰৰ ভেকচিনে কাম কৰিবনে! কি ক’লে ইউৰোপিয়ান মেডিচিন এজেঞ্চিয়ে?
151
VIEWS
Share on FacebookShare on Twitter

ইউৰোপিয়ান মেডিচিন এজেঞ্চিয়ে ইউৰোপত ফাইজাৰ-বায়োটেকৰ ক’ৰ’না ভাইৰাছৰ ভেকচিন প্ৰদান কৰাৰ অনুমোদন দিয়াৰ পাছত ইংলেণ্ডত আবিৰ্ভাৱ হোৱা নতুন ক’ৰ’না ভাইৰাছ সম্পৰ্কত মত ব্যক্ত কৰিছে।

ইউৰোপিয়ান মেডিচিন এজেঞ্চিয়ে ইউৰোপত নতুনকৈ আবিৰ্ভাৱ হোৱা ক’ৰ’না ভাইৰাছৰ সম্পৰ্কত মত প্ৰকাশ কৰি কয় যে বৰ্তমানলৈ ফাইজাৰৰ ভেকচিনে নতুন ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে কাম নকৰাৰ কোনোধৰণৰ তথ্য-প্ৰমাণ নায়।

ব্ৰিটেইনত ক’ৰ’না ভাইৰাছৰ নতুন ৰূপৰ উপস্থিতি ধৰা পৰিছে আৰু এই নতুন ক’ৰ’না ভাইৰাছ পূৰ্বৰ ভাইৰাছতকৈ ৭০ শতাংশ দ্ৰুত সংক্ৰমণশীল।

অৱশ্যে বিশ্ব স্বাস্থ্য সংস্থাৰ তৰফৰ পৰা ব্ৰিটেইনত ধৰা পৰা নতুন ক’ৰ’না ভাইৰাছক লৈ কোনোধৰণৰ ভয় কৰাৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰাৰ লগতে ইয়াক নিয়ন্ত্ৰণৰ বাবে পূৰ্বৰ পদ্ধতি সমূহ অৱলম্বন কৰিলেই হ’ব বুলি উল্লেখ কৰে।

ইপিনে, বৰ্তমানলৈ নতুন ক’ৰ’না ভাইৰাছক লৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱা নাই বুলিও বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰিছে।

Recent News

বাংলাদেশৰ এই দুগৰাকী বিশিষ্ট ব্যক্তিলৈ ভাৰতৰ পদ্মশ্ৰী সন্মান

বাংলাদেশৰ এই দুগৰাকী বিশিষ্ট ব্যক্তিলৈ ভাৰতৰ পদ্মশ্ৰী সন্মান

shashi-tharoor

লালকিল্লাত প্ৰতিবাদী কৃষকৰ পতাকা উৰুওৱাক দুৰ্ভাগ্যজনক আখ্যা কংগ্ৰেছ সাংসদ শশী থাৰুৰৰ

শচীনৰ সৰ্বাধিক টেষ্ট ৰানৰ অভিলেখ জ’ ৰুটে ভংগ কৰিব পাৰে বুলি মন্তব্য এজন প্ৰাক্তন ক্ৰিকেটাৰৰ

শচীনৰ সৰ্বাধিক টেষ্ট ৰানৰ অভিলেখ জ’ ৰুটে ভংগ কৰিব পাৰে বুলি মন্তব্য এজন প্ৰাক্তন ক্ৰিকেটাৰৰ

গুৱাহাটী বিশ্ববিদ্যালয়ত অখিল গগৈৰ মুক্তিৰ দাবীত ছাত্ৰ মুক্তিৰ ১২ ঘণ্টীয়া অনশন

গুৱাহাটী বিশ্ববিদ্যালয়ত অখিল গগৈৰ মুক্তিৰ দাবীত ছাত্ৰ মুক্তিৰ ১২ ঘণ্টীয়া অনশন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd