• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আপোনাৰ ৫০০ টকীয়াখন জাল নেকি কেনেকৈ চিনিব?

এন ই নাও নিউজ by এন ই নাও নিউজ
February 29, 2020 8:02 pm
সৌজন্য- আৰ বি আই।

সৌজন্য- আৰ বি আই।

11
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ ৰিজাৰ্ভ বেংকে নতুন ৫০০ টকীয়া নোটত বহুবোৰ সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰিলেও এতিয়াও বহু জাল টকাৰ প্ৰচলন হৈ আছে।

আহক জানো, আচল ৫০০ টকীয়া নোটখনৰ বৈশিষ্ট্যসমূহ যাতে আপুনি জাল টকা লৈ ঠগ খাব লগা নহয়।

Apply Now
সৌজন্য– আৰ বি আই।

১) নোটখনৰ চূড়ান্তভাৱে বাওঁফালে ৫০০ টকা লিখা থাকে।

২) অস্ফূট ৫০০ দেখা যায়।

৩) দেৱনাগৰী লিপিত মূল্যটো লিখা থাকে।

৪) মহাত্মা গান্ধীৰ ছবিখনৰ স্থান আগতকৈ মাজত থাকে।

৫) মহাত্মা গান্ধীৰ ছবিখনৰ কাষতে ‘Bharat India’ দেখা যায়।

৬) মহাত্মাৰ সোঁফালে থকা ৱিণ্ড’ থ্ৰেডৰ ৰং নোটখন লৰচৰ কৰিলে নীলাৰ পৰা সেউজীয়ালৈ বদলি হয়।

৭) বৰ্তমানৰ গৱৰ্নৰ শশীকান্ত দাসৰ চহী গেৰাণ্টি ঘোষণাৰ তলত থাকে।

৮) নোটখনৰ সোঁফালে জলছবিৰ ভিতৰত মহাত্মা গান্ধীৰ ছবি থাকে।

৯) নোটখনৰ ওপৰ আৰু তল দুয়োফালে সৰুৰ পৰা ডাঙৰ হোৱা সাংখ্যিক নম্বৰ থাকে।

১০) নোটখনৰ তলৰ সোঁফালে ৰুপি চিহ্নৰ সৈতে সংখ্যাবোৰ থাকে। সংখ্যাবোৰ সেউজীয়াৰ পৰা নীলা হয়।

১১) নোটৰ একেবাৰে সোঁফালে অশোক স্তম্ভ থাকে।

১২) চকুৰে নেদেখাজনৰ বাবে: মহাত্মা গান্ধীৰ ছবি, অশোক স্তম্ভ, ব্লীড লাইন আৰু চিনাক্তকৰণৰ চিহ্ন খহতা (ওখকৈ) থাকে।

১৩) চকুৰে নমনাসকলৰ বাবে: নোটৰ সোঁফালে চক্ৰৰ ভিতৰত ৫০০টো ওখকৈ লিখা থাকে। সোঁ আৰু বাওঁ দুয়োফালে পাঁচটা ওখকৈ ব্লীড লাইন থাকে।

সৌজন্য- আৰ বি আই।

১৪) নোটখনৰ পিছফালে বাওঁদিশত ছপাৰ বছৰ উল্লেখ থাকে।

১৫) নোটখনৰ পিছফালে বাওঁদিশত স্বচ্ছ ভাৰতৰ ল’গ’ আৰু শ্ল’গান থাকে।

১৬) নোটখনৰ পিছফালৰ মাজৰ দিশে এক ভাষাৰ পেনেল থাকে।

১৭) লালকিলাৰ ছবি।

১৮) নোটৰ পিছফালে শীৰ্ষৰ সোঁফালে সংখ্যাত ৫০০টো দেৱনাগৰী লিপিত লিখা থাকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd