DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দিল্লী কেপিটেলছৰ পৰা বাহিৰ হ’ল অভিজ্ঞ বেগী বলাৰ ঈশান্ত শৰ্মা

এন ই নাও নিউজ by এন ই নাও নিউজ
October 13, 2020 11:55 am
দিল্লী কেপিটেলছৰ পৰা বাহিৰ হ’ল অভিজ্ঞ বেগী বলাৰ ঈশান্ত শৰ্মা
11k
VIEWS
Share on FacebookShare on Twitter

আঘাতৰ সমস্যাই লগ এৰিব খোজা নাই দিল্লী কেপিটেলছক। অভিজ্ঞ স্পিনাৰ অমিত মিশ্ৰাৰ পিছত এইবাৰ আঘাতৰ বাবে দলৰ পৰা বাহিৰ হ’ল হৈছে আন এগৰাকী অনুভৱী বলাৰ ঈশান্ত শৰ্মা।

বেগী বলাৰ ঈশান্ত শৰ্মাই কামীহাড়ৰ আঘাতত ভোগা বুলি সোমবাৰে দলীয় কৰ্তৃপক্ষই জনাইছে।

চলিত ছিজনত দিল্লীয়ে এই পৰ্যন্ত সাতখন মেচ খেলিছে আৰু ইয়াৰে এখন মেচত অংশ লৈছিল ৩২ বছৰীয়া ঈশান্ত শৰ্মাই।

আবু ধাবিত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিপক্ষে খেলা একমাত্ৰ মেচখনত ঈশান্তে ৪ অভাৰত ২৬ ৰান খৰছ কৰিছিল কিন্তু উইকেট লাভ কৰা নাছিল।

বলাৰ গৰাকীয়ে অনুশীলনৰ সময়ত কামীহাড়ত আঘাত পোৱা বুলি জনাইছে দলীয় মেনেজমেণ্টে।

ভাৰতৰ হৈ ৯৭ খন টেষ্ট, ৮০ খন এদিনীয়া আৰু ১৪ খন টি-২০ মেচ খেলা ঈশান্তৰ অনুপস্থিতি দলে বাৰুকৈয়ে অনুভৱ কৰিব।

ইফালে দলটোৰ আন এগৰাকী প্ৰমুখ খেলুৱৈ ঋষভ পণ্টো বৰ্তমান আঘাতৰ সমস্যাৰ সৈতে যুঁজি আছে। ভৰিৰ মাংসপেশীৰ আঘাতত ভোগা ঋষভ পণ্টে আগন্তুক এসপ্তাহলৈ মেচত অংশ ল’ব নোৱাৰিব বুলি অধিনায়ক শ্ৰেয়ছ আয়াৰে জনাইছে।

ইতিমধ্যে ঋষভে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে হৈ যোৱা মেচখনত অংশ ল’ব পৰা নাছিল। মেচখনত মুম্বাইৰ বিৰুদ্ধে পৰাস্ত হৈছিল দিল্লী কেপিটেলছ।

Recent News

বিধায়ক অখিল গগৈৰ সমষ্টিত পথ নিৰ্মাণত অনিয়ম; নিৰ্মাণৰ সময়তে ঠায়ে ঠায়ে খহিছে পথ

বিধায়ক অখিল গগৈৰ সমষ্টিত পথ নিৰ্মাণত অনিয়ম; নিৰ্মাণৰ সময়তে ঠায়ে ঠায়ে খহিছে পথ

Booker Prize: প্ৰথমবাৰৰ বাবে ভাৰতীয় ভাষাত লিখা উপন্যাসলৈ সন্মান! গীতাঞ্জলি শ্ৰী-লৈ বুকাৰ বঁটা

Booker Prize: প্ৰথমবাৰৰ বাবে ভাৰতীয় ভাষাত লিখা উপন্যাসলৈ সন্মান! গীতাঞ্জলি শ্ৰী-লৈ বুকাৰ বঁটা

কুকুৰক খোজ কঢ়াবৰ বাবেই এথলীটকক ষ্টেডিয়াম এৰিবলৈ কোৱা আইএএছ দম্পতীক বদলি

কুকুৰক খোজ কঢ়াবৰ বাবেই এথলীটকক ষ্টেডিয়াম এৰিবলৈ কোৱা আইএএছ দম্পতীক বদলি

যুদ্ধ অপৰাধ! ইউক্ৰেইনৰ আদালতত আৰু দুজন ৰাছিয়ান সৈনিক দোষী সাব্যস্ত

যুদ্ধ অপৰাধ! ইউক্ৰেইনৰ আদালতত আৰু দুজন ৰাছিয়ান সৈনিক দোষী সাব্যস্ত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd