• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পূব আফ্রিকাৰ এখন দেশত বৰ্বৰতাৰে ৫০ জনৰো অধিক লোকৰ শিৰচ্ছেদ কৰিলে ইছলামিক সন্ত্ৰাসবাদীয়ে

ছিন্ন ভিন্ন কৰি মৃতদেহসমূহ ছেদেলি ভেদেলি কৰি পেলাই গ'ল গাঁৱত!

এন ই নাও নিউজ by এন ই নাও নিউজ
November 10, 2020 2:51 pm
ISIS-1

প্ৰতিনিধিত্বমূলক ফ'টো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এক নৃশংস তথা বৰ্বৰ হত্যালীলাই কঁপাই গৈছে পূৱ আফ্ৰিকাৰ দেশ মোজাম্বিকক।

দেশখনৰ উত্তৰ প্ৰান্তৰ ডেলগাডু প্ৰদেশত ISIS সমৰ্থিত  ইছলামিক সন্ত্ৰাসবাদীয়ে ৫০ জনৰো অধিক লোকৰ শিৰচ্ছেদ কৰিছে।

Apply Now

আন্তৰ্জাতিক সংবাদ মাধ্যমৰ সূত্ৰে জানিব পৰা মতে দেশখনৰ কাবু ডেলগাডু প্ৰদেশৰ নাঞ্জাবা গাঁৱত যোৱা শুকুৰবাৰৰ ৰাতি ‘আল্লাহু আকবৰ’ ধ্বনি দি ISIS সমৰ্থিত সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলায়।

প্ৰথমে সন্ত্ৰাসবাদীৰ দলটোৱে গঞাক ঘৰ বাহিৰলৈ উলিয়াই দুজন লোকক শিৰচ্ছেদ কৰে।

ইফালে গাঁওখনৰ বহু মহিলাক সন্ত্ৰাসবাদীৰ দলটোৱে অপহৰণ কৰি নিয়ে বুলি প্ৰকাশ পাইছে আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যমত।

মোজাম্বিয়ান নিউজৰ উদ্ধৃতিৰে বিবিচিয়ে প্ৰকাশ কৰিছে যে অন্য এটা ইছলামিক সন্ত্ৰাসবাদীৰ দলে মাউতিদে গাঁৱৰ গাঁওবাসীক ঘৰ পৰা উলিয়াই এখন ফুটবল খেল পথাৰলৈ লৈ যায়। ফুটবল খেলপথাৰত গঞাক থিয় কৰাই সন্ত্ৰাসবাদীৰ দলটোৱে এফালৰ পৰা শিৰচ্ছেদ কৰি যায়। ফুটবল পথাৰখনত অতি কমেও ৫০ জন গঞাক শিৰচ্ছেদ কৰে সন্ত্ৰাসবাদী দলটোৱে।

জীৱন ৰক্ষা কৰিবলৈ ফুটবল খেলপথাৰৰ পৰা পলায়ন কৰা লোকসকললৈ লক্ষ্য কৰি সন্ত্ৰাসবাদী দলটোৱে গুলীয়াবলৈ ধৰে।

আন্তৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানৰ বাতৰি মতে শৰিচ্ছেদ কৰাৰ পিছত মৃতদেহসমূহ ছিন্ন ভিন্ন কৰি গাঁওখনত ছেদেলি ভেদেলি কৰি সন্ত্ৰাসবাদী দলটোৱে মৃতদেহৰ টুকুৰাসমূহ পেলাই থৈ যায়।

আনহাতে সন্ত্ৰাসবাদী দলটোৱে গাঁওখনত অগ্নি সংযোগো কৰে।

বিবিচিৰ বাতৰিৰ মতে ইছলাম প্ৰধান প্ৰদেশখনত ISISৰ সমৰ্থনপ্ৰাপ্ত ইছলামিক সন্ত্ৰাসবাদীসকলে নিজৰ প্ৰভাৱ বিস্তাৰৰ বাবে বিগত কেবা বছৰৰ পৰা সন্ত্ৰাস চলাই আহিছে।

বিবিচিৰ প্ৰতিবেদনৰ মতে উক্ত ইছলামিক প্ৰদেশখনত ইছলামিক সন্ত্ৰাসবাদীয়ে ২ হাজাৰো অধিক লোক হত্যাৰ কৰাৰ লগতে প্ৰায় ৪.৩০ লাখ লোকক গৃহহীন কৰিছে।

আনহাতে চলিত বৰ্ষৰ এপ্ৰিল মাহতো কাবু ডেলগাডু প্ৰদেশত ৫০ জন লোকৰ শিৰচ্ছেদ কৰা হৈছিল। যোৱা মাহতো প্ৰদেশখনৰ ৯ জন লোকৰ শিৰচ্ছেদ কৰা হৈছিল।

ইফালে এই বৰ্বৰ হত্যাকাণ্ডক তীব্ৰ নিন্দা কৰি মোজাম্বিক চৰকাৰে সন্ত্ৰাসবাদীসকলক উচিত শাস্তি প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

July 26, 2026 9:00 am
খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

July 26, 2026 6:45 am
ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগঃ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে সবিস্তাৰে প্ৰকাশ পাইছে বাতৰি

July 26, 2026 9:00 am
খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

July 26, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd