• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

ৰাছিয়াৰ সৈতে ইজৰাইলৰ বিৰুদ্ধে ভোটদান ইউক্ৰেইনৰ! বিশ্বগুৰু ভাৰত ভোটদানৰ পৰা বিৰত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 14, 2022 7:19 pm
ukraine vote against israel
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এতিয়াও মুখামুখি যুদ্ধত প্ৰবৃত্ত হৈ আছে ইউৰোপৰ দুই দেশ ক্ৰমে ৰাছিয়া আৰু ইউক্ৰেইন। মুখামুখি যুদ্ধ প্ৰবৃত্ত হৈ থাকিলেও বৈদেশিক নীতিৰ দোহাই দি দুয়োখন শত্ৰু দেশে একে পক্ষতে অৱস্থান কৰা দেখা গৈছে। যাৰ ফলত যুদ্ধ বিধ্বস্ত ইউক্ৰেইনে ইজৰাইলৰ তিৰস্কাৰৰ সন্মুখীন হৈছে।

ইউক্ৰেইনত থকা ইজৰাইলৰ ৰাষ্ট্ৰদূতে শুকুৰবাৰে ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱৰ সপক্ষে তথা ইজৰাইলৰ বিৰুদ্ধে ভোটদান কৰাৰ বাবে দেশখনক তিৰস্কাৰ কৰে। উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ত ইজৰাইলে ১৯৬৭ চনৰ পৰা দখল কৰি অহা পেলেষ্টাইনৰ ভূখণ্ড স্বীকৃতি দিবলৈ আহ্বান জনাই আহিছিল।

Apply Now

ইজৰাইলৰ উক্ত আবেদনক আইনী মৰ্যাদা প্ৰদান কৰাৰ সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ মজিয়াত সদস্য ৰাষ্ট্ৰসমূহৰ পৰা মতামত বিচৰা হয়। যোৱা শুকুৰবাৰে ইয়াৰ ভোটদান সম্পন্ন হৈ যায় আৰু উক্ত ভোটদানত ইউক্ৰেইনে শত্ৰু ৰাষ্ট্ৰ ৰাছিয়াৰ লগতে ইজৰাইলৰ বিৰুদ্ধে ভোটদান কৰে।

ইজৰাইলৰ বিৰুদ্ধে ভোটদান কৰাৰ পাছতে ইউক্ৰেইনস্থিত ইজৰাইলৰ ৰাষ্ট্ৰদূতে দেশখনৰ এই ভূমিকাত অনুসন্তুষ্ট হোৱাই নহয় তীব্ৰ ভাষাৰে তিৰস্কাৰো কৰিছে। ইজৰাইলৰ ৰাষ্ট্ৰদূত মাইকেল ব্ৰডস্কিয়ে এই সন্দৰ্ভত টুইট কৰি কয় যে ৰাষ্ট্ৰসংঘত ইউক্ৰেইনে ইজৰাইল বিৰোধী স্থিতি গ্ৰহণ কৰাৰ পাছত দুয়োখন ৰাষ্ট্ৰৰ মাজত আস্থা গঢ়ি তোলাটো কঠিন হ’ব।

উল্লেখ্য যে ৰাষ্ট্ৰসংঘৰ এই প্ৰস্তাৱৰ সপক্ষে ৯৮ খন আৰু বিপক্ষে মাত্ৰ ১৭ ৰাষ্ট্ৰইহে ভোটদান কৰে। বিপক্ষে ভোটদান কৰাৰ ৰাষ্ট্ৰসমূহৰ ভিতৰত আছে ইজৰাইলৰ বন্ধু ৰাষ্ট্ৰ ক্ৰমে আমেৰিকা, অষ্ট্ৰেলিয়া. কানাডা, জাৰ্মানী, অষ্ট্ৰীয়া আদি দেশ আছে। আনহাতে ভাৰতসহ নেডাৰলেণ্ড, নিউজিলেণ্ড, জাপান, আইচলেণ্ড, ডেনমাৰ্ক, স্পেইন আদি সদস্য ৰাষ্ট্ৰই ভোটদানৰ পৰা বিৰত থাকে।

আন ৫১ খন ৰাষ্ট্ৰই ভোটদানৰ পৰা বিৰত থাকিলেও নিজকে বিশ্বগুৰুৰূপে প্ৰক্ষেপ কৰা ভাৰতে ভোটদানৰ বিৰত থকা কথাই বিশেষ তাৎপৰ্য বহন কৰিছে। বিশেষকৈ অধিকাংশ সদস্য ৰাষ্ট্ৰই ইজৰাইলৰ বিপক্ষে ভোটদান কৰাৰ পাছত ভাৰতৰ ভূমিকা অতি লক্ষণীয় হৈ পৰিছে। ইজৰাইলৰ সৈতে ভাৰতৰ সম্পৰ্ক মধুৰ আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইজৰাইল ভ্ৰমণ কৰি কেইবাখনো দ্বিপাক্ষিক চুক্তিত স্বাক্ষৰ কৰিও আহিছে।

ভাৰতে ইজৰাইলৰ সপক্ষে ভোটদান নকৰি কূটনৈতিকভাৱে চতুৰ স্থিতি গ্ৰহণ কৰিলে যদিও ৰাষ্ট্ৰসংঘৰ মজিয়াত ভাৰতৰ চতুৰালি ধৰা পৰিছে আৰু ভাৰতে বিশ্বগুৰু হোৱাৰ সপোনটোক এই প্ৰস্তাৱৰ সপক্ষে আৰু বিপক্ষে থকা দুয়োপক্ষৰ সদস্য ৰাষ্ট্ৰই ভাৰতক সহজভাৱে গ্ৰহণ নকৰিব বুলিয়েই ধাৰণা কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেহ টানি নিছিল পথৰ কুকুৰে, চিনিব পৰা নাছিল লিংগ! দিল্লীৰ কিশোৰী ধৰ্ষণ-হত্যাৰ অভিযুক্তক এনেদৰে বিচাৰি উলিয়ালে আৰক্ষীয়ে

দেহ টানি নিছিল পথৰ কুকুৰে, চিনিব পৰা নাছিল লিংগ! দিল্লীৰ কিশোৰী ধৰ্ষণ-হত্যাৰ অভিযুক্তক এনেদৰে বিচাৰি উলিয়ালে আৰক্ষীয়ে

September 18, 2026 4:02 pm
‘ভোটৰ পিছত এইবাৰ দল চুৰি!’ তৃণমূলৰ প্ৰতীক ফ্ৰীজ কৰাৰ পিছতেই সৰৱ ৰাহুল, নিৰ্বাচন আয়োগক তুলাধূনা

‘ভোটৰ পিছত এইবাৰ দল চুৰি!’ তৃণমূলৰ প্ৰতীক ফ্ৰীজ কৰাৰ পিছতেই সৰৱ ৰাহুল, নিৰ্বাচন আয়োগক তুলাধূনা

September 18, 2026 2:22 pm
পাৰমাণৱিক নিৰীক্ষণত নৰজিল আমেৰিকাৰ দাদাগিৰি; ইৰাণ ইচ্ছ্যুত ৰাষ্ট্ৰসংঘত ৰাছিয়া-চীনৰ ভেটো

পাৰমাণৱিক নিৰীক্ষণত নৰজিল আমেৰিকাৰ দাদাগিৰি; ইৰাণ ইচ্ছ্যুত ৰাষ্ট্ৰসংঘত ৰাছিয়া-চীনৰ ভেটো

September 18, 2026 1:05 pm
বন্ধুক লগ কৰিবলৈ যোৱা কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা; গ্ৰেপ্তাৰ হোৱা ৪ জনৰ ৩ জনেই কিশোৰ

বন্ধুক লগ কৰিবলৈ যোৱা কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা; গ্ৰেপ্তাৰ হোৱা ৪ জনৰ ৩ জনেই কিশোৰ

September 18, 2026 12:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেহ টানি নিছিল পথৰ কুকুৰে, চিনিব পৰা নাছিল লিংগ! দিল্লীৰ কিশোৰী ধৰ্ষণ-হত্যাৰ অভিযুক্তক এনেদৰে বিচাৰি উলিয়ালে আৰক্ষীয়ে

দেহ টানি নিছিল পথৰ কুকুৰে, চিনিব পৰা নাছিল লিংগ! দিল্লীৰ কিশোৰী ধৰ্ষণ-হত্যাৰ অভিযুক্তক এনেদৰে বিচাৰি উলিয়ালে আৰক্ষীয়ে

September 18, 2026 4:02 pm
‘ভোটৰ পিছত এইবাৰ দল চুৰি!’ তৃণমূলৰ প্ৰতীক ফ্ৰীজ কৰাৰ পিছতেই সৰৱ ৰাহুল, নিৰ্বাচন আয়োগক তুলাধূনা

‘ভোটৰ পিছত এইবাৰ দল চুৰি!’ তৃণমূলৰ প্ৰতীক ফ্ৰীজ কৰাৰ পিছতেই সৰৱ ৰাহুল, নিৰ্বাচন আয়োগক তুলাধূনা

September 18, 2026 2:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd