• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

প্ৰস্তুত হৈ আছে কৰ’না ভাইৰাছৰ প্ৰতিষেধক, ইজৰাইলৰ দাবী; সোনকালে লাভ কৰিব জনসাধাৰণে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 12, 2020 8:31 pm

1 min read

coronavirus-vaccine

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

8.4k
VIEWS
Share on FacebookShare on Twitter

বিশ্ব স্বাস্থ্য সংস্থাই মহামাৰী আখ্যা দিয়া কৰ’না ভাইৰাছৰ প্ৰতিষেধক প্ৰস্তুত কৰাৰ বাবে আগবাঢ়ি আহিছে ইজৰাইল।

ইজৰাইলৰ ইষ্টিটিউট ফৰ বায়’লোজিকেল ৰিচাৰ্ছৰ বৈজ্ঞানিক সকলে ভয়ংকৰ ৰূপ ধাৰণ কৰা কৰ’না ভাইৰাছৰ প্ৰতিষেধক নিৰ্মাণৰ বাবে পৰিকল্পনা গ্ৰহণ কৰিছে বুলি সদৰী কৰিছে।

‘‘কৰ’না ভাইৰাছ(COVID-19)ৰ প্ৰতিষেধক প্ৰস্তুত হৈছে, অতি সোনকালে ইয়াক মান্যতা প্ৰদান কৰা হ’ব,’’ ইজৰাইলৰ প্ৰতিষ্ঠানটোৱে কয়।

ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী নেফটালী বেনিটে দেশখনৰ বৈজ্ঞানিক সকলে কৰ’না ভাইৰাছৰ চৰিত্ৰ আৰু মানৱ শৰীৰত ইয়াৰ সংক্ৰমণৰ ওপৰত পৰ্যবেক্ষণ কৰি প্ৰতিষেধক প্ৰস্তুত কৰি আছে বুলি কয়।

কৰ’না ভাইৰাছৰ প্ৰতিষেধক প্ৰস্তুত কৰাৰ বাবে ইজৰাইলৰ বৈজ্ঞানিক সকলে বহু প্ৰক্ৰিয়া অতিক্ৰম কৰিবলগীয়া হৈছে বুলি উল্লেখ কৰি প্ৰতিষেধক প্ৰস্তুত হোৱাৰ পাছত বিশ্ব স্বাস্থ্য সংস্থাৰ অনুমতিৰ বাবে পঠোৱা হ’ব বুলিও মন্ত্ৰী গৰাকীয়ে কয়।

উল্লেখযোগ্য যে, চীনৰ য়ুহান প্ৰদেশত কৰ’না ভাইৰাছৰ সংহাৰৰ ফলত প্ৰায় তিনি সহস্ৰাধিক লোকৰ মৃত্যু হোৱাৰ পাছত ইটালীতো কৰ’না ভাইৰাছে ভয়াবহ ৰূপ ধাৰণ কৰিছে।

ভাৰততো কৰ’না ভাইৰাছত সংক্ৰমিত লোকৰ সংখ্যাই ৭০ অতিক্ৰম কৰিছে। দিল্লীত কৰ’না ভাইৰাছক মহামাৰীৰ ঘোষণা কৰাৰ লগতে ৩১ মাৰ্চ পৰ্যন্ত সকলো বিদ্যালয়, মহাবিদ্যালয় তথা চলচ্চিত্ৰ গৃহ বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে।

Recent News

Tengakhat

ভোগালীৰ পূৰ্বৰ নিশাই টিংখাঙত জঘন্য কাণ্ড : ১৮ বছৰীয়া যুৱতীক ধৰ্ষণ কৰি খুৰীয়েকৰ সৈতে হত্যা

pfizer-coronavirus_vaccine-750x375-1

কৰ’নাৰ ভেকচিন লোৱাৰ পাছতে ২৩জন লোকৰ মৃত্যু! টীকাকৰণক লৈ আতংক নৰ’ৱেত

index

আত্মনির্ভৰ ভাৰত! : দেশত নিৰ্মিত অত্যাধুনিক মাৰণাস্ত্ৰ লাভ কৰিব দেশৰ সেনাবাহিনীয়ে

wp-video-call-main_013120124554-new-750x375

চাপত পৰি পিছ হুহুকিলে WhatsApp; প্ৰাইভেচি পলিচিক লৈ নতুন ঘোষণাত য়ুজাৰৰ সকাহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd