• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইজৰাইলৰ প্ৰচণ্ড আক্ৰমণ! য়েমেনত তিনিজন অভিযন্তাকে ধৰি ৪ জন, লেবাননত ১০৫ জন নিহত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 30, 2024 12:14 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইজৰাইলে পশ্চিম য়েমেনত হুথি বিদ্ৰোহীক লক্ষ্য কৰি বিমান আক্ৰমণ চলাইছে। দেওবাৰে ইজৰাইলী সেনাই এক বিবৃতিত এই কথা ঘোষণা কৰে। ইৰাণে এই ঘটনাক গৰিহণা দিছে।

ইজৰাইলৰ বিবৃতিত কোৱা হৈছে যে এই আক্ৰমণৰ লক্ষ্য হৈছে ৰাছ ইছা আৰু হোদেইদা সাগৰীয় বন্দৰৰ লগতে বিভিন্ন বিদ্যুৎ প্ৰকল্প। এই আক্ৰমণত যুদ্ধ বিমানৰ উপৰিও কেইবা ডজন বিমানেও অংশগ্ৰহণ কৰে।

ইজৰাইলৰ এই আক্ৰমণত কমেও চাৰিজন লোক নিহত হোৱা বুলি স্বাস্থ্য বিষয়াৰ উদ্ধৃতি দি হুথিৰ সৈতে সংশ্লিষ্ট আল মাছিৰা টিভিয়ে প্ৰকাশ কৰিছে। ইয়াৰে তিনিজন বৈদ্যুতিক অভিযন্তা আৰু এজন বন্দৰ কৰ্মী।

Apply Now

বিমান আক্ৰমণৰ বাবে হোদেইদাৰ বেছিভাগ অঞ্চলতে বিদ্যুৎ বিচ্ছিন্ন হোৱা বুলি বাসিন্দাসকলে জানিবলৈ দিয়ে।

ইয়াৰ পূৰ্বে শনিবাৰে হুথিয়ে টেল আভিভৰ সমীপৰ বেন গুৰিয়ান আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত এক ক্ষেপণাস্ত্ৰ আক্ৰমণৰ দাবী কৰিছিল।

লগতে পঢ়কঃ মানৱতাক লজ্জিত কৰা ঘটনা! মাতৃক গছত বান্ধি জীৱন্তে জ্বলাই দিলে পুত্ৰই

ইৰাণ সমৰ্থিত হুথি বিদ্ৰোহীয়ে যোৱা নৱেম্বৰৰ পৰা লোহিত সাগৰ, এডেন উপসাগৰ আৰু বাব আল-মাণ্ডেব জলদ্বীপত ইজৰাইল আৰু ইজৰাইলৰ সৈতে জড়িত জাহাজসমূহৰ ওপৰত ড্ৰোন আৰু মিছাইল আক্ৰমণ চলাই আহিছে। গাজাত ইজৰাইলৰ আক্ৰমণৰ প্ৰত্যুত্তৰ দিছে তেওঁলোকে। যোৱা বছৰৰ অক্টোবৰৰ পৰা গাজাত ইজৰাইলৰ আক্ৰমণত ৪১ হাজাৰতকৈ অধিক লোক নিহত হোৱাৰ লগতে ৯৬ হাজাৰৰো অধিক লোক আহত হৈছে।

দেওবাৰে হুথিৰ শীৰ্ষ ৰাজনৈতিক পৰিষদে কয় যে ইজৰাইলৰ বিমান আক্ৰমণে তেওঁলোকক পেলেষ্টাইনৰ জনসাধাৰণৰ সমৰ্থনৰ পৰা আঁতৰাই নিব নোৱাৰে।

ইফালে, যোৱা ২৪ ঘন্টাত সমগ্ৰ লেবাননত ইজৰাইলৰ বোমা বিস্ফোৰণত ১০৫ জন লোক নিহত হৈছে। দেশখনৰ স্বাস্থ্য মন্ত্ৰালয়ে এই তথ্য প্ৰদান কৰিছে। এই সময়ছোৱাত ইজৰাইলে প্ৰথমবাৰৰ বাবে ৰাজধানী বেইৰুটত আক্ৰমণ কৰে। তাৰ দক্ষিণৰ কোলা অঞ্চলত আক্ৰমণ চলায়।

লগতে পঢ়কঃ সভাত ভাষণৰ মাজতে অসুস্থ খাৰ্গেই নিজক চম্ভালি লৈ ক’লে, ‘মোডীক ক্ষমতাচ্যুত নকৰালৈকে জীয়াই থাকিম’

লেবাননৰ সীমান্তৰ সমীপত সামৰিক সৰঞ্জামৰ লগতে ইজৰাইলে সৈন্যৰ সংখ্যা বৃদ্ধি কৰিছে। ইয়াৰ ফলত দেশখনত ইজৰাইলৰ সম্ভাৱ্য স্থল অভিযানৰ আশংকা বৃদ্ধি পাইছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

July 26, 2026 6:45 am
ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

July 26, 2026 6:45 am
ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd