• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰকেট সাজু, মানুহ লৈ মহাকাশলৈ যাব ভাৰতৰ গগনযান; কিমান দিন থাকিব, কেতিয়া অভিযান?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 3, 2024 9:04 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ গগনযান অভিযান কেতিয়া হ’ব সেই বিষয়ে জানিবলৈ বহুতে আগ্ৰহী। সূত্ৰ অনুসৰি ২০২৬ চনৰ শেষৰ ফালে ভাৰতৰ গগনযান অভিযান হ’ব। অৱশ্যে অহা বছৰৰ আৰম্ভণিতে এই ৰকেটৰ এটা পৰীক্ষামূলক আখৰা হ’ব পাৰে। ইছৰোৰ অধ্যক্ষ এছ সোমনাথে এইদৰে জনাইছে।

গগনযান অভিযান ভাৰতৰ প্ৰথম হিউমেন স্পেচ ফ্লাইট। অৰ্থাৎ এই ৰকেটটোত উঠি মানুহ মহাকাশলৈ যাব। এই ৰকেটটো পৃথিৱীৰ পৃষ্ঠৰ পৰা ৪০০ কিলোমিটাৰ দূৰত্বত যাব। তিনিদিনীয়া মিছন। ইয়াৰ পিছত ই নিৰাপদে ভাৰত মহাসাগৰলৈ উভতি আহিব।

Apply Now

এই অভিযানৰ খৰচ হ’ব পাৰে প্ৰায় ৯০ বিলিয়ন। যদি এই অভিযান সফল হয় তেন্তে মহাকাশলৈ মানুহ পঠোৱা বিশ্বৰ চতুৰ্থখন দেশ হ’ব ভাৰত। ইয়াৰ আগতে ছোভিয়েট ইউনিয়ন, আমেৰিকা আৰু চীনে মহাকাশলৈ মানুহ প্ৰেৰণ কৰিছিল।

আই আই টি গুৱাহাটীত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহি তেওঁ কয়, আমি যোৱা চাৰি বছৰ ধৰি এই গগনযান প্ৰকল্পটোৰ কাম কৰি আহিছো। আমাৰ ৰকেটটো প্ৰায় সাজু হৈছে। কিন্তু অহা বছৰৰ আৰম্ভণিতে হ’ব প্ৰথমটো মানৱবিহীন ৰকেট অনুশীলন। এই ৰকেটৰ পৰীক্ষা চলিত বৰ্ষৰ ডিচেম্বৰৰ আশে-পাশে হোৱাৰ কথা আছিল। কিন্তু কিছুমান কাৰিকৰী কাৰণত শেষত কৰিব পৰা নগ’ল।

তেওঁ কয় যে ২০২৬ চনৰ শেষৰ ফালে আৰু তিনিটা ৰকেট নিক্ষেপ কৰা হ’ব। আমি প্ৰথম উৎক্ষেপণৰ সময়ত ৰকেটৰ ভিতৰত এটা ৰবট ৰাখিম। তাৰ নাম ব্যোমমিত্ৰ। ইয়াৰ উপৰিও আৰু দুটা ৰকেট নিক্ষেপ কৰা হ’ব। তিনিটা ৰকেট সফল হোৱাৰ পিছত তেতিয়া মানুহ থকা ৰকেটটো উৎক্ষেপণ কৰা হ’ব। মহাকাশচাৰী সকলো সাজু। আমাৰ লক্ষ্য ২০২৬ চনৰ শেষৰ ফালে এই মহাকাশযানখন উৎক্ষেপণ কৰা।

ইয়াৰ পূৰ্বে এছ সোমনাথে কৈছিল যে ভাৰতীয় মহাকাশচাৰী আই এছ এছত উপস্থিত হোৱাৰ পিছত তাৰ অভিযান কেৱল পৰীক্ষা-নিৰীক্ষাতে সীমাবদ্ধ নহয় বৰঞ্চ নতুন কথা শিকাৰ সম্পূৰ্ণ দায়িত্বও থাকে। লগতে তেওঁ কয়, আই এছ এছত গগণযাত্ৰীৰ উৰণে ভাৰতে নিজৰ গগনযানৰ বাবে কেনেদৰে প্ৰস্তুতি চলাব লাগে সেই কথা বুজিবলৈ সহায় কৰিব।

ইছৰোৱে লগতে কৈছে যে মহাকাশচাৰীসকলে মহাকাশত উৰণৰ অভিজ্ঞতা লাভ কৰিলে আমি জানিব পাৰিম যে তেওঁলোকে এই অভিযান কেনেকৈ পৰিচালনা কৰিব আৰু মহাকাশযানখনে আই এছ এছৰ সৈতে কেনেকৈ সংযুক্ত হ’ব। ইতিমধ্যে তাত নিয়োজিত আন্তঃৰাষ্ট্ৰীয় ক্ৰুৰ সৈতে কাম কৰিলে আমাক কিছুমান মূল্যৱান কথা শিকাব। এই অভিযানৰ মুখ্য মহাকাশচাৰীকো এই অভিযান চলাবলৈ প্ৰশিক্ষণ দিয়া হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

July 8, 2026 11:30 am
পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

July 8, 2026 11:30 am
পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd