DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 10, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আজিৰে পৰা কৃষ্ণাইত বিশাল ইস্তেমা:পাঁচ লাখ ভক্তক আদৰিবলৈ সাজু হাব্ৰাঘাটবাসী

নীলমনি শর্মা by নীলমনি শর্মা
January 18, 2019 7:03 am
Screenshot_2019-01-17-22-37-59-820_com.mxtech.videoplayer.ad

কৃষ্ণাইত বিশাল ইস্তেমাৰ প্ৰস্তুতি। ফটো : নৰ্থইষ্ট নাও

478
VIEWS
Share on FacebookShare on Twitter

গোৱালপাৰা জিলাৰ কৃষ্ণাইত আয়োজন কৰা ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বিশাল ইস্তেমাৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে ৷ উল্লেখ্য যে, আজিৰে পৰা  ২০ জানুৱাৰীলৈ তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব এই ইস্তেমা ৷

গোৱালপাৰা জিলাভিত্তিক এই ধৰ্মীয় সভাখনৰ বাবে ইতিমধ্যে কৃষ্ণাই চহৰৰ পৰা প্ৰায় ডেৰ কিলোমিটাৰ আঁতৰত অৱস্থিত খাৰিজা মাণিকপুৰ (হাব্ৰাঘাট)ৰ বিশাল খেতিপথাৰত নিৰ্মাণ কৰি তোলা হৈছে কেবাটিও অস্থায়ী সভাগৃহ ৷ সাজু কৰা হৈছে প্ৰায় এক লাখ লোক একেলগে বহি ধৰ্ম সভা শুনাৰ স্থান ৷

আনহাতে,ইস্তেমাস্থলীত তৈয়াৰ কৰা হৈছে এখন সুবিশাল মঞ্চ ৷ প্ৰায় পাঁচ লাখ ভক্ত প্ৰাণ মুছলমান লোকে অংশ গ্ৰহণ কৰিব বুলি আশা কৰা ইস্তেমাস্থলীত ইতিমধ্যে বহুওৱা হৈছে ৬০ টাৰো অধিক দমকল, ৩৫০টাৰো অধিক শৌচালয় তৈয়াৰ কৰা হৈছে আৰু সহস্ৰাধিক প্ৰসাৱগাৰ নিৰ্মাণ কৰা হৈছে ৷

তদুপৰি,ৰান্ধনিশাল,নামাজগৃহ,উজুখানা,অতিথি শালা,চিকিৎসা কক্ষ,অনুসন্ধান কক্ষ,প্ৰেছ গেলাৰীকে ধৰি সকলো প্ৰয়োজনীয় ব্যৱস্থা গঢ়ি তোলা হৈছে ৷

লক্ষীপুৰ,গোৱালপাৰা, কৃষ্ণাই তথা দক্ষিণ শালমাৰা এই চাৰিটা জ’নত ভাগ কৰি প্ৰতিদিনে হেজাৰ হেজাৰ লোকে বিনামূলীয়া শ্ৰমদান কৰি ইস্তেমাৰ যাৱতীয় কাম কাজ ইতমধ্যে সম্পূৰ্ণ কৰি তুলিছে ৷

ইপিনে, ভ্ৰাতৃত্ববোধৰ বাণীৰে আয়োজিত এই ইস্তেমাস্থলীত আজিৰে পৰা গভীৰ আশাবাদেৰে সমবেত হ’ব ধৰিছে সমগ্ৰ জিলাখনৰ লগতে দূৰ দূৰণিৰ মুছলমান জনসাধাৰণ ৷

Recent News

Bihar Nitish Kumar

বিহাৰত আজি শাসনলৈ ‘মহাজোঁট’ৰ নতুন চৰকাৰ: মুখ্যমন্ত্ৰী হিচাপে পুনৰ শপত ল’ব নীতিশ কুমাৰে

Rape Guwahati

গুৱাহাটীত ছয় বছৰীয়া শিশুক ধৰ্ষণ ষাঠীৰ ঊৰ্ধ্বৰ ব্যক্তিৰ: অভিযুক্তক গ্ৰেপ্তাৰ

Guwahati Murder

ছয়গাঁৱত চাঞ্চল্যকৰ কাণ্ড: চোকা অস্ত্ৰৰে আক্ৰমণ কৰি শাহু সহ দুগৰাকীক হত্যা মহিলাৰ

Akhilesh Yadav on Bihar Politics

বিহাৰৰ পৰা আৰম্ভ হৈছে ‘বিজেপি ভগাও’ শ্ল’গান: নীতিশ কুমাৰৰ সিদ্ধান্তক আদৰণি অখিলেশ যাদৱৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd