• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কল কলা বিক্ৰী হৈছে ৮৭ লাখ টকাকৈ

Nenow এন ই নাও নিউজ
গুৱাহাটী , December 7, 2019 4:40 pm

2 min read

Italian satirical artist Maurizio Cattelan's Banana art sells for $120,000 in Miami Beach
822
VIEWS
Share on FacebookShare on Twitter

বিশ্বাস কৰিবলৈ হয়তো টান, কিন্তু সঁচা। একোটা কলে ৮৭ লাখ টকাত বিক্ৰী হৈ বিশ্বজুৰি চৰ্চা লাভ কৰিছে।

ইউ এছৰ আৰ্ট বাজেল মায়ামিত এই কল কলা শিল্প বিক্ৰী হৈছে।

ইটালিয়ান শিল্পী মৰোজীওঁ কাটেলানে কলৰ তিনিটা ভাস্কৰ্য্য সৃষ্টি কৰিছিল। তাৰে দুটা বিক্ৰী হৈছে, অন্তিমটোৰ দাম আছিল ৮৭ লাখ টকা।

শিল্পীজনে এই কল কলাৰ নাম ৰাখিছে “কমেদিয়ান”। বহুতে কৈছে ইয়াক এটা “জ’ক” হিচাপে ব্যৱহাৰ কৰা হৈছে। কিছুৰমতে, ই বিশ্ব বাণিজ্য সূচাইছে।

মন কৰিব, মৰোজীওঁ বোলে চেটিৰিকেল আৰ্টিষ্ট।

কলকেইটা কিন্তু সঁচাসঁচি আমি খোৱা কলেই, শিল্পীয়ে তৈয়াৰ কৰা নহয়।

মৰোজীওঁৱে বোলে প্ৰথমতে ব্ৰ’ঞ্জেৰে এক কল কলা সৃষ্টি কৰাৰ কথা ভাবিছিল।

কিন্তু, পিছত সিদ্ধান্ত ল’লে আচল কলকে ব্যৱহাৰ কৰাৰ আৰু মায়ামিৰ বজাৰৰ পৰা অনা কল আৰু টে’পেই কল কলাৰ সৃষ্টি কৰিলে।

 

View this post on Instagram

 

? @mauriziocattelan colpisce ancora. L’enfant terrible dell’arte contemporaneo ha appeso una banana con il nastro adesivo alla parete dello stand di Galerie Perrotin a @artbasel Miami Beach. L’esotica scultura è stata subito venduta per la cifra da capogiro di 120mila euro. La storia online su Living.⁠ ⁠ #ArtBaselMiami⁠ #MaurizioCattelan #ArtBaselMiami #ArtBaselMiamiBeach #ArtBasel #Perrotin⁠ —⁠ Courtesy Maurizio Cattelan.⁠ Repost @galerieperrotin

A post shared by Living – Corriere della Sera (@livingcorriere) on Dec 6, 2019 at 2:01am PST

কিছুদিন পূৰ্বে ভাৰতৰ অভিনেতা ৰাহুল ব’সে চণ্ডীগড়ৰ এখন পঞ্চ তাৰকা হোটেলত দুটা কল খাই ৪৪২.৫ টকা আদায় দিব লগা হৈছিল।

চ’চিয়েল মিদিয়াত ব’সে সেই কথা সদৰী কৰাৰ পিছতে কথাটোক লৈ ব্যাপক চৰ্চা হৈছিল।

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd