• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰী সম্বন্ধে সঠিক তথ্য সম্ভৱ নহয় : কেন্দ্ৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 8, 2020 8:36 am

1 min read

Bangladeshi-soldiers-nabbed-in-India-750x375

ভাৰত-বাংলাদেশ সীমান্ত

608
VIEWS
Share on FacebookShare on Twitter

দেশৰ বিভিন্ন প্ৰান্তত বাস কৰি থকা অবৈধ বাংলাদেশী নাগৰিক সম্বন্ধে সঠিক তথ্য সংগ্ৰহ কৰাটো সম্ভৱ নহয় বুলি নতুন দিল্লীয়ে উল্লেখ কৰে।

কিন্তু ভিছাৰ ম্যাদ উকলি যোৱাৰ পাছতো সহস্ৰাধিক বাংলাদেশীয়ে ভাৰতত বাস কৰি আছে।

‘‘অবৈধ অনুপ্ৰবেশকাৰীয়ে গুপ্ত আৰু অনিবাৰ্য্য ধৰণে দেশত বৈধ নথি-পত্ৰ নোহোৱাকৈ প্ৰৱেশ কৰে,’’ কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে কয়।

এনেধৰণৰ অবৈধ বাংলাদেশীকে ধৰি অন্য দেশৰ নাগৰিকক চিনাক্ত কৰি প্ৰত্যাৱৰ্তনৰ কাম চলি আছে বুলিও মন্ত্ৰী গৰাকীয়ে লগতে কয়।

‘‘যিহেতু অবৈধ বাংলাদেশী অনুপ্ৰৱেশকৰীসকলে গুপ্ত আৰু অনিবাৰ্য্য ধৰণে দেশত প্ৰৱেশ কৰে সেইবাবে এনেধৰণৰ নাগৰিকৰ সঠিক সংখ্যা নিৰ্ধাৰণ কৰাটো কঠিন,’’ ৰায়ে উল্লেখ কৰে।

ভিছাৰ ম্যাদ উকলি যোৱাৰ পাছত ভাৰতত বাস কৰি থকা বাংলাদেশী লোকৰ সংখ্যা ২০১৭, ২০১৮ আৰু ২০১৯ চনত ক্ৰমে ২৫৯৪২, ৪৯৬৪৫ আৰু ৩৫০৫৫ গৰাকী।

আনহাতে, সহস্ৰাধিক বাংলাদেশী নাগৰিকে বৈধ নথি পত্ৰ নোহোৱাকৈ ভাৰতত প্ৰৱেশ কৰি ভাৰত-বাংলাদেশ সীমান্তত আটক হৈছে আৰু পৰৱৰ্তী সময়ত বাংলাদেশ চৰকাৰক এই নাগৰিক সকলক গটাই দিয়া হয়।

Recent News

Nipa Ba Final

সাংবাদিকক দুৰ্ব্যৱহাৰ: গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহনা, দোষীক শাস্তিৰ দাবী

WhatsApp Image 2021-01-17 at 3.11.48 PM

ব্ৰহ্মপুত্ৰ গৱেষণাৰ উদ্দেশ্যে বৰপেটাত কেন্দ্ৰীয় মন্ত্ৰীৰ কন্যা শুভাসিনী শ্বেখাৱট

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

PETUGAS RAWAT PESAKIT COVID-19

দিল্লীত কোভিডৰ ভেকচিন লৈ অসুস্থ ৫১ জন লোক , এজনৰ অৱস্থা সংকটজনক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd