• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৱাশ্বিংটনৰ বিদ্যালয়ৰ পৰা নিজৰ তিনি সন্তানক উলিয়াই আনিবলৈ বাধ্য হ’ল ট্ৰাম্প কন্যা ইভানকাই, কিন্তু কিয়?

এন ই নাও নিউজ by এন ই নাও নিউজ
November 15, 2020 12:35 pm
aa IQpa7HwW
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কথাতে আছে হলা গছত সকলোৱে বাগী কুঠাৰ মাৰি ভালপায়।

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত সদ্য পৰাজিত ড’নাল্ড ট্ৰাম্পৰ পৰিয়ালৰ ক্ষেত্ৰতো এতিয়া তেনে ঘটনাই ঘটিবলৈ ধৰিছে।

Apply Now

নিৰ্বাচনত ট্ৰাম্প পৰাজিত হোৱাৰ পিছতে ট্ৰাম্প কন্যা ইভানকা ট্ৰাম্প আৰু ট্ৰাম্পৰ জোঁৱায়েক জাৰেদ কুছনাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে আমেৰিকাৰ একাংশ অভিভাৱক।

সেই সকল অভিভাৱকৰ প্ৰতিবাদৰ বাবেই উপায়ন্তৰ হৈ ট্ৰাম্পৰ কন্যা ইভানকাই তেওঁলোকৰ তিনি সন্তানক ৱাশ্বিংটনৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৰা নাম কটাই আনিবলৈ বাধ্য হ’ল।

চিএনএনত সম্প্ৰচাৰিত বাতৰি অনুসৰি ট্ৰাম্প কন্যা ইভানকা আৰু তেওঁৰ স্বামী  জাৰেদ কুছনাৰে উক্ত বিদ্যালয়খনৰ অভিভাৱকৰ কৰণীয় দায়িত্ব সম্পৰ্কীয় হাতপুথিৰ নিয়ম সমূহ উলংঘা কৰি আহিছে।

What's "shameful" is their refusal to adhere to CDC guidelines developed by the trump administration. A bit hypocritical, I might say.

Ivanka Trump and Jared Kushner's children withdrawn from school after administrators raised concernshttps://t.co/uwFE8ou0zT

— Lisa Binder (@LBinder57) November 14, 2020

বিশেষকৈ কোভিড প্ৰ’টকলৰ ক্ষেত্ৰত ইভানকা আৰু তেওঁৰ স্বামীয়ে বিদ্যালয় খনে বান্ধি দিয়া কোনো নিয়ম মানি নচলা বুলি বহু অভিভাৱকে অভিযোগ কৰিছে।

ইভানকা আৰু তেওঁৰ স্বামীয়ে কোভিড প্ৰ’টকল উলংঘা কৰি মাস্ক নিপিন্ধাকৈয়ে বিদ্যালয়লৈ অহা, বিদ্যালয় চৌহদত সামাজিক দূৰত্ব বজাই নৰখা আদি অভিযোগ একাংশ অভিভাৱকে উত্থাপন কৰাৰ লগতে তেওঁলোকৰ এনে কাৰ্যই আন ছাত্ৰ-ছাত্ৰীৰ জীৱনলৈ ভাবুকি কঢ়িয়াই অনা বুলিও কৈছে।

অভিভাৱকসকলে লগতে এই বুলিও কৈছে যে ট্ৰাম্পৰ পৰিয়াল আৰু ট্ৰাম্প প্ৰশাসনৰ বহু কেইগৰাকী লোক যিহেতু ইতিমধ্যে কোভিডত আক্ৰান্ত হৈছে সেয়ে ইভানকা আৰু তেওঁৰ স্বামীৰ বেপৰোৱা মনোভাৱ সহজ ভাবে ল’ব পৰা কথা নহয়।

অভিভাৱকৰ এনে প্ৰতিক্ৰিয়াৰ পিছতে ইভানকা আৰু তেওঁৰ স্বামীয়ে তেওঁলোকৰ তিনি সন্তানক বিদ্যালয়খনৰ পৰা উলিয়াই নিবলৈ বাধ্য হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

August 27, 2026 9:42 am
নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

August 27, 2026 8:25 am
ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

August 27, 2026 6:46 am
উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

August 27, 2026 9:42 am
নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

August 27, 2026 8:25 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd