• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 15, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

যাদৱ পায়েঙক অঘৰী জনজাতিৰ মানুহ হিচাপে উপস্থাপন মহাৰাষ্ট্ৰৰ চৰকাৰী বিদ্যালয়ৰ দশম শ্ৰেণীৰ পাঠ্যপুথিত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 19, 2018 9:23 pm

2 min read

JadabPayeng

যাদৱ পায়েং সন্দৰ্ভত মহাৰাষ্ট্ৰৰ বিদ্যালয়ৰ দশম শ্ৰেণীৰ পাঠ্যপুথিত ভুল তথ্য।

133
VIEWS
Share on FacebookShare on Twitter

অসমৰ প্ৰখ্যাত প্ৰকৃতিকৰ্মী তথা ‘অৰণ্য মানৱ’ খ্যাত যাদৱ পায়েঙৰ কাহিনী ক’বলৈ গৈ মহাৰাষ্ট্ৰৰ চৰকাৰী বিদ্যালয়ৰ দশম শ্ৰেণীৰ পাঠ্যপুথত তেওঁক ‘অঘৰী জাতিৰ মানুহ’ (nomadic tribe) সজোৱাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অসমত। ইতিমধ্যে বিষয়টো বহুতৰ দৃষ্টিত পৰিছে আৰু ইয়াক লৈ ছ’চিয়েল মিডিয়াতো সৰৱ চৰ্চা হৈছে।

উল্লেখযোগ্য যে, দশম শ্ৰেণীৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ পাঠ্যপুথিৰ (দ্বিতীয় খণ্ড)ৰ Environmental Conservation. Our social respocibility নামৰ পাঠটোত যাদৱ পায়েঙৰ কাহিনীটো অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰকৃতি সংৰক্ষণৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক প্ৰেৰণা দিয়াৰ উদ্দেশ্যে A big story of a small man বুলি পায়েঙৰ কাহিনীটো চমুকৈ এই পাঠটোত অন্তৰ্ভুক্ত কৰা হৈছে। কিন্তু তাত তেওঁক অঘৰী জনজাতিৰ লোক বুলি কোৱা হৈছে।

যাদৱ পায়েঙৰ কাহিনীক প্ৰসাৰ দিয়া কথাটোত আনন্দিত হ’লেও স্বাভাৱিকতে অসমৰ মানুহৰ মাজত ক্ষোভ উদগিৰণ হৈছে অসমৰ এটা থলুৱা সম্প্ৰদায় মিচিংসকলক অঘৰী জনজাতি বুলি উল্লেখ কৰাত।

আনহাতে ২০১৮ চনত প্ৰথম সংস্কৰণ প্ৰকাশ কৰা পাঠ্যপুথিখনত আন এটাও তথ্যগত ভুল দেখা গ’ল। ইয়াত চৰকাৰে পতা আৰু যাদৱ পায়েঙে প্ৰতিপালনেৰে বৃহৎ ভূমিকা লোৱা ‘মোলাই অৰণ্য’ৰ অৱস্থান মাজুলীৰ ককিলামুখ যোৰহাট জিলাৰ অন্তৰ্ভুক্ত বুলি কোৱা হৈছে।

অসম চৰকাৰ বা যিকোনো সচেতন ব্যক্তি, অনুষ্ঠানে এই ভুলকেইটা আঙুলিয়াই দিলে কিতাপখনত থকা যাদৱ পায়েঙৰ কাহিনী অধিক গ্ৰহণযোগ্য আৰু প্ৰশংসনীয় হোৱাৰ থল আছে।

Recent News

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

PM Modi

কাইলৈ প্ৰধানমন্ত্ৰী মোদীয়ে দেশত আনুষ্ঠানিক ভাবে আৰম্ভ কৰিব কোভিডৰ টিকাকৰণ কাৰ্যসূচী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd