• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

৭৯নং জাগীৰোড বিধানসভা সমষ্টিত ‘ৰাইজৰ দল’ৰ সমষ্টি সমিতি গঠন

NE NOW NEWS চানু গগৈ
মৰিগাঁও , December 25, 2020 4:35 pm

1 min read

৭৯নং জাগীৰোড বিধানসভা সমষ্টিত ‘ৰাইজৰ দল’ৰ সমষ্টি সমিতি গঠন

ফটো : নৰ্থ-ইষ্ট নাও

221
VIEWS
Share on FacebookShare on Twitter

অসমৰ ৰাজনৈতিক ক্ষেত্ৰত নতুনকৈ আত্মপ্ৰকাশ হোৱা ‘ৰাইজৰ দলৰ’ ৭৯নং জাগীৰোড বিধানসভা সমষ্টিটোত আজি সমষ্টি সমিতি গঠন কৰা হয়।

এই উপলক্ষ্যে দলটোৰ ৰাজ্যিক আহ্বায়ক ৰত্নেশ্বৰ দেউৰীৰ সঞ্চালনাত জাগীভকতগাঁও সমূহীয়া ভৱন প্ৰাংগনত আয়োজিত হোৱা সভাত অংশ গ্ৰহণ কৰি আগন্তুক বিধানসভা নিৰ্বাচনলৈ ৰাইজৰ দলটো অধিক শক্তিশালী কৰাৰ বাবে উদাক্ত ভাষণ আগবঢ়ায়।

ইয়াৰ উপৰি ৰাজ্যিক সমন্বয়ক প্ৰদীপ বৰুৱা, জাগীৰোড সমষ্টি সমিতিৰ আহ্বায়ক ৰাতুল হাজৰিকা আৰু জিলা সমন্বয়ক তুলসী ডেকাইও বিজেপিক সমালোচনা কৰি ভাষণ দিয়ে।

পৰিবৰ্তনৰ নামত শাসকীয় গেৰুৱা দলটোৱে শেহতীয়াকৈ লোৱা কেতবোৰ জনবিৰোধী নীতিক তীৰ্যক তথা ক্ষুৰধাৰ সমালোচনা কৰি অনাগত সময়ত বিজেপিক ওফৰাই ৰাইজৰ দলক জনাদেশ দিবলৈ ৰাইজলৈ আহ্বান জনায়।

সভাত আব্দুল খালেকক কাৰ্যকৰী সভাপতি, কংকন ডেকা, কমল শইকীয়া, সোমেশ্বৰ ডেকা আৰু নৰেন বৰদলৈক সম্পাদক হিচাপে লৈ এখন শক্তিশালী সমষ্টি সমিতি গঠন কৰা হয়।

উল্লেখ্য যে, সভাত জিলাখনৰ তিনিওটা বিধানসভা সমষ্টিৰ সহস্ৰাধিক দলীয় নেতা-কৰ্মী উপস্থিত থাকে।

Recent News

ঐতিহাসিক লাল কিল্লাত প্ৰৱেশ প্ৰতিবাদী কৃষকৰ; উৰুৱালে নিজৰ পতাকা

ঐতিহাসিক লাল কিল্লাত প্ৰৱেশ প্ৰতিবাদী কৃষকৰ; উৰুৱালে নিজৰ পতাকা

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

Bokakhat republic day

ৰাষ্ট্ৰৰ লগতে বোকাখাততো ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন; বিভিন্ন জনক সম্বৰ্ধনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd